খেল

May 31, 2024 12:16 PM

ছিংগাপুৰ অ’পেন বেডমিণ্টন প্রতিযোগিতাত কোৱাৰ্টাৰ ফাইনেলত পিভি সিন্ধু কেৰ’লিনা মেৰিনৰ বিৰুদ্ধে পৰাস্ত

ভাৰতৰ তাৰকা খেলুৱৈ পিভি সিন্ধু কালি ছিংগাপুৰ অ'পেন বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত কেৰ'লিনা মেৰিনৰ বিৰুদ্ধে পৰাস্ত হয়। এয়া হ'ল স্পেইনৰ প্ৰতিদ্বন্দী খেলুৱৈগৰাকীৰ বিৰুদ্ধে সিন্ধুৰ একেৰাহে ষষ্ঠ পৰাজয়। ইয়াৰ পূৰ্বে সিন্ধুৱে প্ৰথম ৰাউণ্ডত বিশ্বক্ৰমৰ ২১ সংখ্যক স্থানৰ খেলিৱৈ...

May 31, 2024 12:09 PM

অংকুশিতা বড়ো বিশ্ব অলিম্পিক বক্সিং কোৱালিফায়াৰৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ অংকুশিতা বড়োৱে থাইলেণ্ডৰ বেংককত অনুষ্ঠিত বিশ্ব অলিম্পিক বক্সিং কোৱালিফায়াৰৰ মহিলাৰ ৬০ কিল'গ্রাম ওজন শাখাত কাজাখস্তানৰ খেলুৱৈৰ বিৰুদ্ধে ৪-১ ফলাফলত জয়লাভ কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ইপিনে পুৰুষৰ ৭১ ভাৰতৰ নিশান্ত দেৱেও থাইলেণ্ডৰ পীৰাপাট ইয়েচুংনোয়েনৰ বিৰুদ্ধে ৫-০ ফলাফলত জয়লাভ কৰি কোৱ...

May 30, 2024 8:33 PM

পি এছ এ ছেলেঞ্জ কাপ স্কোৱাচ প্ৰতিযোগিতাত ভাৰতৰ ৰাধিকা চিলান কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

হংকঙত অনুষ্ঠিত পি এছ এ ছেলেঞ্জ কাপ স্কোৱাচ প্ৰতিযোগিতাত ভাৰত ৰাধিকা চিলানে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ষষ্ঠ বাচনিৰ ভাৰতৰ ৰাধিকাই হংকঙৰ কা হুৱেন লিয়ুং ৩-২ ব্যৱধানত পৰাস্ত কৰে। কোৱাৰ্টাৰ ফাইনেলত ৰাধিকাৰই মালয়েছিয়াৰ ছেহভিট্টাৰ মুখামুখি হ'ব।

May 30, 2024 5:38 PM

পি ভি সিন্ধু ছিংগাপুৰ অ’পেন বি ডব্লিউ এফ ছুপাৰ ছেভেন ফিফটি বেডমিণ্টন প্রতিযোগিতাত মহিলাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ

ভাৰতৰ তাৰকা খেলুৱৈ পি ভি সিন্ধু ছিংগাপুৰ অ'পেন বি ডব্লিউ এফ ছুপাৰ ছেভেন ফিফটি বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে। প্ৰথম ৰাউণ্ডৰ খেলত সিন্ধুৱে বিশ্বক্ৰমৰ ২১ নম্বৰ স্থানৰ লিনে জায়েছফেল্ড ২১-১২, ২২-২০ গেমত পৰাস্ত কৰে। অৱশ্যে পুৰুষৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডত লক্ষ্য সেন আৰু ...

May 30, 2024 6:32 PM

ভাৰতৰ শচীন চিৱাছ বিশ্ব অলিম্পিক বক্সিং কোৱালিফায়াৰ প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত

থাইলেণ্ডৰ বেংককত চলি থকা বিশ্ব অলিম্পিক বক্সিং কোৱালিফায়াৰ প্ৰতিযোগিতাৰ পুৰুষৰ ৫৭ কিলোগ্রাম শাখাত ভাৰতৰ শচীন চিৱাছে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। তেওঁ তুৰস্কৰ প্ৰতিদ্বন্দ্বীক ৫-০ৰ ব্যৱধানত পৰাস্ত কৰি বিজয় সাব্যস্ত কৰে। আৰু দুখন খেলত জয়লাভ কৰিব পাৰিলেই চিৱাছে পেৰিছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন ক...

