September 3, 2024 12:17 PM
ৰাজ্যৰ মুঠ ১৩ গৰাকী শিক্ষককলৈ এই বৰ্ষৰ কৃতি শিক্ষকৰ সন্মান
৫ ছেপ্তেম্বৰত হ'বলগীয়া শিক্ষক দিৱসৰ লগত সংগতি ৰাখি ৰাজ্য চৰকাৰে চলিত বৰ্ষৰ ৰাজ্যিক কৃতি শিক্ষকৰ বঁটাসমূহ ঘোষণা কৰিছে। ৰাজ্যৰ মুঠ ১৩ গৰাকী শিক্ষকক এই বৰ্ষৰ কৃতি শিক্ষকৰ সন্মানেৰে বিভূষিত কৰা হ'ব। মাধ্যমিক শাখাত ৮ গৰাকী শিক্ষকলৈ এই বঁটা আগবঢ়োৱা হৈছে। তেওঁলোক হৈছে ডিব্ৰুগড়ৰ বিউতি লেখাৰু শইকীয়া, যো...