আঞ্চলিক সংবাদ

April 20, 2024 7:31 PM

চাইবাৰ অপৰাধত জড়িত থকাৰ সন্দেহত হাতীগাওঁত ৯জন ব্যক্তিক আটক

নির্বাচনী তৎপৰতাৰ মাজতে আজি মহানগৰৰ হাতীগাঁও আৰক্ষীয়ে ৯জন ব্যক্তিক চাইবাৰ অপৰাধত জড়িত থকাৰ সন্দেহত আটক কৰিছে। ভেটাপাৰা অঞ্চলৰ এটা হোম ষ্টে'ৰ পৰা আটক কৰা ব্যক্তিকেইজন প্রতিবেশী ৰাজ্য পশ্চিমবংগৰ বুলি জানিব পৰা গৈছে। বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত আটক কৰা অভিযুক্তকেইজনক আৰক্ষীয়ে অধিক তথ্যৰ ব...

April 20, 2024 6:58 PM

ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰণালীবদ্ধ ভোটাৰ সজাগতা কার্যসূচী আয়োজন

লোকসভা নিৰ্বাচনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্রহণ কোষসমূহৰ উদ্যোগত ভোটাৰ সজাগতা কার্যসূচী আয়োজন কৰা হৈছে। চিৰাং জিলাৰ অধীনৰ চিডলী-চিৰাং আৰু বিজনী বিধানসভা সমষ্টিতো নির্বাচনী জিলা দুখনে এই সম্পৰ্কীয় প্ৰস্তুতি অব...

April 20, 2024 6:51 PM

ৰাজ্যজুৰি সতি সাধিনীৰ ৫০০ সংখ্যক স্মৃতি দিৱস পালন

অসমৰ খিলঞ্জীয়া জনগোষ্ঠী চুতীয়াসকলৰ শেষৰগৰাকী ৰাণী তথা চুতীয়া জাতিৰ শৌর্য-বীৰ্ষ আৰু সাহসৰ প্রতীক সতি সাধিনীৰ আজি ৫০০ সংখ্যক স্মৃতি দিৱস ৰাজ্যজুৰি পালন কৰা হৈছে। এই উপলক্ষে মহিয়সীগৰাকীলৈ সশ্রদ্ধ প্ৰণিপাত জনাই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, অতুলনীয় ত্যাগ, স্বদেশপ্ৰেম আৰু পৰাক্ৰমৰ প্...

April 20, 2024 8:02 PM

কাইলৈ শিলচৰত অমিত শ্বাহৰ ৰোড শ্ব’

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহে ব্যাপক তৎপৰতা অব্যাহত ৰাখিছে। দ্বিতীয় পৰ্যায়ত ৰাজ্যখনত ৫ টা সমষ্টি- দৰং-ওদালগুৰি, কৰিমগঞ্জ, ডিফু, শিলচৰ আৰু নগাওঁ সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হব। ৰাজনৈতিক দলসমূহে নিজ নিজ দলৰ প্ৰাৰ্থীৰ সমৰ্থনত সমষ্টিসমূহৰ বিভিন্ন...

April 20, 2024 6:43 PM

অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধীনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা

অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত অনুষ্ঠিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হৈছে। এইবাৰৰ পৰীক্ষাত মুঠ ৪ লাখ ১৯ হাজাৰ ৭৮ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ইয়াৰে তিনি লাখ ১৭ হাজাৰ ৩১৭ গৰাকী পৰীক্ষাৰ্থী উত্তীর্ণ হয়। পৰীক্ষাৰ্থীসকলৰ এক লাখ ৫ হাজাৰ ৮৭৩ গৰাকীয়ে প্ৰথম বিভাগ, এক লাখ ৫০ হাজাৰ...

April 20, 2024 12:22 PM

ৰাজ্যত লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ৭৫.৯৫ শতাংশ ভোটদান

লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত কালি ৰাজ্যত সামগ্ৰিকভাৱে ৭৫.৯৫ শতাংশ ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিছে। কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট সমষ্টিত ভোটাধিকাৰীসকলে কালি অনুষ্ঠিত হৈ যোৱা নিৰ্বাচনত উৎসাহ-উদ্দীপনাৰে নিজৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে। ৰাজ্যখনত প্ৰথম পৰ্...

April 20, 2024 12:19 PM

তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন দাখিল প্ৰক্ৰিয়াৰ সামৰণি

তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন দাখিল প্ৰক্ৰিয়াৰ কালি সামৰণি পৰে। তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অহা ৭ মে'ত অনুষ্ঠিত হ'ব। দেশৰ ১০খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৪টা সমষ্টিৰ বাবে সেইদিনা ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ৰ বাবে মনোনয়ন পত্রসমূহ আজি পৰীক্ষা কৰা হ'ব। পৰহিলৈ মনোনয়ন পত্ৰ প্ৰত্য...

April 20, 2024 12:14 PM

তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে চিৰাঙৰ চিদলী-চিৰাং আৰু বিজনী বিধানসভা সমষ্টিত ভোটাৰ সজাগতাৰ বাবে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ

তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত চিৰাং জিলাৰ চিদলী-চিৰাং আৰু বিজনী বিধানসভা সমষ্টিত ভোটাৰ সজাগতাৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। বিজনী বিধানসভা সমষ্টিৰ ভোটাৰৰ সজাগতাৰ লক্ষ্যৰে শুভংকৰ মুকলি কৰিছে। আনহাতে প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নির্বাচনী অংশগ্রহণ কোষৰ উদ্যোগ...

April 20, 2024 12:13 PM

কৰিমগঞ্জত আজি দুখন নির্বাচনী সভাত অংশগ্রহণ কৰিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কৰিমগঞ্জ জিলাত দুখনকৈ নির্বাচনী সভাত অংশগ্রহণ কৰিব। মুখ্যমন্ত্ৰীয়ে বিজেপিৰ মনোনীত প্ৰাৰ্থী কৃপানাথ মল্লাহৰ হৈ পাথাৰকান্দি সমষ্টি ইছাবিল ময়দানত দুপৰীয়া ১২ বজাত আৰু বদৰপুৰ সমষ্টিৰ মালোৱাত দুপৰীয়া ১ বজাত নির্বাচনী সভাত অংশ ল'ব। ইপিনে, বিয়লি ৫ বজাৰ পৰা মুখ্যম...

April 20, 2024 12:10 PM

প্রধানমন্ত্রী আবাস যোজনাত দুর্নীতি-অনিয়ম নিৰ্মূলৰ বাবে জিঅ’ টেগিঙৰ কাম পঞ্চায়ত তথা গাঁৱৰ মহিলা আত্ম সহায়ক গোটৰ জৰিয়তে কৰা হ’বঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ গ্ৰামাঞ্চলৰ মহিলাসকলৰ হাতত তুলি দিলে এক বিশেষ ক্ষমতা। প্রধানমন্ত্রী আবাস যোজনাত দুর্নীতি-অনিয়ম নিৰ্মূল কৰাৰ বাবে এতিয়াৰে পৰা ৰাজ্য চৰকাৰে জিঅ’ টেগিঙৰ কাম পঞ্চায়ত তথা গাঁৱৰ মহিলা আত্ম সহায়ক গোটৰ জ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।