August 23, 2024 11:49 AM
লুজান ডায়মণ্ড লীগ প্ৰতিযোগিতাৰ পুৰুষৰ জেভলিন থ্রোত নীৰজ চোপ্ৰাৰ দ্বিতীয় স্থান দখল
পেৰিছ অলিম্পিকত ৰূপৰ পদক বিজেতা নীৰজ চোপ্ৰাই চুইজাৰলেণ্ডত অনুষ্ঠিত লুজান ডায়মণ্ড লীগ প্ৰতিযোগিতাৰ পুৰুষৰ জেভলিন থ্রোত দ্বিতীয় স্থান দখল কৰিছে। নীৰজে চলিত বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ ৮৯ দশমিক ৪-৯ মিটাৰলৈ জেভলিন দলিয়াই এই কৃতিত্ব অৰ্জন কৰে। পিটাৰ্ছ এণ্ডাৰছনে ৯০ দশমিক ৬-১ মিটাৰলৈ জেভলিন দলিয়াই প্ৰথম স্থান দখ...