আঞ্চলিক সংবাদ

August 3, 2024 8:34 PM

কামৰূপৰ ঐতিহাসিক পুষ্পভদ্রা জান পৰিষ্কাৰ কৰাৰ বাবে মুখ্যমন্ত্রীৰ বিশেষ পদক্ষেপ গ্ৰহণ

কামৰূপৰ ঐতিহাসিক পুষ্পভদ্রা জান পৰিষ্কাৰ কৰাৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। জিলাখনৰ চাংসাৰি অঞ্চলৰ বামুণীগাঁও, জালাহ, বলাইবিল, ভাঙুৰিছোৱা আদি গাঁওসমূহ কৃত্রিম বানৰ পৰা মুক্ত কৰিবলৈ প্ৰায় ৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ জানটো পৰিষ্কাৰকৰণৰ কাম হাতত লোৱা হৈছে। এই পদক্ষেপ বৃহ...

August 3, 2024 6:47 PM

গুৱাহাটী কলেজৰ হীৰক জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি

গুৱাহাটী মহানগৰৰ পূব প্ৰান্তত অৱস্থিত পুৰণি উচ্চ শিক্ষানুষ্ঠান গুৱাহাটী কলেজৰ হীৰক জয়ন্তী বৰ্ষৰ আজি দিনজোৰা কাৰ্যসূচীৰে শুভাৰম্ভণি কৰা হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰণৱ শাণ্ডিল্য আৰু পৰিচালনা সমিতিৰ সভাপতি ড০ ইন্দ্ৰকুমাৰ ভট্টাচাৰ্যই আৰম্ভ কৰা দিনটোৰ কাৰ্যসূচীৰ অংশ হিচাপে আয়োজন কৰা মুকলি সভাত অসম...

August 3, 2024 6:44 PM

দুদিনীয়া ভ্ৰমণসূচীৰে অসমত হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব সিং চাইনী, শক্তিপীঠ কামাখ্যাত পূজা-অৰ্চনা

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব সিং চাইনীয়ে আজি শক্তিপীঠ কামাখ্যা ধামত পূজা-অৰ্চনা আগবঢ়ায়। ইয়াৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা মত বিনিময়ত শ্ৰীচাইনীয়ে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ উচ্চ প্ৰশংসা কৰি কয় যে, মুখ্যমন্ত্ৰীগৰাকীয়ে লোৱা পদক্ষেপসমূহৰ ফ...

August 3, 2024 2:21 PM

জাগীৰোডত অসমৰ প্ৰথমটো ছেমি কণ্ডাক্টৰ প্ৰকল্প আৰু পৰীক্ষণ কেন্দ্ৰৰ ভূমি পূজন

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু টাটা ছন্সছৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰনৰ উপস্থিতিত আজি জাগীৰোডত অসমৰ প্ৰথমটো ছেমি কণ্ডাক্টৰ প্ৰকল্প বা অৰ্ধ পৰিবাহী সমাৱিষ্টকৰণ আৰু পৰীক্ষণ কেন্দ্ৰৰ ভূমি পূজন কৰা হয় ৷ অসমক বিশ্বৰ অৰ্ধ পৰিবাহী উদ্যোগৰ মূল হোতাৰূপে প্ৰতিষ্ঠা কৰাত এই উদ্যোগে বিশেষ ভূমিকা ল’ব বুলি আশ...

August 3, 2024 1:52 PM

আকাশবাণী গুৱাহাটীৰ নাট শাখাৰ কণ্ঠস্বৰ পৰীক্ষা বাবে নিৰ্দিষ্ট কৰা দিনৰ সালসলনি

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নাট শাখাৰ কণ্ঠস্বৰ পৰীক্ষা অর্থাৎ অডিচনৰ বাবে নিৰ্দিষ্ট কৰা দিনৰ সালসলনি ঘটোৱা হৈছে। নাট শাখাৰ পৰা জনোৱা মতে অনিবাৰ্য কাৰণবশতঃ ২ আগষ্টৰ পৰা অনুষ্ঠিত হ'বলগীয়া পূৰ্ব ঘোষিত কণ্ঠস্বৰ পৰীক্ষাৰ সূচী নতুনকৈ ঘোষণা কৰা হৈছে। নতুন তাৰিখ অনুসৰি অহা ৩ ছেপ্তেম্বৰৰ পৰা ২০ ছেপ্তেম্বৰলৈক...

