আঞ্চলিক সংবাদ

August 11, 2024 8:45 PM

বিশিষ্ট কবি-সমালোচক ৰবীন্দ্ৰ বৰাৰ  দেহাৱসান

বিশিষ্ট কবি-সমালোচক ৰবীন্দ্ৰ বৰাৰ আজি দেহাৱসান ঘটে। ১৯৩৯ চনত মাকুমত জন্মগ্ৰহণ কৰা বৰাৰ মৃত্যুৰ সময়ত বয়স আছিল ৮৫ বছৰ। ৰামধেনুৰ যুগতে কবি হিচাপে আত্মপ্ৰকাশ কৰা বৰাই ১৪ খন কাব্য সংকলন, চাৰিখন গল্প সংকলন আৰু এখন উপন্যাসকে ধৰি বহু মূল্যবান গ্ৰন্থৰে অসমীয়া সাহিত্যৰ ভড়াল চহকী কৰি গৈছে। অসম চৰকাৰৰ জনসংয...

August 11, 2024 7:45 PM

দেশৰ পূব, উত্তৰ-পূব আৰু উত্তৰ-পশ্চিম অংশত ১৬ আগষ্ট পর্যন্ত ধাৰাষাৰ বৰষুণৰ আগলি বতৰা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দেশৰ পূব, উত্তৰ-পূব আৰু উত্তৰ-পশ্চিম অংশত ১৬ আগষ্ট পর্যন্ত ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে পৰৱৰ্তী ৫ দিনত ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি অনুমান কৰিছে। এই সময়ছোৱাত...

August 11, 2024 7:41 PM

ননৈ, কামপুৰ আৰু বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষসকলৰ সৈতে শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ বৈঠক

শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে আজি ননৈ, কামপুৰ আৰু বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে শিক্ষানুষ্ঠান কেইখনত ইতিবাচক শিক্ষণ পৰিৱেশ গঢ়িতোলাৰ উদ্দেশ্যে প্রয়োজনীয় সকলো সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে। মন্ত্ৰীগৰাকীয়ে অধ্যক্ষসকলৰ সৈতে আন্তঃগাঁ...

August 11, 2024 7:29 PM

ডিব্ৰুগড়ৰ চৌকিদিঙিত প্রয়াত সাংবাদিক নীলিম চৌধুৰী ত্ৰয়োদশ বাৰ্ষিক সোঁৱৰণী সভা

ডিব্ৰুগড়ৰ চৌকিদিঙিত আজি প্রয়াত সাংবাদিক নীলিম চৌধুৰী ত্ৰয়োদশ বাৰ্ষিক সোঁৱৰণী সভা আৰু বঁটা বিতৰণি অনুষ্ঠানৰ আয়োজন কৰা হয়। সভাত অৰুণাচল প্ৰদেশৰ প্ৰাক্তন  শিক্ষামন্ত্ৰী বছিৰাম ছিৰাম মুখ্য অতিথি হিচাপে উপস্থিত থাকে। শ্রী ছিৰামে অসম আৰু অৰুণাচলৰ মাজৰ সম্পৰ্ক সন্দৰ্ভত বক্তব্য প্ৰদান কৰি দুয়োখন ৰাজ্য...

August 11, 2024 7:36 PM

ৰাজ্যৰ বিভিন্ন জিলাত ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ ব্যাপক প্রস্তুতি

৭৮ সংখ্যক স্বাধীনতা দিৱসলৈ কেইটামান দিন বাকী থকা অৱস্থাত দেশৰ অন্যান্য অঞ্চলসমূহৰ লগতে ৰাজ্যৰ বিভিন্ন জিলাত ব্যাপক প্রস্তুতি চলাই থকা হৈছে। চিৰাং জিলাৰ সদৰ কাজল গাঁৱত স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ মুখ্য আকর্ষণ সামৰিক কুচকাৱাজৰ বাবে পেৰেড গ্রাউণ্ডত অসম আৰক্ষী বাহিনী, সীমা সুৰক্ষা বল, গৃহৰক্ষী জোৱান, ৰাষ...

