আঞ্চলিক সংবাদ

September 11, 2024 11:45 AM

গ্রামাঞ্চলত কেঁচা ঘৰ নাইকীয়া কৰিবলৈ ৰাজ্য চৰকাৰৰ লক্ষ্য নির্ধাৰণ

● গ্রামাঞ্চলত কেঁচা ঘৰ নাইকীয়া কৰিবলৈ ৰাজ্য চৰকাৰে লক্ষ্য নির্ধাৰণ কৰিছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য, অসামৰিক যোগান, গ্রাহক পৰিক্রমা আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে নগাঁৱত কালি এখন পর্যালোচনা বৈঠকত অংশগ্রহণ কৰি এইদৰে কয়। নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই বৈঠকত মন্ত্ৰীগ...

September 11, 2024 11:36 AM

ব্ৰহ্মপুত্র উপত্যকা সাৰ নিগমক পুনৰ জীৱিতকৰণৰ বাবে বিত্তমন্ত্রীৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আলোচনা

■ ব্ৰহ্মপুত্র উপত্যকা সাৰ নিগমক পুনৰ জীৱিতকৰণৰ বাবে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনৰ সৈতে আলোচনাত মিলিত হয়। এই সাক্ষাতত মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ কাষত এখন নতুন উপগ্রহীয় মহানগৰ নিৰ্মাণৰ বিষয়টো লৈয়ো বিত্তমন্ত্ৰীগৰাকীৰ সৈতে কথা পাতে। এ...

September 10, 2024 9:26 PM

জাতি-মাটি-ভেটি ৰক্ষাৰ বাবে বিগত ৩ বছৰত ৰাজ্য চৰকাৰৰ ভালেমান পদক্ষেপ গ্ৰহণ

ৰাজ্য চৰকাৰে বিগত ৩ বছৰত জাতি-মাটি-ভেটি ৰক্ষাৰ বাবে ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে আৰু ভূমি, সম্পদ তথা সংস্কৃতি সুৰক্ষিত নোহোৱালৈকে এই প্ৰচেষ্টা অব্যাহত ৰাখিব। এনে প্ৰচেষ্টাৰ অংশ হিচাপে চৰকাৰে অসম চুক্তিৰ ৬ নম্বৰ দফা সন্দৰ্ভত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগে আগবঢ়োৱা পৰামৰ্শাৱলী ৰূপায়ণৰ ব্যৱ...

September 10, 2024 9:24 PM

ৰাজ্যৰ ১৪গৰাকী অভিভাৱক মন্ত্ৰীৰ দায়িত্বৰ সালসলনি

ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যই ৰাজ্যখনৰ ১৪ গৰাকী মন্ত্ৰীৰ বিভিন্ন জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্বৰ সালসলনি কৰিছে। এই অনুসৰি ৰণজিৎ কুমাৰ দাসক কৰিমগঞ্জ, ধুবুৰী আৰু বঙাইগাঁও, অতুল বৰাক কামৰূপ মহানগৰ আৰু নলবাৰী, উৰ্খাও গৌৰা ব্ৰহ্মক কোকৰাঝাৰ আৰু চিৰাং জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে। একেদ...

September 10, 2024 9:23 PM

জ্ঞানপীঠ সন্মানপ্রাপক যশস্বী কবি, শিক্ষাবিদ নীলমণি ফুকনৰ জন্মবার্ষিকী উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন

জ্ঞানপীঠ সন্মানপ্রাপক যশস্বী কবি, সমালোচক, শিক্ষাবিদ নীলমণি ফুকনৰ জন্মবার্ষিকী উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন কৰা হয়। কবিতাৰ ভাষাৰে অ' মোৰ সপোনৰ সূৰ্যৰ মানুহ বুলি সম্বোধন কৰি সময়ৰ আহ্বান আৰু মানৱীয়তাৰ প্ৰমূল্যক চকু মেলি চাবলৈ শিকোৱা কবিগৰাকীৰ ১৯৩৩ চনৰ আজিৰ দিনটোতে গোলাঘাট জিলা...

