আঞ্চলিক সংবাদ

August 11, 2024 12:18 PM

বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ পাছত চৰাইদেউ মৈদামৰ গৱেষণাত গুৰুত্ব আৰোপ কৰা হ’ব বুলি অসম চৰকাৰৰ প্ৰকাশ

বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চৰাইদেউ মৈদামে স্বীকৃতি লাভ কৰাৰ পাছত ইয়াৰ পৰৱৰ্তী পদক্ষেপ হিচাপে বিভিন্ন শৈক্ষিক প্রতিষ্ঠানৰ সৈতে এই সন্দৰ্ভত গৱেষণা প্ৰক্ৰিয়া আৰম্ভ কৰাত গুৰুত্ব আৰোপ কৰা হব বুলি ৰাজ্য চৰকাৰৰ প্ৰকাশ। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ কালি প্ৰচাৰিত দৃষ্টিপাত অনুষ্ঠানত ইউন...

August 10, 2024 7:50 PM

শাৰদীয় দুর্গোৎসৱৰ পাছতেই পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ মন্তব্য

শাৰদীয় দুর্গোৎসৱৰ পাছতেই ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে প্ৰতিটো উন্নয়ন খণ্ডৰ লগতে গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ পুনৰ গঠন প্ৰক্ৰিয়া অনুষ্ঠিত কৰা হ'ব। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে তিনিচুকীয়াত সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰি কয় যে, পঞ্...

August 10, 2024 6:40 PM

বাংলাদেশৰ অস্থিৰ পৰিস্থিতিৰ বাবে ভাৰত-বাংলাদেশৰ ব্যৱসায়-বাণিজ্যত প্ৰভাৱ

বাংলাদেশৰ সাম্প্ৰতিক অস্থিৰ পৰিস্থিতিয়ে ভাৰত আৰু বাংলাদেশৰ মাজত বেপাৰ-বাণিজ্যতো প্ৰভাৱ পেলাইছে। চুবুৰীয়া ৰাষ্ট্ৰখনত আৰ্থ-সামাজিক অস্থিৰতাৰ পৰিপ্ৰেক্ষিতত ধুবুৰী জিলাত ভাৰত-বাংলাদেশ সীমান্তৰ আন্তঃৰাষ্ট্ৰীয় নদী বন্দৰ সাময়িকভাৱে বন্ধ হৈ আছে। উল্লেখযোগ্য যে ভাৰত আৰু ভূটান তথা বাংলাদেশৰ পূৰ্বৱৰ্তী চৰক...

August 10, 2024 6:21 PM

স্বাধীনতা দিৱস উপলক্ষে অসমতো হৰ ঘৰ তিৰংগা কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব : মন্ত্ৰী বিমল বৰা

সমাগত স্বাধীনতা দিৱস উপলক্ষে দেশজুৰি আয়োজিত হ'বলগীয়া হৰ ঘৰ তিৰংগা কাৰ্যসূচী অসমতো ৰূপায়ণ কৰা হ'ব। এই সম্পর্কে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাৰ সভাপতিত্বত দিছপুৰৰ জনতা ভৱনত আয়োজিত এখন সভাত কাৰ্যসূচীসমূহ চূড়ান্ত কৰাৰ লগতে পর্যালোচনাও কৰা হয়। সভাত অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ আয়োজিত ...

August 10, 2024 1:18 PM

জি এছ টি সম্পৰ্কীয় বিষয়ত ৰাজ্যিক কেবিনেটৰ বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

ৰাজ্যৰ ক্ষুদ্ৰ ব্যৱসায়ী সকলক জি এছ টি সম্পৰ্কীয় বিষয়ত কৰ আয়ুক্তৰ কাৰ্যালয়ে জাৰী কৰা জাননীৰ ফলত সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ পৰা সকাহ দিয়াৰ লক্ষ্যৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকত কালি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেটত লোৱা সিদ্ধান্তমর্মে...

