আঞ্চলিক সংবাদ

May 6, 2024 7:00 PM

আকাশবাণীৰ “PUBLIC SPEAK”ত আজি “ডিজিটেল সজাগতা আৰু চাইবাৰ সুৰক্ষাৰ চিন্তাৰ প্ৰয়োজনীয়তা” শীর্ষক আলোচনা

আজি নিশা ৯.৩০ বজাত আকাশবাণীৰ দ্বিভাষিক লাইভ ফোন-ইন অনুষ্ঠান "PUBLIC SPEAK"ত ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰৰ চাইবাৰ সুৰক্ষা বিশেষজ্ঞ অখিলেশ গৌড়ৰ সৈতে "ডিজিটেল সজাগতা আৰু চাইবাৰ সুৰক্ষাৰ চিন্তাৰ প্ৰয়োজনীয়তা” শীর্ষক এটা আলোচনা আগবঢ়োৱা হ'ব। আলোচনাত ড: গৌড়ৰ সৈতে জ্যেষ্ঠ তথ্য বিশেষজ্ঞ ড. গুলশন ৰায়ো উ...

May 6, 2024 2:22 PM

আজি নিশা ৯.৩০ বজাত আকাশবাণীৰ ‘PUBLIC SPEAK’ত ‘ডিজিটেল সজাগতা আৰু চাইবাৰ সুৰক্ষাৰ চিন্তাৰ প্ৰয়োজনীয়তা’ শীর্ষক এটা আলোচনা

♦ আজি নিশা ৯.৩০ বজাত আকাশবাণীৰ দ্বিভাষিক লাইভ ফোন-ইন অনুষ্ঠান "PUBLIC SPEAK"ত ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰৰ চাইবাৰ সুৰক্ষা বিশেষজ্ঞ অখিলেশ গৌড়ৰ সৈতে "ডিজিটেল সজাগতা আৰু চাইবাৰ সুৰক্ষাৰ চিন্তাৰ প্ৰয়োজনীয়তা" শীর্ষক এটা আলোচনা আগবঢ়োৱা হ'ব। আলোচনাত ড: গৌড়ৰ সৈতে জ্যেষ্ঠ তথ্য বিশেষজ্ঞ ড. গুলশ...

May 6, 2024 1:52 PM

কাইলৈ ৰাজ্যত লোকসভা নিৰ্বাচনৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ

♦ ৰাজ্যত কাইলৈ লোকসভা নিৰ্বাচনৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ কৰা হ’ব। ইয়াৰ পৰিপ্ৰেক্ষিতত নির্বাচন আয়োগে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।এই পৰ্যায়ত দেশৰ ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৩ টা সমষ্টিৰ বাবে কাইলৈ ভোটগ্ৰহণ কৰা হ'ব। পূৰ্বে এই পৰ্যায়ত ৯৪ টা সংসদীয় সমষ্টিৰ বাবে ভোট...

May 6, 2024 1:52 PM

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰচাৰ অভিযানৰ কালি সামৰণি পৰে

♦ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰচাৰ অভিযানৰ কালি সামৰণি পৰে। প্ৰচাৰ অভিযানৰ অন্তিম দিনা বিভিন্ন ৰাজনৈতিক দলে নিজ নিজ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত বিভিন্ন ধৰণেৰে প্ৰচাৰ চলাই জনসাধাৰণৰ মন জয় কৰাৰ চেষ্টা কৰে। উল্লেখযোগ্য যে ৰাজ্যত তৃতীয় পৰ্যায়ত কাইলৈ হ'বলগীয়া নিৰ্বাচনত ৪৭ গৰাকী প্ৰাৰ্থীয...

May 6, 2024 1:46 PM

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ ভোটদাতাৰ সজাগতামূলক ব্যৱস্থা গ্ৰহণ

♦ ৰাজ্যত তৃতীয় পৰ্যায়ত হ’বলগীয়া নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনসমূহে ভোটদাতাৰ সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে নির্বাচনী আচৰণবিধি উলংঘাৰ ঘটনা ৰোধ কৰিবলৈ বিহিত ব্যৱস্থা লৈছে। ভোটগ্রহণ হ'বলগীয়া জিলাসমূহত সতর্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াৰ লগতে সংশ্লিষ্ট জিলাস...

