খেল

May 26, 2024 7:18 PM

ভাৰতৰ ছিমৰন শৰ্মাৰ বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন

ভাৰতৰ ছিমৰন শৰ্মাই জাপানৰ ক'বেত অনুষ্ঠিত বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপৰ মহিলাৰ ২০০ মিটাৰ দৌৰৰ টি-টুৱেলভ শাখাত সোণৰ পদক অৰ্জন কৰিছে। খেলুৱৈগৰাকীয়ে কালি ২৪ দশমিক ৯-৫ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি স্বৰ্ণপদক হস্তগত কৰাৰ লগতে পেৰালিম্পিকৰ হৈ যোগ্যতা অৰ্জন কৰে। ভাৰতে এইবাৰ বিশ্ব পেৰা এথলেটিক্স চেম্পিয়ন...

May 26, 2024 7:00 PM

কনকলতা বৰুৱা  আন্তঃজিলা মহিলা ক্রিকেট প্রতিযোগিতাত বৰপেটা জিলা দল বিজয়ী

অসম ক্রিকেট সন্থাৰ উদ্যোগত বৰপেটাত অনুষ্ঠিত কনকলতা বৰুৱা আন্তঃজিলা মহিলা ক্রিকেট প্রতিযোগিতাৰ আজি অনুষ্ঠিত চি গ্ৰুপৰ অন্তিমখন খেলত ঘৰুৱা দল বৰপেটাই নগাঁও জিলা দলক পৰাজিত কৰে। বৰপেটা জিলা ক্রীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত খেলখনত বৰপেটা ২০ ৰাণত বিজয়ী হয়। এই জয়ৰ সুবাদত বৰপেটা প্ৰতিযোগিতাখনৰ চূড়ান্ত ...

May 26, 2024 1:14 PM

আৰ্চাৰী বিশ্বকাপ ২০২৪ৰ দ্বিতীয় পৰ্যায়ত ভাৰতীয় মহিলাৰ দলটোৰ সোণৰ পদক অৰ্জন

কোৰিয়াৰ য়েচেওনত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপ ২০২৪ৰ দ্বিতীয় পৰ্যায়ত ভাৰতৰ অদিতি স্বামী, জ্যোতি সুৰেখা ভেন্নাম আৰু পানীত কৌৰৰ দলটোৱে সোণৰ পদক লাভ কৰিছে। ভাৰতীয় মহিলাৰ দলটোৱে তুর্কীৰ হাজাল বুৰুণ, আইছে বেৰা চুজাৰ আৰু বেগম য়ুৱাক পৰাস্ত কৰি সোণৰ পদক দখল কৰিবলৈ সক্ষম হয়। ইয়াৰ পূৰ্বে ভাৰতীয় ধনুর্বিদৰ দলটোৱে ক...

May 26, 2024 12:59 PM

টি-টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ বাবে ৰোহিত শর্মাসহ ভাৰতীয় খেলুৱৈৰ প্ৰথমটো দল আমেৰিকালৈ ৰাওনা

২ জুনত আৰম্ভ হ'বলগীয়া টি-টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে অধিনায়ক ৰোহিত শর্মাসহ ভাৰতীয় খেলুৱৈৰ প্ৰথমটো দল কালি আমেৰিকালৈ ৰাওনা হয়। দলটোত ৰোহিত শৰ্মাৰ উপৰি যশপ্ৰীত বুমৰাহ, সূর্য কুমাৰ যাদৱ, ৰবীন্দ্র জাদেজা, শিৱম ডুবে, মহম্মদ ছিৰাজ, অর্শদীপ সিং, খলিল আহমেদ, কুলদীপ যাদব, অক্ষৰ ...

May 26, 2024 12:57 PM

বিশ্ব পেৰা এথলেটিক্স চেম্পিয়নশ্বিপত ভাৰতৰ ছিমৰন শৰ্মাৰ সোণৰ পদক অৰ্জন

জাপানৰ কোবেত অনুষ্ঠিত বিশ্ব পেৰা এথলেটিক্স চেম্পিয়নশ্বিপত ভাৰতৰ ছিমৰন শৰ্মাই সোণৰ পদক লাভ কৰিছে। ছিমৰনে কালি প্রতিযোগিতাৰ মহিলাৰ ২০০ মিটাৰ টী-টুবেল্ড শাখাৰ ফাইনেলত ২৪ দশমিক ৯-৫ ছেকেণ্ডত এই যোগ্যতা অর্জন কৰে। উল্লেখযোগ্য যে ভাৰত এইবাৰ বিশ্ব পেৰা এথলেটিক্স চেম্পিয়নশ্বিপত ছটা সোণৰ পদক সহ মুঠ ১৭ টা পদকে...

