আঞ্চলিক সংবাদ

August 26, 2024 11:27 AM

প্রাক্তন সাংসদ পল্লৱলোচন দাসক অসম ৰাজ্যিক পৰিবহন নিগমৰ অধ্যক্ষৰূপে নিযুক্তি

প্রাক্তন সাংসদ পল্লৱলোচন দাসক অসম ৰাজ্যিক পৰিবহন নিগমৰ অধ্যক্ষৰূপে নিযুক্তি দিয়া হৈছে। ইয়াৰ পূৰ্বে এই পদত বিজেপিৰ জ্যেষ্ঠ নেতা মিছন ৰঞ্জন দাসে কাৰ্যনিৰ্বাহ কৰিছিল। শেহতীয়াকৈ মিছন ৰঞ্জন দাসক ৰাজ্যসভালৈ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছত তেওঁৰ স্থানত পল্লৱলোচন দাসক নিযুক্তি দিয়া হয় ।

August 26, 2024 11:23 AM

কাৰ্বি আংলঙৰ জিলাৰ উমৰ্টেলীত দুই কোটি টকা ব্যয় সাপেক্ষ এটি সমল কেন্দ্ৰৰ  আধাৰশিলা স্থাপন

পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ জিলা সদৰ হামৰেঙৰ উমৰ্টেলী ৰাজহ গাঁৱত মন্ত্ৰী ৰণজিত কুমাৰ দাসে নতুনকৈ নিৰ্মাণ হ'বলগীয়া জিলা সমল কেন্দ্ৰৰ কালি আধাৰশিলা স্থাপন কৰে। দুই কোটি টকা ব্যয় সাপেক্ষে নির্মাণ কৰিবলগীয়া এই সমল কেন্দ্ৰটোৰ জৰিয়তে পাহাৰীয়া জিলাখনৰ আত্মসহায়ক গোটৰ লগতে অন্যান্য স্বনিৰ্ভৰশীল ...

August 26, 2024 11:18 AM

নগাঁৱত পৰীক্ষামূলকভাৱে ৰাজ্যৰ প্ৰথমটো আৱৰ্জনাময় পানী নিষ্কাষণ কেন্দ্ৰৰ উদ্বোধন

ৰাজ্যৰ নগৰাঞ্চলত থকা নলা-নৰ্দমাৰে বৈ যোৱা দুষিত পানী পৰিষ্কাৰ তথা প্ৰদূষণমুক্ত কৰি ৰাখিবলৈ নগাঁৱত কালি পৰীক্ষামূলকভাৱে ৰাজ্যৰ প্ৰথমটো আৱৰ্জনাময় পানী নিষ্কাষণ কেন্দ্ৰৰ উদ্বোধন কৰা হয়। ৰাজ্যৰ গৃহ আৰু নগৰ পৰিক্ৰমা, জনসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহালে নগাঁৱৰ ভূপেন হাজৰিকা মুকলি মঞ্চত অনুষ্ঠিত ৰাজহুৱা...

August 26, 2024 11:15 AM

ছাত্ৰ আৰু যুৱ কল্যাণৰ ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতিৰ বৈঠক সম্পন্ন

ৰাজ্য চৰকাৰৰ ক্ৰীড়া মন্ত্ৰী তথা ছাত্ৰ আৰু যুৱ কল্যাণৰ ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতিৰ অধ্যক্ষা নন্দিতা গাৰ্লোচা আৰু দক্ষতা, নিয়োগ, উদ্যমিতা বিভাগৰ মন্ত্ৰী তথা অসম এথলেটিকছ সন্থাৰ সভাপতি জয়ন্ত মল্লবৰুৱাৰ উপস্থিতিত কালি ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতি, ছাত্ৰ আৰু যুৱ কল্যাণ অসমৰ এখন বৈঠক অনু...

August 25, 2024 8:15 PM

পথ সুৰক্ষা সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ লক্ষ্যৰে যোৰহাটত বিশেষ সভা

পথ সুৰক্ষা সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ লক্ষ্যৰে যোৰহাটত এটা স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত আজি বিশেষ সভা অনুষ্ঠিত হয়। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱ জ্যোতি শ‍ইকীয়াই সভাত অংশগ্ৰহণ কৰি পথ সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ আইনী দিশসমূহৰ বিষয়ে উল্লেখ কৰে। তেওঁ সচেতনতা বৃদ্ধিৰ জৰিয়তে সুৰক্ষিত পৰ...

