আঞ্চলিক সংবাদ

September 23, 2024 12:34 PM

মাজুলীৰ ২৬টা পৰীক্ষাকেন্দ্ৰত ৫০০ৰো অধিক নিৰক্ষৰ লোকৰ মাজত প্ৰথম পৰ্যায়ৰ মূল্যায়ন পৰীক্ষা অনুষ্ঠিত

কেন্দ্ৰীয় চৰকাৰে দেশৰ পৰা নিৰক্ষৰতা দূৰীকৰণৰ উদ্দেশ্যে ৰূপায়ণ কৰা নব্য ভাৰত সাক্ষৰতা অভিযানৰ অংশ হিচাপে দেশৰ অনান্য প্ৰান্তৰ লগতে কালি মাজুলী জিলাৰ ২৬টা পৰীক্ষাকেন্দ্ৰত ৫০০ৰো অধিক নিৰক্ষৰ লোকৰ মাজত প্ৰথম পৰ্যায়ৰ মূল্যায়ন পৰীক্ষা অনুষ্ঠিত হয়। এই লোকসকলক স্বেচ্ছাসেৱক শিক্ষকৰ দ্বাৰা দীৰ্ঘদিনীয়াকৈ...

September 23, 2024 12:29 PM

খানাপাৰাত ৫ দিনীয়াকৈ আৱাসিক ফেকাল্টি উন্নয়ন কাৰ্যসূচীৰ আয়োজন

পঞ্চায়তীৰাজ মন্ত্ৰালয়ে আজি গুৱাহাটীৰ খানাপাৰাত ৫ দিনীয়াকৈ আৱাসিক ফেকাল্টি উন্নয়ন কাৰ্যসূচীৰ আয়োজন কৰিছে। পঞ্চায়তীৰাজ আৰু মীন, পশুপালন আদি বিভাগৰ ৰাজ্যমন্ত্ৰী প্ৰফেচাৰ এছ পি সিং বাঘেলে এই অনুষ্ঠান উদ্বোধন কৰিব।

September 23, 2024 12:18 PM

ৰাজ্যত বিগত কেইবাদিনো ধৰি গৰমৰ প্ৰকোপ অব্যাহত

ৰাজ্যত বিগত কেইবাদিনো ধৰি গৰমৰ প্ৰকোপ অব্যাহত আছে। স্বাভাৱিক তাপমাত্ৰা চাৰিৰ পৰা পাঁচ ডিগ্রী চেলছিয়াছলৈ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যবাসীয়ে অস্বস্তিকৰ পৰিৱেশৰ মাজেৰে দিন পাৰ কৰিবলগীয়া হৈছে। গুৱাহাটীৰ বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা অনুসৰি সম্প্ৰতি ৰাজ্যৰ বিভিন্ন অঞ্চলত গ্রীষ্ম প...

September 23, 2024 12:12 PM

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগত অংশকালীন সংবাদদাতাৰ বাবে আবেদনৰ আহ্বান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে অংশকালীন সংবাদদাতা হিচাপে বজালী, বিশ্বনাথ, ডিব্ৰুগড়, হোজাই, কামৰূপ, পশ্চিম কাৰ্বি আংলং, ধেমাজি আৰু কাছাৰ জিলাৰ বাবে আগ্রহী প্রার্থীৰ পৰা আবেদন আহ্বান কৰিছে। আগ্রহী প্রার্থীসকলে আকাশবাণীৰ ৱেৱছাইট www.newsonair.gov.in ত লগ ইন কৰি সবিশেষ তথ্য লাভ কৰাৰ লগ...

September 23, 2024 12:10 PM

শিৱসাগৰৰ ষ্টেচন চাৰিআলিত আৰক্ষীৰ অভিযানত ১৪টা ড্ৰাগছভর্তি কণ্টেইনাসহ ২ মাদক দ্রব্য সৰবৰাহকাৰীক আটক

শিৱসাগৰ জিলা আৰক্ষীয়ে যোৱা নিশা শিৱসাগৰ নগৰৰ ষ্টেচন চাৰিআলিত অভিযান চলাই ১৪টা ড্ৰাগছভর্তি কণ্টেইনাসহ দুটা মাদকদ্রব্য সৰবৰাহকাৰীক আটক কৰে। আৰক্ষীয়ে সৰবৰাহকাৰীকেইটাৰ পৰা নগদ ধন আৰু মোবাইল ফোনৰ এখন মটৰচাইকেল জব্দ কৰে।

