খেল

August 7, 2024 12:53 PM

কলম্বোত আজি ভাৰত আৰু শ্ৰীলংকাৰ মাজত তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ অন্তিমখন খেল

ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল কলম্বোৰ আৰ প্রেমদাসা ষ্টেডিয়ামত আজি অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ আঢ়ৈ বজাত আৰম্ভ হ'ব। শ্রীলংকাই দ্বিতীয়খন এদিনীয়াত ৩২ ৰাণত জয়লাভ কৰি শৃংখলাত ১-০ ফলাফলত আগবাঢ়ি আছে। শৃংখলাৰ প্ৰথমখন খেল ড্র হৈছিল। ...

August 6, 2024 9:17 PM

পেৰিছ অলিম্পিকত নীৰজ চোপ্ৰাই জেভলিন থ্ৰ’ত ৮৯.৩৪ মিটাৰ কৰি ফাইনেলত প্ৰৱেশ

পেৰিছ অলিম্পিকত যোৱাবাৰৰ চেম্পিয়ন নীৰজ চোপ্ৰাই আজি পুৰুষৰ জেভলিন থ্ৰ'ত ৮৯.৩৪ মিটাৰ কৰি ফাইনেলত প্ৰৱেশ কৰিছে। একেটা ইভেন্টতে এছিয়ান গেমছত ৰূপক পদক লাভ কৰা কিশোৰ কুমাৰ জেনাই গ্রুপ-এৰ যোগ্যতা নির্ণয়কাৰী ৰাউণ্ডত ১৫ স্থানতে থমকি ৰ'বলগীয়া হয়। মল্লযুদ্ধত এছিয়ান গেমছ আৰু কমনৱেলথ গেমছত সোণৰ পদক বিজেতা ...

August 6, 2024 7:57 PM

পেৰিছ অলিম্পিকৰ মহিলাৰ মল্লযুদ্ধৰ ৫০ কিলোগ্রাম ওজন শাখাৰ ফ্ৰিষ্টাইল শিতানৰ ছেমি ফাইনেলত প্ৰৱেশ ভাৰতৰ ৱিনেশ ফোগত

ভাৰতৰ ৱিনেশ ফোগতে আজি ইউক্রেইনৰ অ'কছানা লিভাচক ৭-৫ ফলাফলত পৰাস্ত কৰি পেৰিছ অলিম্পিকৰ মহিলাৰ মল্লযুদ্ধৰ ৫০ কিলোগ্রাম ওজন শাখাৰ ফ্ৰিষ্টাইল শিতানৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে। ৱিনেশ ভাৰতীয় সময় অনুসৰি আজি নিশা ১০ বাজি ২৫ মিনিটত হবলগীয়া ছেমি ফাইনেলত কিউবাৰ য়ুজনেলিছ গুজমান লোপেজ অথবা লিথুয়েনিয়াৰ গাবিজা ...

August 6, 2024 1:32 PM

অলিম্পিকত আজি ভাৰতীয় খেলুৱৈসকলে হকী, এথলেটিকছ, টেবুল টেনিছ আৰু মল্লযুদ্ধৰ বিভিন্ন শিতানত প্ৰতিদ্বন্দ্বিতা

মহিলাৰ টেবুল টেনিছৰ দলীয় ইভেণ্টত কালি ভাৰতৰ মণিকা বাটা, শ্ৰীজা আকুলা আৰু অৰ্চনা কামাথে প্রি-কোৱাৰ্টাৰ ফাইনেলত ৰোমানিয়াৰ মহিলা দলক ৩-২ত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। অৱশ্যে বেডমিণ্টনৰ পুৰুষৰ ছিংগলছত ব্ৰঞ্জৰ পদকৰ বাবে হোৱা খেলত ভাৰতৰ লক্ষ্য সেন মালয়েছিয়াৰ লি জি জিয়াৰ বিৰুদ্ধে ২১-১৩, ১৬...

August 6, 2024 1:29 PM

ভাৰতৰ অবিনাশ ছাবলেই পুৰুষৰ ৩ হাজাৰ মিটাৰ ষ্টিপলচেজৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ অবিনাশ ছাবলেই পুৰুষৰ ৩ হাজাৰ মিটাৰ ষ্টিপলচেজৰ ফাইনেলত প্ৰৱেশ কৰিছে। ইয়াৰ সুবাদত খেলুৱৈগৰাকীয়ে এই কৃতিত্ব অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় পুৰুষ হিচাপে ইতিহাস সৃষ্টি কৰিছে। ছাবলেই যোগ্যতা নির্ণয়কাৰী ৰাউণ্ডত ৮ মিনিট আৰু ১৫ দশমিক ৪-৩ ছেকেণ্ডেৰে পঞ্চম স্থান লাভ কৰি ফাইনেললৈ যোগ্যতা অৰ্জন কৰে। এই ফা...

