আঞ্চলিক সংবাদ

September 5, 2024 12:32 PM

ৰাজ্যৰ ৩১খন উচ্চ শিক্ষানুষ্ঠানলৈ মুঠ ২২৯ কোটি ৯ লাখ ৫৫ হাজাৰ টকাৰ পুঁজি আবণ্টন

প্রধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযান আঁচনিৰ অধীনত ৰাজ্যৰ ৩১খন উচ্চ শিক্ষানুষ্ঠানলৈ মুঠ ২২৯ কোটি ৯ লাখ ৫৫ হাজাৰ টকাৰ পুঁজি আবণ্টন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সেই অনুসৰি আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই আঁচনিৰ জৰিয়তে বহুমুখী শিক্ষা আৰু গৱেষণা বিশ্ববিদ্যালয়ৰ অধীনত ডি...

September 5, 2024 12:30 PM

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত ৬৩ সংখ্যক শিক্ষক দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠান

দেশৰ বিভিন্ন অংশৰ লগতে অসমতো আজি শিক্ষক দিৱস পালন কৰা হৈছে। শিক্ষাবিদ তথা প্ৰাক্তন ৰাষ্ট্ৰপতি ডº সর্বেপল্লী ৰাধাকৃষ্ণণৰ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি প্ৰতি বছৰে ৫ ছেপ্তেম্বৰত এই দিৱস পালন কৰা হয়। দেশত ১৯৬২ চনৰ ৫ ছেপ্তেম্বৰত প্ৰথম শিক্ষক দিৱস অনুষ্ঠিত হৈছিল আৰু ১৯৭২ চনৰে পৰা চৰকাৰীভাৱে এই দিৱস পালন ক...

September 5, 2024 12:26 PM

অহা ২ অক্টোবৰৰ পৰা কাম আৰম্ভ কৰিব পৰাকৈ ৰাজ্যৰ ৩৯ খন উপ-জিলা গঠনত কেবিনেটৰ অনুমোদন

ৰাজ্য চৰকাৰৰ কোনো কৰ্মচাৰীৰ দুৰ্ঘটনাজনিত কাৰণত মৃত্যু হ'লে নাইবা দুৰ্ঘটনাৰ ফলত সম্পূৰ্ণৰূপে শাৰীৰিক অক্ষম হৈ পৰিলে এক কোটি টকা বীমা প্রিমিয়াম হিচাপে আগবঢ়াবলৈ ভাৰতীয় ষ্টেট বেংক আৰু অন্য বেংকসমূহৰ সৈতে চৰকাৰে চুক্তি স্বাক্ষৰ কৰিব। কালি লখিমপুৰত অনুষ্ঠিত ৰাজ্যিক মন্ত্রীসভাৰ বৈঠকত এই বিষয়ে সিদ্ধান্ত...

September 4, 2024 7:15 PM

লখিমপুৰত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক

লখিমপুৰত আজি ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হয়। চাৰিদিনীয়া ভ্রমণসূচীৰে ৫ খন জিলালৈ যোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কালি বিয়লি লখিমপুৰত উপস্থিত হয়। কেবিনেটৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে লখিমপুৰ জিলাৰ চাবতিত নির্মীয়মান আন্তঃৰাজ্যিক বাছ আস্...

September 4, 2024 6:53 PM

কাইলৈৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ নতুন বুলেটিন প্ৰচাৰ

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে কাইলৈ পুৱা ৭ বাজি ৫৫ মিনিটৰ পৰা ৫ মিনিটৰ এখন নতুন বুলেটিন প্ৰচাৰ কৰিব। কাইলৈ শিক্ষক দিৱসৰ পৰাই ডিব্ৰুগড় আৰু কাষৰীয়া জিলাসমূহৰ শ্ৰোতাসকলৰ আগ্ৰহৰ প্ৰতি সঁহাৰি জনাই এই বুলেটিন প্ৰচাৰ কৰা হ'ব।