May 26, 2024 12:54 PM

পি ভি সিন্ধু মালয়েছিয়া মাষ্টাৰ্ছ বেডমিন্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ

অলিম্পিকত পদক বিজেতা পি ভি সিন্ধু আজি কোৱালালামপুৰত অনুষ্ঠিত মালয়েছিয়া মাষ্টাৰ্ছ বেডমিন্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত চীনৰ ঝি য়ি ৱাঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় বেডমিন্টন খেলুৱৈগৰাকীয়ে কালি ছেমি ফাইনেলত থাইলেণ্ডৰ বুছানন অংবামৰাংফানক ১৩-২১, ২১ ১৬, ২১-১২ গেমত পৰাস্ত কৰে। আনহাতে বাঙে নিজ দেশ...

May 26, 2024 12:52 PM

আই পি এল ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীর্ণ

ছানৰাইজাৰ্ছ হায়দৰাবাদ আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া আই পি এল ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীর্ণ হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। ছানৰাইজাৰ্ছ হায়দৰাবাদে প্রতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰ খেলত ৰাজস্থান ৰয়েলছক ৩৬ ৰানত পৰাস্ত কৰি ফাইনেলত প্ৰৱে...

May 25, 2024 8:30 PM

বিশ্ব টেবল টেনিছ কনটেণ্ডাৰ পুৰুষৰ ডাবলছৰ ছেমিফাইনেলত ভাৰতৰ মানুষ উৎপলভাই শ্বাহ আৰু মানৱ বিকাশ ঠক্কৰ

ভাৰতৰ মানুষ উৎপলভাই শ্বাহ আৰু মানৱ বিকাশ ঠক্কৰে ৰিঅ’ডি জেনেৰিঅ’ত অনুষ্ঠিত বিশ্ব টেবল টেনিছ কনটেণ্ডাৰ প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। মানুষ আৰু মানৱৰ যুটীটোৱে আজি কোৱাৰ্টাৰ ফাইনেলৰ লুকাছ ৰোমানছকি আৰু ফেলিপে ডোটিৰ যুটীটো ৩-০ ফলাফলত পৰাস্ত কৰে। ভাৰতীয় যুটীটোৱে আজি সন্ধিয়া ছেমি ফা...

May 25, 2024 7:52 PM

মালয়েছিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছ শাখাৰ ফাইনেলত প্ৰৱেশ পি ভি সিন্ধু

দুবাৰকৈ অলিম্পিকৰ পদক বিজেতা ভাৰতৰ পি ভি সিন্ধুৱে মালয়েছিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছ শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। কোৱালালামপুৰত আজি অনুষ্ঠিত প্রতিযোগিতাৰ এখন ছেমি ফাইনেল খেলত তাৰকা খেলুৱৈগৰাকীয়ে বিশ্বৰ কুৰিসংখ্যক স্থানৰ খেলুৱৈ থাইলেণ্ডৰ বুছানন অংবামৰুংফানৰ বিৰুদ্ধে প্ৰথমটো ছে...

May 25, 2024 6:36 PM

আই ডব্লিউ এফ বিশ্ব যুৱ ভাৰত্তোলন প্রতিযোগিতাত দেৱব্ৰত ভৰালীৰ স্বৰ্ণ পদক লাভ

পেৰুত অনুষ্ঠিত আই ডব্লিউ এফ বিশ্ব যুৱ ভাৰত্তোলন প্রতিযোগিতাত অসমৰ দেৱব্ৰত ভৰালীয়ে স্বৰ্ণ পদক লাভ কৰি ৰাজ্যলৈ সুনাম কঢ়িয়াই আনিছে। ৭৩ কেজি শাখাত স্লেটছত ১৩৬ কেজি আৰু ক্লিন এণ্ড জাকত ১৬০ কেজি উত্তোলন কৰি ভৰালীয়ে এই সাফল্য অর্জন কৰিছে। যুৱ ভাৰত্তোলকৰ দলটো মুখ্য প্ৰশিক্ষক ৰূপত অসমৰ অলকেশ বৰুৱাই নেতৃত...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।