August 10, 2024 1:14 PM

মেৰামতিৰ বাবে আজি নিশা ১১ বজাৰ পৰা কাইলৈ পুৱা ৫ বজাপর্যন্ত শৰাইঘাট দলংখনৰে যাতায়াতৰ সুবিধা বন্ধ

ব্ৰহ্মপুত্ৰৰ ওপৰত থকা পুৰণি শৰাইঘাট দলংখনৰ জৰুৰীভাৱে মেৰামতি কৰাৰ বাবে আজি নিশা ১১ বজাৰ পৰা কাইলৈ পুৱা ৫ বজাপর্যন্ত দলংখনৰে যাতায়াতৰ সুবিধা বন্ধ থাকিব। এই সময়ছোৱাত নতুন দলংখনেৰেই উভয় দিশৰ পৰা যান-বাহনে অহা-যোৱা কৰিব লাগিব। উত্তৰ-পূব সীমান্ত ৰে'লৱেই আজি এখন প্ৰেছ বিজ্ঞপ্তি যোগে এই কথা প্ৰকাশ কৰিছে...

August 10, 2024 1:12 PM

আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত আজি ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম সন্দৰ্ভত আলোচনা প্ৰচাৰ

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাত অনুষ্ঠানত ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত খিলঞ্জীয়া তথা জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ আয়ুক্ত সচিব বঞ্জন শৰ্মাৰ লগতে পুৰাতত্ব সঞ্চালকালয়ৰ সঞ্চালিকা ড° দী...

August 10, 2024 1:10 PM

মহানগৰীৰ কৃত্ৰিম বান সমস্যা সমাধানৰ বাবে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ কাৰিকৰী সমিতি গঠন

মহানগৰীৰ কৃত্ৰিম বান সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগে জনসাধাৰণৰ পৰা পৰামৰ্শ গ্ৰহণৰ অৰ্থে এখন কাৰিকৰী সমিতি গঠন কৰিছে। কামৰূপ মহানগৰ জিলা দুর্যোগ ব্যৱস্থাপনা সমিতিয়ে এখন জাননীৰ জৰিয়তে জনাইছে যে মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা সমাধানৰ সন্দৰ্ভত জনসাধাৰণে কিবা পৰামর্শ ...

August 10, 2024 1:06 PM

অসম মিজোৰামৰ মাজৰ দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ সন্দৰ্ভত মন্ত্ৰীপৰ্যায়ৰ বৈঠক অনুষ্ঠিত

অসম মিজোৰামৰ মাজৰ দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ বাবে কালি দুয়োখন ৰাজ্যৰ মাজত এখন মন্ত্ৰীপৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। অসমৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰা তথা মিজোৰামৰ গৃহমন্ত্রী কে সপদাংগাৰ নেতৃত্বত অনুষ্ঠিত এই বৈঠকত আন্তঃৰাজ্যিক সীমা বিবাদৰ সমাধনৰ লক্ষ্যৰে এখন যুটীয়া বিবৃতি স্বাক্ষ...

August 10, 2024 1:04 PM

অসমতো দেশজুৰি আয়োজিত হ’বলগীয়া ঘৰে ঘৰে ত্ৰিৰংগ কাৰ্যসূচী ৰূপায়ণ

সমাগত স্বাধীনতা দিৱস উপলক্ষে দেশজুৰি আয়োজিত হ'বলগীয়া ঘৰে ঘৰে ত্ৰিৰংগ কাৰ্যসূচী অসমতো ৰূপায়ণ কৰা হ'ব। কালি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাৰ সভাপতিত্বত দিছপুৰৰ জনতা ভৱনত আয়োজিত এখন সভাত কাৰ্যসূচীসমূহ চূড়ান্ত কৰাৰ লগতে পর্যালোচনাও কৰা হয়। সভাত অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ আয়োজিত হ'ব ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।