August 3, 2024 1:27 PM

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগ আৰু পি আই বি গুৱাহাটীৰ সহযোগত আজি নিশা ৮.২ মিনিটত অলিম্পিক কুইজৰ আয়োজন

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে পি আই বি গুৱাহাটীৰ সহযোগত আজি নিশা ৮.২ মিনিটত শ্রোতাৰ বাবে অলিম্পিক কুইজৰ আয়োজন কৰিছে। অনুষ্ঠানত ক্রীড়া সাংবাদিক সুসীম ঘোষ আৰু ত্রিদীপ বপৰনচ সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। আজি পেৰিছ অলিম্পিক সন্দৰ্ভত হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত শ্রোতাক প্রশ্ন সোধা হ'ব। ...

August 3, 2024 1:02 PM

কাজিৰঙাত প্ৰথমখন পঞ্চতাৰকা হোটেল নিৰ্মাণৰ আজি বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ’ব

কাজিৰঙাত প্ৰথমখন পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, টাটা ছনছৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণ আৰু পৰ্যটন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ উপস্থিতিত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ'ব। তাজ ৰিজ'ৰ্ট আৰু স্পাৰ অধীনত নিৰ্মাণ হ'বলগীয়া এই হোটেলৰ বাবে ভাৰতীয় হোটেল কোম্পানী লিমিটেডৰ সৈতে অসমৰ ...

August 3, 2024 12:57 PM

বিভাগীয় প্ৰকল্পৰ বাবে কেন্দ্ৰৰ সহযোগিতা বিচাৰি কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰৰ যাদৱ, গজেন্দ্ৰ সিং শেখাৱট, এইচ ডি কুমাৰাস্বামী আৰু ড০ জিতেন্দ্ৰ সিঙক মন্ত্ৰী কেশৱ মহন্তৰ সাক্ষাৎ

ৰাজ্যৰ বিজ্ঞান প্রযুক্তি, জলবায়ু পৰিৱৰ্তন, পৰিবহণ, মীন আৰু তথ্য প্ৰযুক্তিৰ মন্ত্ৰী কেশৱ মহন্তই কালি বিভাগীয় প্ৰকল্পৰ বাবে কেন্দ্ৰৰ সহযোগিতা বিচাৰি কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰৰ যাদৱ, গজেন্দ্ৰ সিং শেখাৱট, এইচ ডি কুমাৰাস্বামী আৰু ড০ জিতেন্দ্ৰ সিঙক সাক্ষাৎ কৰে। কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ...

August 3, 2024 12:50 PM

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু টাটা ছন্সৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰনৰ উপস্থিতত জাগীৰোডত অসমৰ প্ৰথমটো ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমি পূজন

♦ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু টাটা ছন্সৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰনৰ উপস্থিতত আজি জাগীৰোডত অসমৰ প্ৰথমটো ছেমি কণ্ডাক্টৰ প্ৰকল্প বা অৰ্ধ পৰিবাহী সমাৱিষ্টকৰণ আৰু পৰীক্ষণ কেন্দ্ৰৰ ভূমি পূজন কৰে৷ অসমক বিশ্বৰ অৰ্ধ পৰিবাহী উদ্যোগৰ মূল হোতাৰূপে প্রতিষ্ঠিত কৰাত এই উদ্যোগে বিশেষ ভূমিকা ল'ব বুলি আশা কৰ...

August 2, 2024 6:59 PM

গুৱাহাটীত আই চি চিৰ মাহটোৰ অতিথিৰ উদ্বোধনী অনুষ্ঠানত মুখ্য সচিব ৰবী কোটাৰ উত্তৰ পূৰ্বাঞ্চলত ভাৰতীয় বাণিজ্য মহাসংঘই আগবঢ়োৱা অৱদান আৰু প্ৰচেষ্টাক শলাগ

গুৱাহাটীত অনুষ্ঠিত ব্যৱসায়িক সূচলতা সন্দৰ্ভত আই চি চিৰ মাহটোৰ অতিথিৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি মুখ্য সচিব ৰবী কোটাই উত্তৰ পূৰ্বাঞ্চলত ভাৰতীয় বাণিজ্য মহাসংঘই আগবঢ়োৱা অৱদান আৰু প্ৰচেষ্টাৰ শলাগ লয়। গুৱাহাটীত এনেধৰণৰ অনুষ্ঠানৰ আয়োজন অসমৰ ব্যৱসায়িক পৰিবেশৰ ভৱিষ্যত গঢ়াৰ বাবে সকলো অংশীদাৰকে অভিলাসী...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।