খেল

September 10, 2024 8:59 PM

উত্তৰ-পূব মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্রতিযোগিতাত অসমৰ ময়ূৰী বৰ্মন আৰু শান্তিপ্রিয়া হাজৰিকাৰ খিতাপ অৰ্জন

উত্তৰ-পূব মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্রতিযোগিতাৰ মহিলা আৰু জুনিয়ৰ ছোৱালীৰ শাখাত অসমৰ ময়ূৰী বৰ্মন আৰু শান্তিপ্রিয়া হাজৰিকাই খিতাপ অৰ্জন কৰিছে। গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা ক্রীড়া প্ৰকল্পৰ কনকলতা ইনড'ৰ ষ্টেডিয়ামত অনুষ্ঠিত প্রতিযোগিতাখনৰ মহিলাৰ শাখাৰ ফাইনেলত ময়ূৰীয়ে ছুজেন বুঢ়াগোহাঁইক হৰুৱাই স...

September 10, 2024 12:53 PM

উত্তৰ-পূব মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্রতিযোগিতাত অসমৰ মহিলা আৰু জুনিয়ৰ ছোৱালী দলৰ দলীয় খিতাপ দখল

গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা ক্রীড়া প্ৰকল্পৰ কনকলতা ইনড'ৰ ষ্টেডিয়ামত চলি থকা য়'নেক্স-ছানৰাইছ উত্তৰ-পূব মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্রতিযোগিতাত অসমৰ মহিলা আৰু জুনিয়ৰ ছোৱালী দলে দলীয় শাখাত খিতাপ দখল কৰিছে। অৱশ্যে জুনিয়ৰ ল'ৰাৰ দলীয় শাখাৰ ফাইনেলত অসমৰ দলটো মিজোৰামৰ বিৰুদ্ধে ২-০ গেমৰ ব্যৱধানত পৰা...

September 10, 2024 12:52 PM

পুৰুষৰ এছিয় চেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতাত জাপানৰ বিৰুদ্ধে ভাৰতৰ ৫-১ গ’লত বিজয় সাব্যস্ত

ভাৰতে কালি চীনৰ হুলুনবুৰত অনুষ্ঠিত পুৰুষৰ এছিয় চেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতাত জাপানৰ বিৰুদ্ধে ৫-১ গ'লত বিজয় সাব্যস্ত কৰে। ভাৰতৰ হৈ সুখজীত সিঙে খেলৰ দ্বিতীয় আৰু ৬০ মিনিটত গ'ল দিয়াৰ বিপৰীতে অভিষেকে তৃতীয়, সঞ্জয়ে ১৭ আৰু উত্তম সিঙে ৫৪ মিনিটত গ'ল দিয়ে। খেলৰ ৪১ মিনিটত মাছুমোটো কাজুমাছাৰ জৰিয়তে ...

September 10, 2024 12:49 PM

যোৰহাটত চলি থকা ১৫ বছৰ অনুৰ্ধৰৰ ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাত আজি অসম তেলেংগানাৰ বিৰুদ্ধে অৱৰ্তীণ

যোৰহাট জিলাত চলি থকা ১৫ বছৰ অনুৰ্ধৰৰ ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাৰ কালিৰ এখন খেলত অসমে তামিলনাডুক ৩-২ গ’লৰ ব্যৱধানত পৰাস্ত কৰে। আনহাতে, আন এখন খেলত লাক্ষাদ্বীপে মধ্যপ্রদেশক ২-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰে। ক্ষন্তেক সময়ৰ পাছত হ'বলগীয়া এখন খেলত মধ্য প্রদেশ তামিলনাডুৰ মুখামুখি হ'ব। বিয়লি ৩ বজাত অনুষ্ঠি...

September 9, 2024 11:31 AM

পেৰিছ পেৰালিম্পিকৰ সামৰণি, ভাৰতৰ ৭টা সোণসহ মুঠ ২৯টা পদক লাভ

পেৰিছ পেৰালিম্পিক প্ৰতিযোগিতা কালি নিশা বৰ্ণিল কাৰ্যসূচীৰে সামৰণি পৰে। বিশ্বৰ ১৬৮টা পেৰালিম্পিক প্রতিনিধি দলৰ ৪ হাজাৰ ৪০০ খেলুৱৈৰ উপস্থিতিত দেশখনৰ লোক সংস্কৃতি আৰু সংগীতৰ পৰিৱেশনেৰে সামৰণী অনুষ্ঠান অধিক মননশীল কৰি তোলে। পেৰিছৰ মেয়ৰ এন্নে হিডালগোৱে পেৰালিম্পিকৰ পতাকা আন্তঃৰাষ্ট্ৰীয় পেৰালিম্পিক সমিত...

