আঞ্চলিক সংবাদ

April 23, 2024 11:51 AM

অসমকে ধৰি দেশৰ কেইবাখনো ৰাজ্যত প্রবল বৰষুণৰ আশংকা বতৰ বিজ্ঞান বিভাগৰ

অসমকে ধৰি দেশৰ কেইবাখনো ৰাজ্যত বতৰ বিজ্ঞান বিভাগে প্রবল বৰষুণৰ আশংকা প্ৰকাশ কৰিছে। কাইলৈৰ ভিতৰত অসম, অৰুণাচল প্রদেশ, মেঘালয়, নাগালেণ্ড, ত্ৰিপুৰা, মণিপুৰ, পশ্চিমবংগ, ছিকিম, ওড়িশা, ঝাৰখণ্ড, জম্মু-কাশ্মীৰ, হিমাচল প্রদেশ, উত্তৰাখণ্ড, ৰাজস্থান, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, ছত্তিশগড়, তামিলনাডু, কেৰালা, কর...

April 23, 2024 11:48 AM

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে ২৬ এপ্ৰিল আৰু ৭ মে’ৰ দুপৰীয়া ১.২০ বজা আৰু সন্ধিয়া ৭.২০ বজাত বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনকেইটাত অর্থাৎ অহা ২৬ এপ্ৰিল আৰু ৭ মে’ৰ দুপৰীয়া ১ বাজি ২০ মিনিট আৰু সন্ধিয়া ৭ বাজি ২০ মিনিটত বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। অনুষ্ঠানটি আমাৰ ইউটিউব চেনেল Air News Guwahati আৰু News on AIR এপতো শুনিবলৈ পোৱা যাব। আনহাতে, নির্বা...

April 22, 2024 8:33 PM

বি টি আৰত বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীলৈ ৰাভা গণ মঞ্চ সমন্বয় সমিতিৰ সমর্থন

বি টি আৰত বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীলৈ ৰাভা গণ মঞ্চ সমন্বয় সমিতিয়ে সমর্থন আগবঢ়াইছে। আজি কোকৰাঝাৰত বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো, নিখিল ৰাভা ছাত্ৰসন্থা, সদৌ অসম ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা মহিলা পৰিষদ, নিখিল ৰাভা সাহিত্য সভা আৰু নিখিল ৰাভা জাতীয় পৰিষদৰ বিষয়- ববীয়াসকলৰ সৈতে হোৱা ...

April 22, 2024 8:31 PM

সমাগত লোকসভা নিৰ্বাচনৰ বাবে ৰঙিয়া জিলাত প্ৰস্তুতি সম্পূৰ্ণ

সমাগত লোকসভা নিৰ্বাচনৰ বাবে ৰঙিয়া নির্বাচনী জিলাত প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। ৰঙিয়া নির্বাচনী জিলাৰ অন্তৰ্গত ৰঙিয়া আৰু কমলপুৰ বিধানসভা সমষ্টিৰ ভোট কৰ্মীসকলৰ আজি অন্তিমটো প্রশিক্ষণ সম্পন্ন কৰা হয়। এই প্রশিক্ষণ কাৰ্যসূচীত ৪৭৬ টা ভোটকেন্দ্ৰৰ বাবে প্ৰায় দুহেজাৰ পোলিং আৰু প্রিজাইডিং বিষয়াক প্রশিক্...

April 22, 2024 8:28 PM

কার্বি আংলংত দ্বিতীয় পৰ্যায়ত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ

কার্বি আংলং নির্বাচনী জিলাত দ্বিতীয় পৰ্যায়ত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈ উঠিছে। ডিফু, বোকাজান, হাওৰাঘাট, ৰংখাং, আমৰি আৰু হাফলং বিধানসভা সমষ্টিক সামৰি গঠিত ডিফু লোকসভা সমষ্টিৰ সৰ্বমুঠ ৮ লাখ ৯২ হাজাৰ ৭৮৯ জন ভোটাৰ আছে। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৪ লাখ ৪৫ হাজাৰ ৮৪ ...

April 22, 2024 8:26 PM

মৰিগাঁৱত মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলৰ বৈঠক

ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে আজি মৰিগাঁৱত উপস্থিত হৈ জিলাখনত নিৰ্বাচনী প্ৰস্তুতিৰ বুজ লয়। নগাঁও লোকসভা সমষ্টিৰ অধীনৰ মৰিগাঁও নিৰ্বাচনী জিলাত উপস্থিত হৈ বিষয়াগৰাকীয়ে মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, অতিৰিক্ত জিলা আয়ুক্ত আৰু নিৰ্বাচনী কামকাজৰ দায...

April 22, 2024 8:18 PM

যুৱপ্ৰজন্মক ভোটদানৰ প্ৰতি আকৰ্ষিত কৰিবলৈ নিৰ্বাচনী আয়োগৰ নতুন নতুন কৌশল অৱলম্বন

যুৱপ্ৰজন্মৰ ভোটদাতাক ভোটদানৰ প্ৰতি আকৰ্ষিত কৰিবলৈ নিৰ্বাচনী আয়োগে নতুন নতুন কৌশল অৱলম্বন কৰাৰ সময়তে কামৰূপ জিলা নির্বাচনী বিষয়াই জিলাখনৰ উত্তৰ গুৱাহাটীস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান, আই আই টি গুৱাহাটীৰ সহযোগত থ্রী ডি প্রিন্টেড বেলট মেচিন প্ৰস্তুত কৰি উলিয়াইছে। এই যন্ত্ৰটোৰ সহায়ত নতুন ...

April 22, 2024 8:16 PM

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৪৭ গৰাকী প্রার্থীৰ প্রতিদ্বন্দ্বিতা নিশ্চিত

ৰাজ্যখনৰ ৪টা সমষ্টিৰ বাবে হ'বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৪৭ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা কৰাতো নিশ্চিত হৈছে। আজি এই পৰ্যায়ৰ বাবে মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিনা কোকৰাঝাৰৰ ৩ গৰাকী আৰু ধুবুৰীৰ দুগৰাকী প্রার্থীয়ে মনোনয়ন প্রত্যাহাৰ কৰে। আনফালে কোকৰাঝাৰ সমষ্টিত ১২ গৰাকী, ধুবুৰী সমষ্টিত...

April 22, 2024 8:13 PM

ইনাৰ মণিপুৰ সংসদীয় সমষ্টিৰ ভোটগ্রহণ শান্তিপূর্ণভাৱে সম্পন্ন

মণিপুৰৰ ইনাৰ মণিপুৰ সংসদীয় সমষ্টিৰ অধীনৰ পূব ইম্ফল আৰু পশ্চিম ইম্ফল জিলা দুখনৰ ১১টা ভোটগ্রহণ কেন্দ্ৰত আজি অনুষ্ঠিত পুনৰ ভোটগ্রহণ শান্তিপূর্ণভাৱে সম্পন্ন হয়। আজি পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণৰ বিয়লি ৫ বজাত সামৰণি পৰে। বিয়লি ৩ বজালৈকে লাভ কৰা তথ্য অনুসৰি ৭৩ শতাংশৰো অধিক ভোটদাতাই ভোটাৰ অধিকাৰ...

April 22, 2024 8:11 PM

ৰাজ্যখনত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

ৰাজ্যখনত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান পৰহিলৈ অন্তিম দিন হোৱাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। এই পৰ্যায়ত দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও সমষ্টিত নির্বাচন হ'ব। আনহাতে তৃতীয় পৰ্যায়ত ৰাজ্যখনত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।