April 6, 2024 1:00 PM
ৰাজ্যত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ তীব্ৰতৰ, আজি তিতাবৰ, মৰিয়নী আৰু নাজিৰাত মুখ্যমন্ত্ৰীৰ নির্বাচনী সভা
ৰাজ্যত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। বিশেষকৈ প্ৰথম পৰ্যায়ত ভোটগ্রহণ হ'বলগীয়া কাজিৰঙা, ডিব্ৰুগড়, লখিমপুৰ, শোণিতপুৰ আৰু যোৰহাট লোকসভা সমষ্টিত ব্যাপক প্ৰচাৰ অভিযান চলিছে। শাসকীয় বিজেপি আৰু অসম গণ পৰিষদকে ধৰি বিৰোধী কংগ্ৰেছ, আম আদমী পাৰ্টী, ইউ পি পি এল, বি পি এফ আদি দলসমূহে নিৰ্বা...