খেল

August 3, 2024 8:52 PM

পেৰিছ অলিম্পিকৰ মহিলাৰ আৰ্চাৰীত ভাৰতৰ দীপিকা কুমাৰী পৰাজিত

ভাৰতৰ দীপিকা কুমাৰী আজি পেৰিছ অলিম্পিকৰ মহিলাৰ আৰ্চাৰীৰ ব্যক্তিগত শাখাৰ কোৱাৰ্টাৰ ফাইনেলত দক্ষিণ কোৰিয়াৰ প্ৰতিদ্বন্দ্বীৰ হাতত ৪-৬ৰ ফলাফলত পৰাজিত হয়। দেশৰ আন এগৰাকী আৰ্চাৰ ভজন কৌৰ ইণ্ডোনেছিয়াৰ ডায়নান্দা চোইৰুনিচাৰ হাতত পৰাজিত হৈ প্ৰি-কোৱাৰ্টাৰ ফাইনেলৰ পৰা বাহিৰ হৈছে। ইয়াৰ লগে লগে আৰ্চাৰীত ভাৰতৰ ...

August 3, 2024 2:28 PM

পেৰিছ অলিম্পিক আজি ভাৰতীয় এথলিটসকলে শ্বুটিং, আৰ্চাৰী, বক্সিং, নৌকা চালনা আৰু গ’ল্ফত প্রতিদ্বন্দ্বিতা আগবঢ়াব

পেৰিছ অলিম্পিকৰ অষ্টম দিনা আজি ভাৰতীয় এথলিটসকলে শ্বুটিং, আৰ্চাৰী, বক্সিং, নৌকা চালনা আৰু গ’ল্ফত প্রতিদ্বন্দ্বিতা আগবঢ়াব। শুটিঙত মনু ভাকৰ তৃতীয়টো পদকৰ বাবে মহিলাৰ ২৫ মিটাৰ পিষ্টল শিতানৰ ফাইনেলত অৱতীৰ্ণ হৈছিল যদিও পদক লাভত তেওঁ ব্যর্থ হয়। আজি তেওঁ চতুর্থ স্থান লাভ কৰে। ভাকৰে ইতিমধ্যে মহিলাৰ ১০ মিট...

August 3, 2024 2:08 PM

ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত ৰোমান্সকৰভাৱে ড্ৰ’

ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল কালি ৰোমান্সকৰভাৱে ড্ৰ' হয়। ভাৰতে ২৩১ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ৪৭ অভাৰ আৰু ৫টা বলত আটাইকেইটা উইকেট হেৰুৱাই ২৩০ ৰান সংগ্ৰহ কৰে। ইয়াৰ পূৰ্বে শ্রীলংকাই টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ৫০ অভাৰত ৮টা উইকেটৰ ...

August 3, 2024 1:58 PM

১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবলত আজি গ্ৰুপ-ইৰ দ্বিতীয়খন খেলত আই এছ এলৰ দল ওড়িশা এফ চিয়ে বি এছ এফ ফুটবল দলৰ সৈতে খেলিব

চলিত ১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ আজি কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত হ'বলগীয়া গ্ৰুপ-ইৰ দ্বিতীয়খন খেলত আই এছ এলৰ দল ওড়িশা এফ চিয়ে বি এছ এফ ফুটবল দলৰ সৈতে খেলিব। আবেলি ৪ বজাৰ পৰা এই মেচখন অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে উভয় দলৰ বাবে এয়া প্ৰতিযোগিতাৰ প্ৰথম খেল।

August 2, 2024 7:23 PM

৩ খনীয়া এদিনীয়া শৃংখলাৰ প্ৰথমখন খেলত শ্রীলংকাই ভাৰতক জয়ৰ বাবে ২৩১ ৰাণৰ লক্ষ্য নির্ধাৰণ

ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত ৩ খনীয়া এদিনীয়া শৃংখলাৰ প্ৰথমখন খেলত শ্রীলংকাই ভাৰতক জয়ৰ বাবে ২৩১ ৰাণৰ লক্ষ্য নির্ধাৰণ কৰি দিছে। খেল আৰম্ভণিতে শ্রীলংকাই বেটিং কৰি নিৰ্ধাৰিত ৫০ অভাৰত ৮ টা উইকেট হেৰুৱাই ২৩০ ৰাণ সংগ্ৰহ কৰে। প্রত্যুত্তৰত আমাৰ বাতৰি যুগুতোৱাৰ পৰলৈকে ভাৰতে ২ অভাৰত এটাও উইকেট নেহেৰুৱাক...