August 5, 2024 12:37 PM

তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰত কালি শ্ৰীলংকাৰ হাতত পৰাস্ত

ভাৰত আৰু শ্ৰীলংকাৰ মাজত কলম্বোৰ আৰ প্রেমদাসা ষ্টেডিয়ামত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত কালি শ্রীলংকাই ভাৰতক ৩২ ৰানত পৰাজিত কৰে। ভাৰতে ২৪১ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ৪২ অভাৰ দুটা বলত আটাইকেইটা উইকেট হেৰুৱাই ২০৮ ৰানহে কৰিবলৈ সমর্থ হয়। দলৰ হৈ ৰোহিত শৰ্মাই ৪৪টা বলত...

August 5, 2024 12:36 PM

পেৰিচ অলিম্পিকত আজি লক্ষ্য সেন মালয়েছিয়াৰ জি জিয়া লীৰ বিৰুদ্ধে অৱতীৰ্ণ

চলিত পেৰিচ অলিম্পিকৰ আজি দশম দিনটোত ভাৰতৰ বেডমিণ্টন খেলুৱৈ লক্ষ্য সেনে ব্ৰঞ্জৰ পদক জয়ৰ লক্ষ্যৰে মালয়েছিয়াৰ জি জিয়া লীৰ বিৰুদ্ধে অৱতাৰ্ণ হ'ব। সমগ্ৰ ভাৰতীবাসীৰ আশাৰ দৃষ্টি থাকিবলগীয়া পুৰুষ একক শাখাৰ এই খেলখন সন্ধিয়া ছয় বজাত অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে, লক্ষ্যই সফলতা অৰ্জন কৰিলেই ভাৰতৰ প্ৰথম পু...

August 4, 2024 8:19 PM

তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতক জয়ৰ বাবে শ্ৰীলংকাৰ ২৪১ ৰাণৰ বিজয়লক্ষ্য নিৰ্ধাৰণ

ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত আজি শ্ৰীলংকাই ভাৰতক জয়ৰ বাবে ২৪১ ৰাণৰ বিজয়লক্ষ্য বান্ধি দিছে। কলম্বোৰ আৰ প্রেমদাসা ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত টছত জিকি শ্রীলংকাই প্রথমে বেট ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। দলটোৱে নিৰ্ধাৰিত ৫০ অভাৰত ৯টা উইকেট হেৰুৱাই ২৪০ ৰাণ সংগ...

August 4, 2024 6:54 PM

পেৰিছ অলিম্পিকত ভাৰতীয় পুৰুষ হকী দলৰ ছেমি ফাইনেলত প্ৰৱেশ

ভাৰতীয় পুৰুষ হকী দলটোৱে পেৰিছ অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত ব্ৰিটেইনক ৪–২ গলত পৰাজিত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। আনহাতে টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰা লাভলীনা বৰগোঁহাই পেৰিছ অলিম্পিকৰ মহিলাৰ বক্সিঙৰ ৭৫ কিলোগ্রাম ওজন শাখাত চীনৰ লী কিয়ানৰ হাতত কোৱাৰ্টাৰ ফাইনেলত পৰাজিত হয়। ইফালে, পুৰুষৰ বেডমিণ...

August 4, 2024 11:25 AM

পেৰিছ অলিম্পিকত লাভলীনা বৰগোহাঁইৰ কোৱাৰ্টাৰ ফাইনেলত চীনৰ লি কিয়ানৰ সন্মুখীন

পেৰিছ অলিম্পিকত আজি মহিলাৰ বক্সিঙৰ ৭৫ কিলোগ্রাম ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলত টকি ' অলিম্পিকত পদক বিজেতা লাভলীনা বৰগোহাঁই চীনৰ লি কিয়ানৰ সন্মুখীন হ'ব। খেলখন বিয়লি ৩ বাজি ২ মিনিটত অনুষ্ঠিত হ'ব। আনহাতে, পুৰুষৰ বেডমিণ্টনৰ ছিংগলছৰ ছেমি ফাইনেলত লক্ষ্য সেন, ডেনমার্কৰ ভিক্টৰ এক্সেলছেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।