September 9, 2024 11:13 AM

বাংলাদেশৰ বিৰুদ্ধে খেলিবলগীয়া দুখনীয়া টেষ্ট শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা

ভাৰতে বাংলাদেশৰ বিৰুদ্ধে খেলিবলগীয়া দুখনীয়া টেষ্ট শৃংখলাৰ দল ঘোষণা কৰিছে। এই দলত প্ৰথমবাৰৰ বাবে বাঁওহতীয়া পেছ বলাৰ য়াছ দয়াল অন্তৰ্ভুক্ত হোৱাৰ লগতে কে এল ৰাহুল আৰু ঋষভ পণ্ট পুনৰ অন্তর্ভুক্ত হৈছে। অহা ২৯ ছেপ্তেম্বৰত আৰম্ভ হ'বলগীয়া এই টেষ্ট শৃংখলাৰ প্ৰথমখন খেল চেন্নাইৰ এম এ চিডাম্বৰম ষ্টেডিয়ামত ...

September 8, 2024 9:12 PM

পেৰিছ পেৰালিম্পিকৰ আজি নিশা সামৰণি

পেৰিছ পেৰালিম্পিকৰ আজি নিশা সামৰণি পৰিব। ভাৰতে এইবাৰৰ সংস্কৰণত ৭ টা সোণ, ৯ টা ৰূপ আৰু ১৩ টা ব্ৰঞ্জসহ মুঠ ২৯ টা পদকেৰে ষষ্ঠদশ স্থান লাভ কৰিছে। পেৰা অলিম্পিকৰ ইতিহাসত এয়া ভাৰতৰ সর্বশ্রেষ্ঠ প্ৰদৰ্শন। আৰ্ছাৰিত সোণৰ পদক অৰ্জন কৰা হৰবিন্দৰ সিং আৰু দৌৰবিদ প্রীতি পালে সামৰণি অনুষ্ঠানত দেশৰ পতাকা বহন কৰিব। ...

September 8, 2024 9:09 PM

য়’নেক্স চানৰাইজ উত্তৰ পূৱ মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্রতিযোগিতাত অসমৰ মহিলা দলৰ লগতে জুনিয়ৰ ল’ৰা আৰু ছোৱালী দলৰ ফাইনেলত প্ৰৱেশ

গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা ক্রীড়া প্ৰকল্পৰ কনকলতা ইন্দোৰ ষ্টেডিয়ামত চলি থকা ৰাষ্ট্ৰীয় পৰ্যায়ৰ য়'নেক্স চানৰাইজ উত্তৰ পূৱ মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্রতিযোগিতাত অসমৰ মহিলা দলৰ লগতে জুনিয়ৰ ল'ৰা আৰু ছোৱালী দলেও ফাইনেলত প্ৰৱেশ কৰিছে। অসম বেডমিণ্টন সন্থাই আয়োজন কৰা এই প্ৰতিযোগিতাখনৰ দলীয় শাখাৰ...

September 8, 2024 8:16 PM

এছিয়া কাপ হকীত  চীনৰ বিৰুদ্ধে ভাৰতৰ ৩-০ ফলাফলত জয়ী

এছিয়া কাপ হকীত আজি ভাৰতে আয়োজক চীনক ৩-০ ফলাফলত পৰাস্ত কৰে। খেলৰ প্ৰথম তিনিটা কোৱাৰ্টাৰৰ প্রতিটোতে সুখজিৎ সিং, উত্তম সিং আৰু অভিষেকে এটাকৈ গ'ল দি উদ্বোধনী খেলখনত ভাৰতৰ জয় নিশ্চিত কৰে। কাইলৈ ভাৰত জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। যোৱা মাহত পেৰিছ অলিম্পিকত ব্ৰঞ্জৰ পদক দখল কৰাৰ পাছত ভাৰতে পঞ্চমটো খিতাপ লা...

September 8, 2024 7:53 PM

ভাৰতে ২০৩০ চনত যুৱ অলিম্পিক আৰু ২০৩৬ চনত গ্ৰীষ্মকালীন অলিম্পিক আয়োজনৰ দায়িত্ব লাভৰ বাবে চেষ্টা চলাব বুলি কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰীৰ প্ৰকাশ

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই কৈছে যে, ভাৰতে ২০৩০ চনত যুৱ অলিম্পিক আৰু ২০৩৬ চনত গ্ৰীষ্মকালীন অলিম্পিক আয়োজনৰ দায়িত্ব লাভৰ বাবে চেষ্টা চলাব। নতুন দিল্লীত আজি অলিম্পিক কাউন্সিল অৱ এছিয়াৰ ৪৪ সংখ্যক সাধাৰণ সভাত ভাষণ দি মন্ত্ৰীগৰাকীয়ে আজি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।