September 14, 2024 3:20 PM
গুৱাহাটীৰ ৰাজ্যিক চিৰিয়াখানা উন্নয়নৰ বাবে ৩৬২ কোটি টকা ব্যয় কৰা হ’ব
গুৱাহাটীৰ ৰাজ্যিক চিৰিয়াখানা উন্নয়নৰ বাবে ৩৬২ কোটি টকা ব্যয় কৰা হ'ব। এই ধনৰাশি চিৰিয়াখানা কৰ্তৃপক্ষই দুটা কিষ্টিত লাভ কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অধ্যক্ষতাত কালি অনুষ্ঠিত কেবিনেট বৈঠকে এই বিষয়ত অনুমোদন জনায়। কেবিনেটে লগতে গুৱাহাটী মহানগৰৰ ডাউন-টাউনৰ উৰণ সেতুৰ বাবে ১১১কোটি টকাৰ অনুমো...