খেল

April 30, 2024 7:34 PM

আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৪ৰ বাবে ভাৰতীয় ১৫ জনীয়া দল ঘোষণা

ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ বোর্ডে, ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাত অনুষ্ঠিত হ'বলগীয়া আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৪ৰ বাবে ভাৰতীয় ১৫ জনীয়া দলটো ঘোষণা কৰিছে। ৰোহিত শৰ্মাই দলটোক নেতৃত্ব দিব আৰু হাৰ্দিক পাণ্ডিয়াক উপ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। দলটোত স্থান লাভ কৰা বাকী সদস্যসকল হৈছে- যশস্বী জ...

April 30, 2024 7:06 PM

আই পি এল ক্রিকেটত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু মুম্বাই ইণ্ডিয়ানছৰ খেল

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি লক্ষ্ণৌৰ একানা ক্রিকেট ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত অনুষ্ঠিত হ'ব। ইপিনে, কলকাতা নাইট ৰাইডাৰ্ছে যোৱানিশা কলকাতাৰ ইডেন গার্ডেনছত অনুষ্ঠিত এখন খেলত দেলহী কেপিটেলছক ৭ উইকেটত প...

April 30, 2024 11:13 AM

আই পি এল ক্রিকেটত দেলহী কেপিটেলছৰ বিৰুদ্ধে কলকাতা নাইট ৰাইডার্ছৰ জয়লাভ

আই পি এল ক্রিকেট প্রতিযোগিতাত কলকাতাৰ ইডেন গার্ডেনছত কালি অনুষ্ঠিত এখন খেলত কলকাতা নাইট ৰাইডার্ছে দেলহী কেপিটেলছক ৭ উইকেটত পৰাস্ত কৰিছে। টছত জয়ী হৈ প্ৰথমে বেট ধৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা দেলহী কেপিটেলছে নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১৫৩ ৰান সংগ্ৰহ কৰে। নিৰ্ধাৰিত লক্ষ্য অনুসৰণ কৰি কলকাতা নাইট ...

April 29, 2024 6:32 PM

বি ডব্লিউ এফ থমাছ আৰু উবেৰ কাপ বেডমিণ্টনত ইংলেণ্ডৰ বিৰুদ্ধে ৫-০ ফলাফলত জয় ভাৰতীয় পুৰুষ দলৰ, কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত

বি ডব্লিউ এফ থমাছ আৰু উবেৰ কাপ বেডমিণ্টন ২০২৪ত ভাৰতীয় পুৰুষ দলে গ্রুপ-চিৰ খেলত ইংলেণ্ড দলৰ বিৰুদ্ধে ৫-০ ফলাফলত জয়লাভ কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। প্ৰতিযোগিতাৰ প্ৰথমখন খেলত থাইলেণ্ড দলক পৰাস্ত কৰা ভাৰতীয় পুৰুষ দলটোৱে এতিয়া গ্ৰুপৰ বিজয়ী নির্ণায়ক খেলত ইণ্ডোনেছিয়াৰ মুখামুখি হ'ব। আনহাত...

April 29, 2024 6:30 PM

ছাংহাইত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপত ভাৰতীয় দলৰ এতিয়ালৈ ৫টা সোণসহ মুঠ ৮টা পদক লাভ

ছাংহাইত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপত ভাৰতীয় দলটোৱে বৰ্তমানলৈকে ৫টা সোণ, ২টা ৰূপ আৰু ১টা ব্ৰঞ্জসহ মুঠ ৮ টা পদক লাভ কৰিছে। পুৰুষৰ ৰিকাৰ্ভ শাখাত ভাৰতীয় খেলুৱৈত্ৰয় ক্রমে ধীৰাজ বোম্বাদেৱড়া, তৰুণদেৱ ৰয় আৰু প্ৰবীন যাদৱে দক্ষিণ কোৰিয়াক হৰুৱাই সোণৰ পদক লাভ কৰে। বিশ্বকাপ ফাইনেলত ভাৰতীয় পুৰুষৰ ৰিকাৰ্ভ দলৰ...