August 2, 2024 6:52 PM

পেৰিছ অলিম্পিকত আৰ্চাৰ অংকিতা ভকত আৰু ধীৰাজ বোম্মাদেবাৰা কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

পেৰিছ অলিম্পিকৰ সপ্তম দিনা আজি আৰ্চাৰ অংকিতা ভকত আৰু ধীৰাজ বোম্মাদেবাৰা দলীয় মিক্সড শিতানত ইণ্ডোনেছিয়াক ৫-১ ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেল খেল খেলাৰ যোগ্যতা অৰ্জন কৰে। পুৰুষৰ হকীত ভাৰতীয় দলে গ্রুপ পৰ্যায়ৰ শেষৰখন খেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয়াৰ্ধৰ খেলৰ শেষত ৩-১ গলত আগবাঢ়ি আছে। ইপিনে, ...

August 2, 2024 5:53 PM

পেৰিছ অলিম্পিকত ভাৰতীয় হকী দলটো আজি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

পেৰিছ অলিম্পিকত ভাৰতীয় হকী দলটো আজি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ইতিমধ্যে কোৱাৰ্টাৰ ফাইনেল পৰ্যায়লৈ উন্নীত হোৱা ভাৰতীয় দলটোৱে আজি বিয়লি ৪.৪৫ মিনিটত হ'বলগীয়া পুল মেটচত অংশগ্ৰহণ কৰিব। ভাৰতৰ হৈ শ্বুটিং, আৰ্চাৰী, বেডমিণ্টন, জুডো আৰু এথলেটিকছ শাখাত কেইবাগৰাকীও খেলুৱৈ আজি প্ৰতিযোগিতাত অৱতীৰ্ণ ...

August 2, 2024 2:54 PM

পেৰিছ অলিম্পিকত ভাৰতীয় হকী দলটো আজি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

পেৰিছ অলিম্পিকত ভাৰতীয় হকী দলটো আজি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ইতিমধ্যে কোৱাৰ্টাৰ ফাইনেল পৰ্যায়লৈ উন্নীত হোৱা ভাৰতীয় দলটোৱে আজি বিয়লি ৪.৪৫ মিনিটত হ'বলগীয়া পুল মেটচত অংশগ্ৰহণ কৰিব। ভাৰতৰ হৈ শ্বুটিং, আৰ্চাৰী, বেডমিণ্টন, জুডো আৰু এথলেটিকছ শাখাত কেইবাগৰাকীও খেলুৱৈ আজি প্ৰতিযোগিতাত অৱতীৰ্ণ ...

August 2, 2024 12:13 PM

ভাৰতৰ মহিলা শ্বুটাৰ মনু ভাকৰে অলিম্পিকত আজি তৃতীয়টো পদক লাভৰ লক্ষ্যৰে পুনৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব

চলিত পেৰিছ অলিম্পিকত ইতিমধ্যে দুটা পদক জয় কৰি ইতিহাস গঢ়া ভাৰতৰ মহিলা শ্বুটাৰ মনু ভাকৰে আজি তৃতীয়টো পদক লাভৰ লক্ষ্যৰে পুনৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব। মহিলাৰ ২৫ মিটাৰ পিষ্টল শাখাত আজি দিনৰ ১২.৩০ বজাত মনু আৰু ভাৰতৰ আন এগৰাকী শ্বুটাৰ ঈশা সিং অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে, পেৰিছ অলিম্পিকত দেশক প্ৰথমটো পদ...

August 2, 2024 8:01 AM

পেৰিছ অলিম্পিকত বেডমিণ্টনত পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ লক্ষ্য সেন চীনা টাইপেইৰ চৌ টিয়েন চেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

■ ভাৰতৰ লক্ষ্য সেন আজি পেৰিছ অলিম্পিকৰ সপ্তম দিনা বেডমিণ্টনৰ পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত চীনা টাইপেইৰ চৌ টিয়েন চেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। একেদৰে এইবাৰৰ অলিম্পিকত দুটাকৈ পদক বিজয়ী মনু ভাকৰে আজি বিয়লি মহিলাৰ ২৫ মিটাৰ এয়াৰ পিষ্টলৰ যোগ্যতা নিৰূপণ ৰাউণ্ডত অভিযান আৰম্ভ কৰিব। যুডোত তুলিকা মানে মহি...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।