আঞ্চলিক সংবাদ

July 31, 2024 7:36 PM

টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমি পূজনৰ প্ৰস্তুতিৰ বুজ ল’লে মন্ত্ৰী বিমল বৰা আৰু পীযূষ হাজৰিকাই

মৰিগাঁও জিলাত ৩ আগষ্টত হ'বলগীয়া টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমি পূজন কাৰ্যৰ প্ৰস্তুতিৰ বুজ ল’বলৈ আজি মন্ত্ৰী বিমল বৰা আৰু পীযূষ হাজৰিকা জাগীৰোডত উপস্থিত হয়। মন্ত্ৰী দুগৰাকীয়ে সংশ্লিষ্ট বিষয়া তথা দলীয় কর্মীসকলৰ সৈতে মত বিনিময় কৰি এই কাৰ্যসূচী নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে আহ্বান জনায়। ২০২৬ চনৰ...

July 31, 2024 7:25 PM

অহা বছৰৰ জানুৱাৰীত আৰম্ভ হ’বলগীয়া গুণোৎসৱৰ সংশোধিত সূচী প্ৰকাশ

সমগ্ৰ শিক্ষা অভিযানে অহা বছৰৰ ৬ জানুৱাৰীত আৰম্ভ হ'বলগীয়া গুণোৎসৱৰ সংশোধিত সূচী প্ৰকাশ কৰিছে। এই কাৰ্যসূচী ৬ জানুৱাৰীত আৰম্ভ হ'ব যদিও সংশোধিত সূচী অনুসৰি দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ ১৮ জানুৱাৰীৰ পৰিৱৰ্তে ১৭ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব। একেদৰে তৃতীয় পৰ্যায়ৰ গুণোৎসৱ পূৰ্বৰ ৬ ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে ৪ ফেব্...

July 31, 2024 7:22 PM

ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠকত কেইবাটাও সিদ্ধান্ত গ্ৰহণ

ৰাজ্যিক কেবিনেটৰ আজি এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। কেবিনেটত ষষ্ঠ অনুসূচীৰ অধীনৰ অঞ্চলসমূহক পৰিচালনাৰ বাবে থকা গ্ৰাম্য পৰিষদৰ তথা গ্ৰাম্য উন্নয়ন পৰিষদসমূহত মুঠ ৪৭৬টা সচিব পদৰ বাবে অনুমোদন জনোৱা হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে কেবিনেটত হোৱা সিদ্ধান্তসমূহৰ বিষয়ে সাংবাদিকক জানিবলৈ দি কয় যে, অৰুণোদয় ...

July 31, 2024 11:07 AM

২০৩০ চনৰ ভিতৰত শূণ্য কাৰ্বন নির্গমনৰ লক্ষ্যত উপনীত হ’ব : উত্তৰ পূব সীমান্ত ৰে’লৱে

ভাৰতীয় ৰেল নীতিৰ সৈতে সংগতি ৰাখি উত্তৰ পূব সীমান্ত ৰেল ২০৩০ চনৰ ভিতৰত শূণ্য কাৰ্বন নির্গমনৰ লক্ষ্যত উপনীত হ'বলৈ অগ্ৰসৰ হৈছে। জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ প্ৰয়াসেৰে উত্তৰ পূব সীমান্ত ৰেলৱেই সমগ্ৰ সংমণ্ডল সেৱা ভৱন আৰু অন্যান্য প্রতিষ্ঠানসমূহত মুধচৰ ওপৰৰ সৌৰ শক্তি স্থাপনেৰে অধিক সেউজ শক...

July 31, 2024 11:02 AM

বিদ্যালয়ত নতুন শিক্ষক নিযুক্তিত বিশেষ পৰিৱৰ্তনৰ প্ৰক্ৰিয়া আৰম্ভ

শিক্ষা বিভাগে ৰাজ্যৰ বিদ্যালয়সমূহত নতুন শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত বিশেষ পৰিৱৰ্তন অনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰে। শিক্ষামন্ত্ৰীগৰাকীৰ মতে নতুনকৈ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত শিক্ষকসকলক বিষয় শিক্ষক হিচাপে নামকৰণ কৰা হ'ব। ইতিমধ্যে শিক্ষা বিভাগে কোন কোন বিষয়ত শ...