September 10, 2024 9:22 PM

আর্যভট্ট বিজ্ঞান কেন্দ্ৰৰ ৰাজ্যিক সমাৰোহৰ আয়োজন

অসম চৰকাৰৰ বিজ্ঞান প্রযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ হৈ অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদে আজিৰে পৰা দুদিনীয়াকৈ আর্যভট্ট বিজ্ঞান কেন্দ্ৰৰ ৰাজ্যিক সমাৰোহৰ আয়োজন কৰিছে। এই সমাৰোহে ছাত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞান অধ্যয়নৰ প্ৰতি আগ্ৰহ জন্মেৱাৰ লগতে উদ্ভাৱনীমূলক চিন্তাৰ বিকাশ তথা শিক্ষার্থীসক...

September 10, 2024 9:20 PM

ৰাজ্যত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ

ৰাজ্যৰ প্ৰত্যক্ষ নিযুক্তি আয়োগৰ অধীনত অহা ১৫ ছেপ্টেম্বৰৰ পৰা হ'বলগীয়া তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনসমূহে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। নিযুক্তি পৰীক্ষাৰ বাবে কাৰ্বি আংলং জিলাৰ ডিফুত জিলা দুৰ্যোগ প্ৰাধিকৰণ কাৰ্যালয়ত জিলা নিয়ন্ত্রণ কক্ষ স্থাপন কৰা হৈছে। ...

September 10, 2024 9:19 PM

নৱপ্ৰজন্মৰ মাজত গ্ৰন্থ অধ্যয়নৰ অভ্যাস শক্তিশালী কৰাৰ বাবে বড়োলেণ্ড পঠন সপ্তাহৰ শুভাৰম্ভ

নৱপ্ৰজন্মৰ মাজত গ্ৰন্থ অধ্যয়নৰ অভ্যাস শক্তিশালী কৰাৰ বাবে বিটিচি প্ৰশাসনে পুথিভঁৰাল সেৱা বিভাগৰ উদ্যোগত বড়োলেণ্ড পঠন সপ্তাহৰ শুভাৰম্ভ কৰিছে। বিটিচিৰ কাৰ্যবাহী সদস্য ড০ নিলোৎপল স্বৰ্গীয়াৰীয়ে কোকৰাঝাৰ জিলা পুথিভঁৰালত আয়োজিত এটা অনুষ্ঠানত কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রম...

September 10, 2024 9:18 PM

গুৱাহাটীৰ নেডফি হাউছত দুদিনীয়াকৈ ‘ভাৰতত মিলেট উৎপাদনৰ প্ৰচাৰ’ শীৰ্ষক কাৰ্যসূচী

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূব উন্নয়ন মন্ত্ৰ্যালয়ৰ অধীনৰ কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান উত্তৰ-পূব আঞ্চলিক কৃষি বিপণন নিগমৰ উদ্যোগত গুৱাহাটীৰ নেডফি হাউছত আজিৰে পৰা দুদিনীয়াকৈ ‘ভাৰতত মিলেট উৎপাদনৰ প্ৰচাৰ’ শীৰ্ষক এটি কাৰ্যসূচী অনুষ্ঠিত হৈছে। কৃষকসকলৰ মাজত মিলেটৰ উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰত সজাগতা সৃষ্ট...

September 10, 2024 9:16 PM

জ্যেষ্ঠ শিল্পীলৈ আর্থিক সাহায্য আঁচনিৰ বাবে ৬০ বছৰ ঊৰ্ধ্বৰ শিল্পীৰ পৰা দেশৰ সাংস্কৃতিক মন্ত্ৰ্যালয়ৰ আবেদনপত্ৰ আহ্বান

দেশৰ সাংস্কৃতিক মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা জ্যেষ্ঠ শিল্পীসকললৈ আর্থিক সাহায্য আঁচনিৰ অধীনত ৬০ বছৰ ঊৰ্ধ্বৰ শিল্পীসকলৰ পৰা আবেদনপত্ৰ বিচৰা হৈছে। ৰাজ্যিক, ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক অথবা দুৰদৰ্শন, আকাশবাণীৰ স্বীকৃতিপ্রাপ্ত শিল্পীসকলে এই আঁচনিৰ বাবে আবেদন দাখিল কৰিব পাৰিব। আবেদনকাৰীৰ আয় প্ৰতিমাহে চাৰি হাজাৰ টকা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।