September 23, 2024 12:00 PM

প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ পৰীক্ষাৰ্থীসকলে পৰীক্ষাৰ OMR চিটৰ ফটোকপী ৫০ টকাৰ বিনিময়ত পাব পৰা হ’বঃ মুখ্যমন্ত্ৰী

চলিত ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থবৰ্গৰ পদবোৰ পূৰণৰ বাবে অনুষ্ঠিত প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ পৰীক্ষাৰ্থীসকলে পৰীক্ষাৰ OMR চিটৰ ফটোকপী ৫০ টকাৰ বিনিময়ত পাব পৰা হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমৰ জৰিয়তে ঘোষণা কৰিছে। উল্লেখযোগ্য যে চৰকাৰে ২০২১ চনৰ পৰীক্ষা প্ৰাৰ্থীসকলৰ ...

September 23, 2024 10:16 AM

মেধা সম্পন্ন শিক্ষার্থীসকলক উৎসাহ যোগাই উন্নত সুযোগ-সুবিধা প্ৰদান কৰাৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ: মুখ্যমন্ত্ৰী

■ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে, ৰাজ্যৰ নৱ প্রতিভা তথা মেধা সম্পন্ন শিক্ষার্থীসকলক উৎসাহ যোগাই উন্নত সুযোগ-সুবিধা প্ৰদান কৰাৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। চৰকাৰৰ ধ্বজাবাহী আঁচনি মুখ্যমন্ত্ৰীৰ বিজ্ঞান প্রতিভা সন্ধানৰ অধীনত বিজ্ঞানৰ দিশত উৎসাহী নৱপ্ৰজন্মক উদগণি যোগোৱাৰ ব্যৱস্থা কৰা হৈছ...

September 22, 2024 7:50 PM

স্বাধীনতা দিৱসৰ সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত সন্দেহযুক্ত বোমা সদৃশ সামগ্রী সংস্থাপনৰ ঘটনাৰ সন্দৰ্ভত ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই ১৫ জন লোকক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত সন্দেহযুক্ত বোমা সদৃশ সামগ্রী সংস্থাপনৰ ঘটনাৰ তদন্তৰ অংশ হিচাপে অসম আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই ১৫ জন লোকক গ্ৰেপ্তাৰ কৰে। উল্লেখযোগ্য যে গ্ৰেপ্তাৰ কৰা লোকসকলৰ ভিতৰত তিনিগৰাকী মহিলা। ডিব্ৰুগড় আৰু লখিমপুৰৰ পৰা তিনিজনকৈ লোকক গ্ৰেপ্তাৰ কৰাৰ ...

September 22, 2024 7:46 PM

ৰাষ্ট্ৰীয় গ্রামীন জীৱিকা মিছনৰ অধীনত ৯০ লাখৰো অধিক আত্মসহায়ক গোটত ১০ কোটি মহিলা সংগঠিত হৈছে

কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন পূৰ হোৱাৰ সৈতে সংগতি ৰাখি বিকশিত ভাৰতৰ পথত অগ্ৰসৰ হোৱাৰ এশ দিন উপলক্ষে চৰকাৰে মহিলা নেতৃত্বাধীন বিকাশৰ লক্ষ্য লৈছে। ইয়াৰ অধীনত মহিলাৰ দ্বাৰা ক্ৰয় কৰা সম্পত্তিৰ বাবে ষ্টাম্প শুল্ক হ্ৰাস কৰিবলৈ ৰাজ্যসমূহক উৎসাহিত কৰা হৈছে। তদুপৰি হোষ্টেল আৰু ম...

September 22, 2024 7:41 PM

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালক সভাপতি হিচাপে লৈ ২০২৪ৰ পৰা ২০২৮ বৰ্ষলৈ অসম অলিম্পিক সন্থাৰ নতুন সমিতি ঘোষণা

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালক সভাপতি হিচাপে লৈ ২০২৪ৰ পৰা ২০২৮ বৰ্ষলৈ অসম অলিম্পিক সন্থাৰ নতুন সমিতি ঘোষণা কৰা হৈছে। ডিব্ৰুগড়ত অনুষ্ঠিত সন্থাৰ সভাত চাৰিটা পদবীৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয়। আন পদসমূহত ইতিমধ্যে বিনা প্রতিদ্বন্দ্বিতাৰে বিষয়ববীয়া নিৰ্বাচিত হোৱাটো নিশ্চিত হৈছিল। সন্থাৰ দুটা জ্য...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।