July 31, 2024 10:59 AM

গুৱাহাটীৰ লোকসেৱা ভৱনত দুদিনীয়াকৈ অনুষ্ঠিত জিলা আয়ুক্ত সন্মিলনৰ সামৰণি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত গুৱাহাটীৰ লোকসেৱা ভৱনত দুদিনীয়াকৈ অনুষ্ঠিত জিলা আয়ুক্ত সন্মিলনৰ কালি সামৰণি পৰে। অসম মন্ত্ৰীসভাৰ সদস্য আৰু চৰকাৰৰ শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত এই সন্মিলনত ৰাজ্যৰ প্রশাসন ব্যৱস্থাক জনসাধাৰণৰ ওচৰ চপাই নিয়াৰ উদ্দেশ্যে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত...

July 30, 2024 8:46 PM

পেৰিছ অলিম্পিকত ভাৰতৰ মনু ভাকৰ-সৰবজোৎ সিঙৰ ১০ মিটাৰ এয়াৰ পিষ্টলৰ মিক্সড শাখাত ব্ৰঞ্জৰ পদক অৰ্জন

ভাৰতৰ মনু ভাকৰ আৰু সৰবজোৎ সিঙে পেৰিছ অলিম্পিকত ১০ মিটাৰ এয়াৰ পিষ্টলৰ মিক্সড শাখাৰ দলীয় শিতানত দেশৰ হকে দ্বিতীয়টো ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। খেলুৱৈ দুগৰাকীয়ে আজি দক্ষিণ কোৰিয়াৰ অ'হ য়ে জিন আৰু লী ৱান্‌হোক ১৬-১০ ফলাফলত পৰাভূত কৰে। ইয়াৰ লগে লগে মনু ভাকৰ স্বাধীনোত্তৰ ভাৰতৰ ইতিহাসত অলিম্পিকৰ একেটা সং...

July 30, 2024 8:32 PM

উচ্চ শিক্ষাৰ বাবে অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনি কাৰ্যকৰীকৰণৰ বাবে ৰাজ্যৰ বিত্ত বিভাগৰ জাননী জাৰি

ৰাজ্য চৰকাৰৰ শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ বাবে অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনি কাৰ্যকৰীকৰণৰ বাবে বিত্ত বিভাগে এখন জাননী জাৰি কৰিছে। সেই অনুসৰি ২০২০ চনৰ ১ এপ্ৰিলৰ পৰা ২০২৪ চনৰ ৩১ মাৰ্চপর্যন্ত উচ্চ শিক্ষাৰ ঋণ গ্ৰহণ কৰাসকলৰ উপযুক্ত বিবেচিত এককালীন সাহায্য হিচাপে ৫০ হাজাৰ টকা দিয়া হ'ব। ঋণ লাভ কৰা কোনো ...

July 30, 2024 8:30 PM

চিৰাং জিলাৰ বাসুগাঁও গয়বাৰী শ্বহীদ উদ্যানত সন্ত্রাসবাদ বিৰোধী দিৱস উদযাপন

চিৰাং জিলাৰ বাসুগাঁও গয়বাৰী শ্বহীদ উদ্যানত আজি এবছুৰ উদ্যোগত ২৮ সংখ্যক সন্ত্রাসবাদ বিৰোধী দিৱস উদযাপন কৰা হয়। নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ প্ৰাক্তন সভাপতি প্রয়াত চৌমলা বসুমতাৰীৰ মৃত্যু তিথিত পালন কৰা এই দিৱসৰ কাৰ্যসূচীত বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো, এবছুৰ বিষববীয়াসকলৰ লগতে প...

July 30, 2024 7:14 PM

ৰাজ্যৰ ৰাজ্যপাল হিচাপে লক্ষ্মণপ্রসাদ আচার্যৰ শপতগ্ৰহণ

ৰাজ্যৰ ৰাজ্যপাল হিচাপে লক্ষ্মণপ্রসাদ আচার্যই আজি শপতগ্ৰহণ কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ন্যায়াধীশ বিজয় বিষ্ণুয়ে নৱনিযুক্ত ৰাজ্যপালগৰাকীক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপতবাক্য পাঠ কৰোৱায়। লক্ষ্মণপ্ৰসাদ আচাৰ্যক অসমৰ লগতে মণিপুৰৰ ৰাজ্যপাল হিচাপেও অতিৰিক্ত দায়িত্ব দিয়া হৈছে। লক্ষ্মণপ্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।