খেল

August 20, 2024 12:12 PM

পেৰিছ পেৰালিম্পিকত অংশগ্রহণ কৰিবলগীয়া ভাৰতীয় খেলুৱৈসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ মতবিনিময়

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৮ আগষ্টৰ পৰা পেৰিছত হ'বলগীয়া পেৰালিম্পিকত অংশগ্রহণ কৰিবলগীয়া ভাৰতীয় দলৰ সদস্যসকলৰ সৈতে কালি মত বিনিময় কৰে। ভিডিঅ' কনফাৰেন্সিক ব্যৱস্থাৰে আয়োজিত এই বার্তালাপত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এই খেলুৱৈসকলে দেশলৈ গৌৰৱ কঢ়িৱাই আনিব বুলি আশা প্রকাশ কৰে। তেওঁ কয...

August 19, 2024 9:24 PM

থাইলেণ্ডৰ এছমচন বিশ্ববিদ্যালয়ত ১০ৰ পৰা ১২ আগষ্টলৈ অনুষ্ঠিত সপ্তম হিৰ’জ কাপ আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগিতা

থাইলেণ্ডৰ এছমচন বিশ্ববিদ্যালয়ত ১০ৰ পৰা ১২ আগষ্টলৈ অনুষ্ঠিত সপ্তম হিৰ'জ কাপ আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগিতাত অসমৰ কেইবাগৰাকীও খেলুৱৈয়ে অংশগ্ৰহণ কৰি উল্লেখযোগ্য প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে। এই প্ৰতিযোগিতাত সন্দিকৈ মহাবিদ্যালয়ৰ চৈতলী ঘোষ আৰু নেহা দেই ৰূপৰ পদক, সুমিত্ৰাক্ষী শ‍ইকীয়া আৰু টিন...

August 19, 2024 11:40 AM

নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথম এনটিপিচি ৰাষ্ট্ৰীয় ৰেংকিং আৰ্চাৰী প্ৰতিযোগিতাত অসমৰ অভিজ্ঞান ভট্টাচাৰ্যৰ ব্ৰঞ্জৰ পদক

গুৱাহাটীৰ ৰাধাগোবিন্দ ক্রীড়া প্ৰকল্পৰ নেহৰু ষ্টেডিয়ামত অসম আৰ্চাৰী সন্থাৰ উদ্যোগত অনুষ্ঠিত ল'ৰা আৰু ছোৱালীৰ প্ৰথম এন টি পি চি ৰাষ্ট্ৰীয় ৰেংকিং আৰ্চাৰী প্ৰতিযোগিতাৰ ছাব জুনিয়ৰ ৰিকাৰ্ভ শাখাত অসমৰ অভিজ্ঞান ভট্টাচাৰ্যই ব্ৰঞ্জৰ পদক অৰ্জন কৰে। উল্লেখযোগ্য যে আজি সামৰণি পৰিবলগীয়া প্ৰতিযোগিতাখনত ছাব জু...

August 19, 2024 11:37 AM

কোকৰাঝাৰত ২১ ছেপ্টেম্ৱৰত ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেল

কোকৰাঝাৰ ছাই ষ্টেডিয়ামত পৰহিলৈ ১৩৩ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেল অনুষ্ঠিত হ'ব। দিনৰ ৪ বজাত অনুষ্ঠিত হ'বলগীয়া খেলখনত গ্রুপ ইৰ চেম্পিয়ন তথা আই এছ এলৰ গুৱাহাটীৰ দল নর্থ ইষ্ট ইউনাইটেড এফ চিয়ে গ্রুপ বিৰ চেম্পিয়ন তথা প্রতিযোগিতাৰ আয়োজক ভাৰতীয় সেনাৰ ফুটবল দলৰ বিৰুদ্ধ...

August 18, 2024 7:53 PM

কোকৰাঝাৰ ছাই ষ্টেডিয়ামত  ২১ আগষ্টত ১৩৩ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেল

কোকৰাঝাৰ ছাই ষ্টেডিয়ামত অহা ২১ আগষ্টত ১৩৩ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেল অনুষ্ঠিত হ'ব। দিনৰ ৪ বজাত অনুষ্ঠিত হ'বলগীয়া খেলখনত গ্রুপ ইৰ চেম্পিয়ন তথা আই এছ এলৰ গুৱাহাটীৰ দল নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে গ্রুপ বিৰ চেম্পিয়ন তথা প্ৰতিযোগিতাৰ আয়োজক ভাৰতীয় সেনাৰ ফুটবল দলৰ ...