May 6, 2024 1:43 PM

ৰাজ্যত তৃতীয় পৰ্যায়ত ভোটগ্ৰহণৰ হ’বলগীয়া সমষ্টিসমূহত কাইলৈ বন্ধৰ দিন হিচাপে ঘোষণা

♦ ৰাজ্যত তৃতীয় পৰ্যায়ত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ সমষ্টিত হ'বলগীয়া নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সমষ্টিসমূহৰ অন্তৰ্গত জিলাকেইখনত ভোটগ্ৰহণৰ দিনটো অৰ্থাৎ‍ কাইলৈ বন্ধৰ দিন হিচাপে ঘোষণা কৰা হৈছে। এই সময়ছোৱাত স্বাস্থ্যজনিত জৰুৰী সেৱা আৰু অত্যৱশ্যকীয় সামগ্ৰীৰ পৰিবহণ সেৱা আদি ৰেহাই দিয়া হৈছে। আন...

May 6, 2024 1:41 PM

কামৰূপ মহানগৰ জিলাত কাইলৈ অনুষ্ঠিত হ’বলগীয়া ভোটগ্ৰহণত মুঠ ১,০২৬ টা ভোটকেন্দ্ৰৰ ৪৫ টা কেন্দ্ৰ স্থানান্তৰ

♦ গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত কামৰূপ মহানগৰ জিলাত কাইলৈ অনুষ্ঠিত হ'বলগীয়া ভোটগ্ৰহণত মুঠ ১,০২৬টা ভোটকেন্দ্ৰৰ ৪৫ টা কেন্দ্ৰ স্থানান্তৰ কৰা হৈছে। দুটা সমষ্টিৰ ভোটাৰ থকা কোনো এটা কেন্দ্ৰতে যাতে কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা কৰা হৈছে। কামৰূপ মহানগৰ নিৰ্বাচন জিলাৰ ভ...

May 6, 2024 1:32 PM

উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে কাইলৈ পর্যন্ত বিজুলী ঢেৰেকনিৰে ধুমুহা, বৰষুণ হোৱাৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে কাইলৈ পর্যন্ত বিজুলী ঢেৰেকনিৰে ধুমুহা, বৰষুণ হ'ব বুলি আগলি বতৰা দিছে। বিভাগটোৱে অসম আৰু মেঘালয়ত আজি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনাৰ লগতে অৰুণাচল প্ৰদেশ, ছিকিম, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে অহা ৭ দিনলৈ পাতলীয়াৰ পৰা মজ...

May 6, 2024 1:34 PM

২০ মে’ৰ পৰা মানস ৰাষ্ট্ৰীয় উদ্যানত হাতী ছাফাৰী আৰু ৰিভাৰ ৰাফটিং বন্ধ

♦ মানস ৰাষ্ট্ৰীয় উদ্যানত অহা ২০ মে’ৰ পৰা হাতী ছাফাৰী আৰু ৰিভাৰ ৰাফটিং পৰ্যটকৰ বাবে বন্ধ কৰা হ’ব বুলি উদ্যান কর্তৃপক্ষই প্ৰকাশ কৰিছে। উদ্যানখনৰ ক্ষেত্ৰ সঞ্চালক সুমন মহাপাত্রই এই বিষয়ে ঘোষণা কৰে। আনহাতে, ৫ জুনৰ পৰা ৰাষ্ট্ৰীয় উদ্যানখনত জীপ চাফাৰী বন্ধ কৰা হ'ব বুলিও কোৱা হৈছে। পুনৰ জাননী নিদিয়া পর্য...

May 6, 2024 1:25 PM

১০ মে’ৰ পৰা ১২ মে’লৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ঢকুৱাখনাৰ চাৰিকড়িয়া নৈৰ পাৰত ফাট বিহু উদযাপন

♦লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ চাৰিকড়িয়া নৈৰ পাৰত অৱস্থিত ম’হঘুলি চাপৰিৰ বাকৰিত ভিন্ন জাতি-জনগোষ্ঠীৰ মহামিলনৰ পুণ্যস্থলীত অহা ১০ মে’ৰ পৰা ১২ মে’লৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ফাট বিহু উদযাপন কৰা হ'ব। কাৰ্যসূচী অনুসৰি প্ৰথম দিনা পুৱা পতাকা উত্তোলন, মঞ্চ মুকলি, দুপৰীয়া টকা বিহু প্রতিযোগিতা অনুষ্ঠিত ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।