April 29, 2024 6:20 PM

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি সন্ধিয়া ৭.৩০ বজাৰ খেলত কলকাতা নাইট ৰাইডাৰ্ছ আৰু দেলহী কেপিটেলছ মুখামুখি

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি সন্ধিয়া চাৰে ৭ বজাত কলকাতাৰ ইডেন গার্ডেনছত হ'বলগীয়া এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ আৰু দেলহী কেপিটেলছ মুখামুখি হ'ব। আনহাতে কালি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে গুজৰাট টাইটানছক ৯ উইকেটত পৰাস্ত কৰে। বেংগালুৰুৱে...

April 29, 2024 1:08 PM

আৰ্ছাৰী বিশ্বকাপত ভাৰতীয় দলৰ মুঠ ৮ টা পদক লাভ

চাংহাইত অনুষ্ঠিত আৰ্ছাৰী বিশ্বকাপত ভাৰতীয় দলটোৱে বৰ্তমানলৈকে ৫ টা সোণ, ২ টা ৰূপ আৰু ১ টা ব্ৰঞ্জসহ মুঠ ৮ টা পদক লাভ কৰিছে। পুৰুষৰ ৰিকাৰ্ভ শাখাত ভাৰতীয় খেলুৱৈত্ৰয় ক্ৰমে ধিৰাজ বোম্বাদেৱড়া, তৰুণদেৱ ৰয় আৰু প্ৰবীন যাদৱে দক্ষিণ কোৰিয়াক হৰুৱাই সোণৰ পদক লাভ কৰে। বিশ্বকাপ ফাইনেলত ভাৰতীয় পুৰুষৰ ৰিকাৰ্ভ ...

April 29, 2024 12:58 PM

উবেৰ কাপ বেডমিণ্টন প্রতিযোগিতাত ভাৰতৰ মহিলা দলটো কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

চীনৰ চেংডুত অনুষ্ঠিত উবেৰ কাপ বেডমিণ্টন প্রতিযোগিতাত ছিংগাপুৰৰ বিপক্ষে ৪-১ ফলাফলত জয়লাভ কৰি ভাৰতৰ মহিলা দলটো কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ইপিনে গ্রুপ এৰ একক শাখাৰ খেলত ইঅ' জিয়া মিনে অস্মিতা চলিহাক ১৫-২১, ১৮-২১ পোনপটীয়া ছেটত পৰাস্ত কৰে। পাছত ৰাষ্ট্ৰীয় চেম্পিয়ন প্ৰিয়া খাংজেংবাম আৰু শ্ৰুতি মিশ...

April 29, 2024 12:52 PM

আই পি এলত আজি কলকাতা নাইট ৰাইডাৰ্ছ, দেলহী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি সন্ধিয়া চাৰে ৭ বজাত কলকাতাৰ ইডেন গার্ডেনছত হ'বলগীয়া এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ, দেলহী কেপিটেলছৰ মুখামুখি হ'ব। আই পি এল ক্রিকেট প্রতিযোগিতাত কালি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত প্রথমখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে গুজৰাট টাইটানছক ৯ উইকেটত পৰ...

April 28, 2024 8:00 PM

উবেৰ কাপ বেডমিণ্টন প্রতিযোগিতাত ভাৰতৰ মহিলা দলৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

চীনৰ চেংডুত অনুষ্ঠিত উবেৰ কাপ বেডমিণ্টন প্রতিযোগিতাত ছিংগাপুৰৰ বিপক্ষে ৪-১ ফলাফলত জয়লাভ কৰি ভাৰতৰ মহিলা দলটো কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। গ্ৰুপ এৰ একক শাখাৰ খেলত অস্মিতা চলিহাই বিশ্ব ক্ৰমৰ অষ্টাদশ স্থানৰ খেলুৱৈ ইঅ' জিয়া মিনৰ হাতত ১৫-২১, ১৮-২১ পোনপটীয়া ছেটত পৰাস্ত হয় ৷ পাছত ৰাষ্ট্ৰীয় চেম্পিয়...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।