May 30, 2024 1:50 PM

বিশ্ব অলিম্পিক বক্সিং কোৱালিফায়াৰত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ অংকুশিতা বড়োৰ

ভাৰতৰ অংকুশিতা বড়ো থাইলেণ্ডৰ বেংককত চলি থকা বিশ্ব অলিম্পিক বক্সিং কোৱালিফায়াৰ প্ৰতিযোগিতাৰ মহিলাৰ ৬০ কিলোগ্রাম ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। খেলুৱৈগৰাকীয়ে কালি কাজাখস্তানৰ প্ৰতিদ্বন্দ্বীক ৮-১ ফলাফলত পৰাস্ত কৰে। প্ৰতিযোগিতাত পুৰুষৰ ৭১ কিলোগ্রাম ওজন শাখাত ভাৰতৰ নিশান্ত দেৱেও থাইলেণ্ডৰ প...

May 30, 2024 12:54 PM

ছিংগাপুৰ অ’পেন বি ডব্লিউ এফ ছুপাৰ ছেভেন ফিফটি বেডমিণ্টনত মহিলাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডলৈ অগ্ৰসৰ পি ভি সিন্ধু

ভাৰতৰ তাৰকা খেলুৱৈ পি ভি  সিন্ধু ছিংগাপুৰ অ’পেন বি ডব্লিউ এফ ছুপাৰ ছেভেন ফিফটি বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে। প্ৰথম ৰাউণ্ডৰ খেলত সিন্ধুৱে বিশ্বক্ৰমৰ ২১ সংখ্যক স্থানৰ লিনে জায়েৰ্ছফেল্ড ২১-১২, ২২-২০ গেমত পৰাস্ত কৰে। অৱশ্যে পুৰুষৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডত লক্ষ্য সেন ...

May 30, 2024 12:59 PM

নৰৱেত অনুষ্ঠিত দবা প্ৰতিযোগিতাত ভাৰতৰ প্ৰাজ্ঞানন্দা ক্লাছিকেল ইভেণ্টত মেগনাছ কাৰ্লচেনৰ বিৰুদ্ধে জয়ী

♦ নৰৱেত অনুষ্ঠিত এখন দবা প্ৰতিযোগিতাত ভাৰতৰ প্ৰাজ্ঞানন্দাই ক্লাছিকেল ইভেণ্টত প্ৰথমবাৰৰ বাবে মেগনাছ কাৰ্লচেনক পৰাস্ত কৰে। ১৮ বছৰীয়া ভাৰতীয় খেলুৱৈগৰাকীয়ে নৰৱে দবা প্রতিযোগীতা ২০২৪ৰ তৃতীয় ৰাউণ্ডত বিশ্বৰ ১ নম্বৰ স্থানত থকা খেলুৱৈগৰাকীক পৰাস্ত কৰে। এই জয়ৰ জৰিয়তে প্রাগ্যনানন্দাই ৫.৫ পইণ্টেৰে প্ৰতিযো...

May 29, 2024 7:27 PM

পেৰিছ অলিম্পিকৰ বক্সিঙৰ বিশ্ব যোগ্যতা নিৰূপণকাৰী প্রতিযোগিতাত অৰুন্ধতি চৌধুৰীৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ৰাষ্ট্ৰীয় চেম্পিয়ন অৰুন্ধতি চৌধুৰীয়ে আজি থাইলেণ্ডৰ বেংককত অনুষ্ঠিত পেৰিছ অলিম্পিকৰ বক্সিঙৰ বিশ্ব যোগ্যতা নিৰূপণকাৰী প্রতিযোগিতাৰ ৬৬ কিলোগ্রাম শাখাৰ খেলত জয়লাভ কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। চৌধুৰীয়ে প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ডত প'ৰেটো ৰিকোৰ ষ্টিফেনি পিনেইবোৰ বিৰুদ্ধে সহজে জয়লাভ কৰাৰ বিপৰ...

May 29, 2024 6:49 PM

চাৰ্বিয়াৰ টেনিছ তাৰকা ন’ভাক জক’ভিচ ফ্রেন্স অপেনৰ দ্বিতীয় ৰাউণ্ডলৈ উন্নীত

চাৰ্বিয়াৰ টেনিছ তাৰকা ন'ভাক জক'ভিচ ফ্রেন্স অপেনৰ দ্বিতীয় ৰাউণ্ডলৈ উন্নীত হৈছে। পেৰিছত যোৱা নিশা অনুষ্ঠিত অপেনিং ৰাউণ্ডৰ খেলত পিয়েৰি হিউগছ হাৰবাৰ্টৰ বিৰুদ্ধে খেলি জ'কভিচে জয় লাভ কৰে। দ্বিতীয় ৰাউণ্ডত ৩৭ বছৰীয়া জক'ভিচে স্পেনিয়াৰ্ড ৰবাৰ্ট কাৰ্বালেছ বায়েনাৰ সৈতে মুখামুখি হ'ব। জ'ক'ভিচে এইবাৰ ফ্রেন...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।