August 18, 2024 11:48 AM

১৫ আৰু ১৭ বছৰৰ অনুৰ্ধৰ জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ বাবে ভাৰতৰ ৩৯ জনীয়া দল চীনলৈ প্ৰেৰণ

ভাৰতীয় বেডমিণ্টন সংস্থাই মঙলবাৰে চীনৰ চেংদুত আৰম্ভ হ'বলগীয়া ১৫ আৰু ১৭ বছৰৰ অনুৰ্ধৰ জুনিয়ৰ চেম্পিয়নশ্বিপৰ বাবে এটা ৩৯ জনীয়া দল প্ৰেৰণ কৰিছে। জ্ঞান দত্ত আৰু তনৱি ৰেড্ডীয়ে ১৭ বছৰ অনুৰ্ধৰ দলটোৰ নেতৃত্ব বহন কৰাৰ বিপৰীতে শ্যাম বিন্দিগনৱিলে আৰু তৱি পত্ৰিয়ে ১৫ বছৰ অনুৰ্ধৰ দলটোৰ নেতৃত্ব বহন কৰিব । ছাই...

August 17, 2024 6:14 PM

পেৰিছৰ পৰা উভটিল ভাৰতীয় মল্লযুঁজাৰু ৱিনেছ ফোগট, বিমান বন্দৰত অনুৰাগীৰ আদৰণি

সদ্য সমাপ্ত পেৰিছ অলিম্পিকৰ ৫০ কিলোগ্রাম শাখাৰ মহিলাৰ মল্লযুঁজৰ স্বৰ্ণপদকৰ প্ৰতিদ্বন্দ্বিতাত দুখজনকভাৱে অযোগ্য ঘোষিত হ'বলগীয়া হোৱা পাছত ভাৰতীয় মল্লযুঁজাৰু ৱিনেছ ফোগট আজি পুৱা দিল্লীৰ ইণ্ডিৰা গান্ধী আন্তঃর্জাতিক বিমান বন্দৰত উপস্থিত হয়। তেওঁক ১০০ গ্রাম ওজন বেছি হোৱাৰ বাবে ফাইনেলত খেলাৰ পৰা বাৰণ কৰ...

August 17, 2024 7:00 PM

সুমীত আনতিল আৰু ভাগ্যশ্রী যাদৱ পেৰালিম্পিকৰ উদ্বোধনী অনুষ্ঠানৰ ভাৰতীয় দলৰ ধ্বজাবাহক

পেৰিছত হ'বলগীয়া পেৰালিম্পিকৰ উদ্বোধনী অনুষ্ঠানত টকিঅ' পেৰালিম্পিকৰ স্বৰ্ণ পদক বিজয়ী সুমীত আনতিল আৰু শটপুট তাৰকা ভাগ্যশ্রী যাদৱে ভাৰতীয় দলৰ পতাকা কঢ়িয়াব। পেৰালিম্পিক গেমছ ২৪ আগষ্টৰ পৰা ৮ ছেপ্তেম্বৰলৈকে ফ্ৰান্সৰ ৰাজধানী পেৰিছত অনুষ্ঠিত হ'ব। এইবাৰৰ মহোৎসৱত ভাৰতৰ ৮৪ গৰাকী এথলিটে অংশগ্ৰহণ কৰিব। পেৰা...

August 16, 2024 8:16 PM

আসন্ন পেৰিছ পেৰালিম্পিকত দেশৰ ৮৪গৰাকী খেলুৱৈৰ অংশগ্ৰহণ

আসন্ন পেৰিছ পেৰালিম্পিকত দেশৰ ৮৪ গৰাকী খেলুৱৈৰ সবাতোকৈ বৃহৎ দল এটাই অংশ ল'ব। পেৰালিম্পিক ২৮ আগষ্টৰ পৰা ৮ ছেপ্তেম্বৰলৈ অনুষ্ঠিত হ'ব। প্ৰথমবাৰৰ বাবে ৪৭ গৰাকী ভাৰতীয় এথলিটে এই ক্রীড়া মহোৎসৱত ভাগ ল'ব। কেন্দ্রীয় ক্রীড়া মন্ত্ৰী ড° মনসুখ মন্দাভিয়াই ভাৰতীয় দলৰ শুভেচ্ছা অনুষ্ঠানত অংশগ্ৰহণ কৰি এই বিষয়ে...

August 15, 2024 8:46 PM

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উদ্যোগত ‘ব্ৰহ্মপুত্ৰ কলিং’ শীর্ষক মুকলি কুইজ প্রতিযোগিতা

স্বাধীনতা দিৱস উপলক্ষে কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উদ্যোগত গুৱাহাটীৰ বশিষ্ঠ চাৰিআলিৰ অসম জল কেন্দ্ৰত আজি ‘ব্ৰহ্মপুত্ৰ কলিং' শীর্ষক এখন মুকলি কুইজ প্রতিযোগিতাৰ আয়োজন কৰা হয় ।

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।