September 4, 2024 6:44 PM

জাগীৰোডৰ উপ-ডাকঘৰত ডাক বিভাগৰ লাভজনক আঁচনি সন্দৰ্ভত সজাগতা সভা

কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশমৰ্মে মৰিগাঁও জিলাৰ জাগীৰোডৰ উপ-ডাকঘৰত আজি এখন বিশেষ সজাগতা সভা অনুষ্ঠিত হয়। ডাক বিভাগৰ বিভিন্ন লাভজনক আঁচনিৰ বিষয়ে জনসাধাৰণক অৱগত কৰাৰ উদ্দেশ্যে এই সজাগতা সভাৰ আয়োজন কৰা হৈছে। এই সভাৰ জৰিয়তে ডাক বিভাগৰ দ্বাৰা চৰকাৰে প্ৰদান কৰা আঁচনিসমূহৰ লাভ গ্ৰহণ কৰিবলৈ জনসাধাৰণক আহ্বা...

September 4, 2024 6:36 PM

জনজাতীয় পৰিক্ৰমা বিভাগৰ ৰাজ্য মন্ত্ৰী দুর্গাদাস উইকেৰ তিনিচুকীয়া ভ্ৰমণ

কেন্দ্ৰীয় জনজাতীয় পৰিক্ৰমা বিভাগৰ ৰাজ্য মন্ত্ৰী দুর্গাদাস উইকে দুদিনীয়া কাৰ্যসূচীৰে আজি তিনিচুকীয়া জিলাত উপস্থিত হৈছে। জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন সভাত সভাপতিত্ব কৰি তেওঁ জিলাখনত চলিত বিভিন্ন চৰকাৰী আঁচনিৰ কাম-কাজৰ পৰ্যালোচনা কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই পর্যালোচনা বৈঠকতে প্ৰতিগৰাকী বিষয়...

September 4, 2024 6:30 PM

ৰাজ্যত বিভিন্ন কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৬ সংখ্যক তিৰোভাৱ তিথি পালন

অসমৰ সত্ৰ আৰু নামঘৰসমূহত আজি পুৱাৰে পৰা নাম-প্ৰসংগকে ধৰি ভিন ভিন কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৬ সংখ্যক তিৰোভাৱ তিথি পালন কৰা হৈছে। এই উপলক্ষে সত্ৰনগৰী বৰপেটাত পুৱাৰে পৰা কীর্তন মহোৎসৱ অনুষ্ঠিত হৈছে। পুৱা গীত আৰু ভটিমাৰ অন্তত সত্ৰৰ মুখ্য পাঠকৰ নেতৃত্বত নৃত্য-প্ৰসঙ্গ অনুষ্ঠিত হোৱাৰ পাছতে ভ...

September 4, 2024 6:16 PM

ডিমা হাছাওত বাণিজ্যিক যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ

সঘনাই হৈ থকা বৰষুণৰ ফলত ভিন ভিন পথকে ধৰি বিভিন্ন অঞ্চল জলমগ্ন হোৱাৰ লগতে পথ নিৰ্মাণৰ কাম চলি থকাৰ পৰিপ্ৰেক্ষিতত ডিমা হাছাও জিলাৰ অন্তৰ্গত জাতিংগাৰ পৰা হাৰাংহাজাওৰ মাজত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে বাণিজ্যিক যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত কিছু পৰিমাণে নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই অনুসৰি ২৪ ফুটতকৈ অধিক দৈৰ...

September 4, 2024 12:22 PM

ৰাজ্য চৰকাৰৰ বিত্ত বিভাগৰ দ্বিতীয় পৰ্যায়ৰ অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনি ঘোষণা

ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে দ্বিতীয় পৰ্যায়ৰ অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য নামৰ অভিলাষী আঁচনি এখনৰ ঘোষণা কৰিছে। শিক্ষা ঋণৰ ক্ষেত্ৰত ৫০ হাজাৰ টকা পৰ্যন্ত ৰাজসাহায্য প্রদানেৰে শিক্ষাৰ্থী আৰু তেওঁলোকৰ অভিভাৱকসকলৰ বিত্তীয় বোজা লাঘৱ কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা এই আঁচনিখনৰ পোৰ্টেলটো কাইলৈৰ পৰা ২০ অক্টোবৰলৈ ৪...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।