August 11, 2024 7:33 PM

জলসম্পদ মন্ত্রী পীযুষ হাজৰিকাৰ ধুবুৰী জিলাৰ গোলকগঞ্জ বিধানসভা সমষ্টিৰ অধীনৰ গংগাধৰ নৈৰ তীৰৰ কেইবাখনো ঠাই নাৱেৰে ভ্ৰমণ

জলসম্পদ মন্ত্রী পীযুষ হাজৰিকাই আজি ধুবুৰী জিলাৰ গোলকগঞ্জ বিধানসভা সমষ্টিৰ অধীনৰ গংগাধৰ নৈৰ তীৰৰ কেইবাখনো ঠাই নাৱেৰে ভ্ৰমণ কৰি জলসম্পদ বিভাগে নিৰ্মাণ কৰা মথাউৰিসমূহ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে লগতে অসম-পশ্চিমবংগ সীমান্ত অঞ্চলৰ প্ৰায় এক কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা অঞ্চলত প্ৰয়োজন হোৱা বান খহনীয়া প্ৰতিৰ...

August 11, 2024 7:35 PM

ঢেকীয়াজুলীত মন্ত্রী অশোক সিংহালৰ ছাত্ৰীসকলক মুখ্যমন্ত্ৰী নিযুত ম‍ইনা আঁচনিৰ আবেদন প্ৰ-পত্ৰ বিতৰণ

গৃহনির্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্রী অশোক সিংহালে আজি ঢেকীয়াজুলীৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ত ছাত্ৰীসকলক মুখ্যমন্ত্ৰী নিযুত ম‍ইনা আঁচনিৰ আবেদন প্ৰ-পত্ৰ বিতৰণ কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মাগদৰ্শনত অসম চৰকাৰে গ্ৰহণ কৰা এই অভিলাসী আঁচনিৰ জৰিয়তে ৰাজ্যৰ ১০ লাখ যুৱতীৰ সৱলীকৰণ সম্ভ...

August 11, 2024 12:38 PM

মহানগৰীৰ কৃত্ৰিম বান সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰৰ কাৰিকৰী সমিতি গঠন

মহানগৰীৰ কৃত্ৰিম বান সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগে জনসাধাৰণৰ পৰা পৰামৰ্শ গ্ৰহণৰ অৰ্থে এখন কাৰিকৰী সমিতি গঠন কৰিছে। কামৰূপ মহানগৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা সমিতিয়ে মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা সমাধানৰ সন্দৰ্ভত জনসাধাৰণে কিবা পৰামৰ্শ দিব বিচাৰিলে suggestionfloodm...

August 11, 2024 12:31 PM

আন্তঃৰাজ্যিক সীমাবিবাদ সমাধানৰ ক্ষেত্ৰত মিজোৰাম চৰকাৰৰ সহযোগিতা আৰু দায়বদ্ধতাৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীক সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰাৰ কৃতজ্ঞতা

ৰাজ্যৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰাই মিজোৰাম আৰু অসমৰ মাজৰ আন্তঃৰাজ্যিক সীমাবিবাদ সমাধানৰ ক্ষেত্ৰত মিজোৰাম চৰকাৰৰ সহযোগিতা আৰু দায়বদ্ধতাৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীক কৃতজ্ঞতা জনায়। মন্ত্ৰী শ্ৰী বৰাৰ নেতৃত্বত এটা প্রতিনিধি দলে কালি মিজোৰামৰ ৰাজধানী আইজলত ৰাজ্যখনৰ মুখ্যমন্ত্রী ল...

August 11, 2024 12:23 PM

প্ৰাকৃতিক দুৰ্যোগৰ ফলত হোৱা ক্ষয়ক্ষতিৰ মূল্যায়ণৰ বাবে ৰাজ্য চৰকাৰৰ ৰাজহচক্ৰ পৰ্যায়ত কৰ্মবাহিনী গঠন

অসম চৰকাৰে বান সাহায্যৰ ক্ষীপ্ৰ আৰু সুচল বিতৰণৰ ক্ষেত্ৰত কিছু সংস্কাৰ সাধন কৰিছে। প্ৰাকৃতিক দুৰ্যোগৰ ফলত হোৱা ক্ষয়ক্ষতিৰ মূল্যায়ণৰ বাবে ৰাজহচক্ৰ পৰ্যায়ৰ এটা কৰ্মবাহিনী গঠন কৰা হৈছে যাতে দুর্যোগ সংঘটিত হোৱাৰ ১৫ দিনৰ ভিতৰতে পুনৰ সংস্থাপনৰ প্ৰস্তাৱ প্ৰস্তুত কৰি জিলা আয়ুক্তলৈ প্ৰেৰণ কৰিব পাৰে। জনমুখ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।