September 6, 2024 1:34 PM
শ্ৰীশ্ৰী অনিৰুদ্ধ দেৱ জন্মক্ষেত্র উন্নয়ন প্ৰকল্পৰ বাবে মুখ্যমন্ত্রীৰ ১৫ কোটি টকা অনুমোদন
লখিমপুৰত অনুষ্ঠিত অসম কেবিনেট বৈঠকত মুখ্যমন্ত্রী ডº হিমন্ত বিশ্ব শৰ্মাই শ্ৰীশ্ৰী অনিৰুদ্ধ দেৱ জন্মক্ষেত্র উন্নয়ন প্ৰকল্পৰ বাবে ১৫ কোটি টকা অনুমোদন জনোৱা বিষয়টোত উৎফুল্লিত হৈ পৰিছে গুৰুজনাৰ অনুগামী ভকত-বৈষ্ণৱসকল। উল্লেখযোগ্য যে যোৱা ৩ ছেপ্তেম্বৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শ্ৰীশ্ৰী অনিৰুদ্ধ দ...