August 25, 2024 7:09 PM

দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হব ৪১ সংখ্যক অভিৰুচি ক্রীড়া দিৱস

অসমৰ প্ৰথম অৰ্জুন বঁটাপ্ৰাপক ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে অভিৰুচিৰ তৰফৰ পৰা ৩ ছেপ্তেম্বৰত প্রতিবছৰে অভিৰুচি ক্রীড়া দিৱস উদযাপন কৰি আহিছে। ৪১ সংখ্যক অভিৰুচি ক্রীড়া দিৱস এইবাৰ দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হ'ব। অহা ৩ আৰু ৪ ছেপ্তেম্বৰত অনুষ্ঠিত হ'বলগীয়া এই দিৱসৰ দুদিনীয়া কাৰ্যসূচীত অসম গৌৰৱ লাভ...

August 25, 2024 7:04 PM

গুৱাহাটীৰ ফাঁচীবজাৰৰ নাৰায়ণ কৃত্রিম অঙ্গ সংস্থাপন শিবিৰত মন্ত্ৰী অশোক সিংহলৰ অংশগ্ৰহণ

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী অশোক সিংহল গুৱাহাটীৰ ফাঁচীবজাৰ অঞ্চলত ভগৱান মহাবীৰ ধৰ্মস্থলত নাৰায়ণ সেৱা সংস্থাই আয়োজন কৰা নাৰায়ণ কৃত্রিম অঙ্গ সংস্থাপন শিবিৰত উপস্থিত থাকে। এই শিবিৰত ৰাজ্যৰ ২৬৫ গৰাকী দিব্যাংগ লোকে অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে সংস্থাটোৱে প্ৰদৰ্শন কৰা সামাজিক দায়বদ্ধত...

August 25, 2024 8:54 PM

সংসদীয় পৰিক্ৰমা মন্ত্ৰী পিযুষ হাজৰিকাৰ জাগীৰোডত নির্মীয়মান মিনি ষ্টেডিয়াম পৰিদৰ্শন

সংসদীয় পৰিক্ৰমা মন্ত্ৰী পিযুষ হাজৰিকাই জাগীৰোডত নির্মীয়মান অৱস্থাত থকা মিনি ষ্টেডিয়াম পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে বিষয়াসকলক নিৰ্ধাৰিত সময়ৰ ভিতৰত কাম-কাজসমূহ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ জাগীৰোড বহুমুখী প্ৰেক্ষাগৃহ তথা জাগীৰোড শাখা সাহিত্য সভাৰ কাৰ্যালয়ো পৰিদৰ্শন কৰে।

August 25, 2024 6:58 PM

অসম গণ পৰিষদৰ সাংগঠনিক পৰিকাঠামো অধিক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে ৭ দিনীয়া বুথ সন্মিলনৰ আয়োজন

অসম গণ পৰিষদৰ সাংগঠনিক পৰিকাঠামো অধিক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে আজিৰ পৰা ৭ দিনীয়া কাৰ্যসূচীৰে বুথ সন্মিলনৰ আয়োজন কৰা হৈছে। এই সন্মিলনত দলটোৰ সভাপতি অতুল বৰা প্ৰমুখ্যে সাংসদ, বিধায়ক, কেন্দ্রীয় সমিতিৰ বিষয়ববীয়া তথা জিলা বিধানসভা আৰু আঞ্চলিক সমিতিৰো সদস্যসকলে অংশগ্ৰহণ কৰিব। পৰিবহন মন্ত্ৰী কেশ...

August 25, 2024 6:55 PM

হোজাইত খণ্ড উন্নয়ন বিষয়াসকলৰ সৈতে  মন্ত্ৰী ৰণজিত কুমাৰ দাসৰ  পর্যালোচনা বৈঠক

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিত কুমাৰ দাসে আজি হোজাইৰ আৱৰ্ত ভৱনত খণ্ড উন্নয়ন বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত প্রধানমন্ত্ৰী আৱাস যোজনা গ্রামীন আৰু পঞ্চদশ বিত্তীয় আয়োগৰ মুখ্য দিশসমূহৰ বিষয়ে আলোচনা কৰা হয়। বৈঠকত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সচিব, হোজাইৰ আয়ুক্ত...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।