আঞ্চলিক সংবাদ

August 13, 2024 2:02 PM

বিশিষ্ট চিত্রশিল্পী তথা লখিমপুৰ চাৰু কাৰু কলা মহাবিদ্যালয়ৰ অধ্যক্ষ চন্দ্ৰকমল গগৈৰ মৃত্যু

লখিমপুৰৰ বিশিষ্ট চিত্রশিল্পী তথা লখিমপুৰ চাৰু কাৰু কলা মহাবিদ্যালয়ৰ অধ্যক্ষ চন্দ্ৰকমল গগৈৰ আজি পুৱা ৭৮ বছৰ বয়সত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয়। বিশিষ্ট চিত্রশিল্পীগৰাকী বাৰ্ধক্যজনিত ৰোগত চিকিৎসাধীন হৈ আছিল। শিল্পীগৰাকীক ৰাজ্য চৰকাৰে ২০২২ চনত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা বঁটাৰে সন্মানিত কৰি...

August 13, 2024 1:50 PM

ঘৰে ঘৰে ত্ৰিৰংগ পতাকা কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ ত্ৰিৰংগ সমলয় অনুষ্ঠানৰ আয়োজন

ঘৰে ঘৰে ত্ৰিৰংগ পতাকা কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত স্বাধীনতা সংগ্ৰামীসকললৈ শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে আজি ত্ৰিৰংগ সমলয় অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আজি সন্ধিয়া শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এই অনুষ্ঠানত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা মু...

August 13, 2024 1:48 PM

ৰাজ্যৰ বিভিন্ন জিলাত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি

♦ ৰিাজ্যৰ বিভিন্ন জিলাত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি চলাই থকা হৈছে। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত হ'বলগীয়া অনুষ্ঠানৰ বাবে আৰক্ষী বেটেলিয়ন, অৰ্ধসামৰিক বাহিনী আৰু এন চি চিৰ দলসমূহে পেৰেডৰ অনুশীলন চলাই আছে। ৰাজ্যৰ কেইটামান উগ্রপন্থী সংগঠনে স্বাধীনতা দিৱস বৰ্জনৰ ব...

August 13, 2024 1:24 PM

কইনাধৰা ৰাজ্যিক অতিথিশালাত ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক

● অসমত ৰাজ্যসভাৰ দুখনকৈ আসন খালী হোৱাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰীৰ কইনাধৰা ৰাজ্যিক অতিথিশালাত কালি ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, প্রভাৰী হৰিশ দ্বিবেদীক...

August 13, 2024 1:19 PM

নেচনেল ইন্‌ষ্টিটিউচনেল ৰেংকিং ফ্ৰেমৱৰ্কে উচ্চ শিক্ষানুষ্ঠানৰ পাৰদৰ্শিতাৰ ভিত্তিত আই আই টি গুৱাহাটীৰ সামগ্ৰিক শাখাত নৱম স্থান লাভ

■ কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা বিভাগৰ অধীনস্থ নেচনেল ইন্‌ষ্টিটিউচনেল ৰেংকিং ফ্ৰেমৱৰ্কে উচ্চ শিক্ষানুষ্ঠানৰ পাৰদৰ্শিতাৰ ভিত্তিত প্ৰকাশ কৰা তালিকাত অসমৰ শিক্ষানুষ্ঠানসমূহে আশানুৰূপ স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। এইক্ষেত্ৰত আই আই টি গুৱাহাটীয়ে সামগ্ৰিক শাখাত নৱম স্থান আৰু গুৱাহাটী বিশ্ববিদ্যালয়ে ৫৭ সংখ্যক ...

August 13, 2024 12:56 PM

কলাক্ষেত্ৰত ১,১২৭ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানৰ আয়োজন

■ ৰাজ্য চৰকাৰৰ ১ লাখ নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি ১,১২৭ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই নিযুক্তি বিতৰণ অনুষ্ঠানত লোকনিৰ্মাণ বিভাগৰ কনিষ্ঠ অভিযন্তা পদত ২৬৬ গৰাকী চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগত ৮১২ গৰাকী ষ্টাফ নাৰ্ছ আৰু ...

August 12, 2024 7:36 PM

কইনাধৰাত ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত

অসমত ৰাজ্যসভাৰ দুখনকৈ আসন খালী হোৱাৰ পৰিপ্ৰেক্ষিতত আজি গুৱাহাটী মহানগৰীৰ কইনাধৰা ৰাজ্যিক অতিথিশালাত ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, প্ৰভাৰী হৰিশ দ্বিবেদীকে ধ...

August 12, 2024 7:34 PM

ভাৰতীয় উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহৰ ভিতৰত আই আই টি গুৱাহাটীৰ নৱম স্থান অধিকাৰ

ভাৰতীয় উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহৰ ভিতৰত আই আই টি গুৱাহাটীয়ে নৱম স্থান অধিকাৰ কৰিছে । কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানে নতুন দিল্লীত ভাৰত মণ্ডপমত আজি ২০২৪ বৰ্ষত শীর্ষ স্থানত থকা উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহৰ তালিকা প্রকাশ কৰে। এই তালিকাত আই আই টি মাদ্রাছে শীৰ্ষ স্থান দখল কৰাৰ বিপৰীতে আই...

August 12, 2024 7:33 PM

বাংলাদেশৰ পৰিস্থিতি সন্দৰ্ভত অমিত শ্বাহলৈ বদৰুদ্দিন আজমলৰ পত্ৰ প্ৰেৰণ

প্রতিবেশী ৰাষ্ট্র বাংলাদেশত উদ্ভৱ হোৱা পৰিস্থিতি সন্দৰ্ভত এ আই ইউ ডি এফৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত তেওঁ চুবুৰীয়া ৰাষ্ট্ৰখনত উদ্ভৱ হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সীমান্ত অঞ্চল আৰু দেশৰ অভ্যন্তৰীণ কাৰ্যকলাপ তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ...

August 12, 2024 7:31 PM

৩৫,১৩৩ টা শিক্ষক পদত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ জাৰি

গুৱাহাটী উচ্চ ন্যায়ালয়ে বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে প্রাথমিক শিক্ষা সঞ্চালকালয়ে প্রকাশ কৰা ৩৫ হাজাৰ ১৩৩টা শিক্ষক পদৰ বিজ্ঞাপনত আজি অন্তৱৰ্তীকালীন স্থগিতাদেশ জাৰি কৰিছে। লগতে ন্যায়ালয়ে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত চৰকাৰী পক্ষক নিজৰ স্থিতি স্পষ্ট কৰাৰ বাবে চাৰি সপ্তাহৰ সময় দিছে। উল্লেখযোগ্য...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।