আঞ্চলিক সংবাদ

September 16, 2024 11:57 AM

দৰঙৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰত আজিৰে পৰা পাছেতি মহোৎসৱ

দৰঙৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰৰ পাছেতি মহোৎসৱ আজিৰে পৰা ৪ দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হ'ব। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি এই মহোৎসৱ উদ্বোধন কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে সত্ৰৰ ৪৫০ বছৰীয়া জয়ন্তী পালনৰ স্মাৰক হিচাপে নিৰ্মাণ কৰা ধৰ্মধ্বজাৰ বেদী উন্মোচন কৰিব। দৰঙৰ অন্যতম লোক উৎসৱ হিচাপে পৰিচিত পাছে...

September 16, 2024 11:52 AM

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগত অংশকালীন সংবাদদাতাৰ বাবে আৱেদন আহ্বান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে অংশকালীন সংবাদদাতা হিচাপে বজালী, বিশ্বনাথ, ডিব্ৰুগড়, হোজাই, কামৰূপ, পশ্চিম কাৰ্বি আংলং, ধেমাজি আৰু কাছাৰ জিলাৰ বাবে আগ্রহী প্রার্থীৰ পৰা আৱেদন আহ্বান কৰিছে। আগ্রহী প্রার্থীসকলে আকাশবাণীৰ ৱেৱছাইট www.newsonair.gov.in ত লগ ইন কৰি সবিশেষ তথ্য লাভ কৰাৰ লগ...

September 16, 2024 11:48 AM

আকাশবাণীত ২৯ ছেপ্টেম্বৰত ১১৪সংখ্যক ‘মন কী বাত’ অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৯ ছেপ্টেম্বৰত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৪ সংখ্যক খণ্ড। প্রধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা-পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰত ফোন কৰি প্ৰধ...

September 16, 2024 11:41 AM

আকাশবাণীৰ ‘পাব্লিক স্পীক’ত আজি ‘স্বচ্ছতাই সেৱা অভিযানৰ অধীনত স্বচ্ছ ভাৰত সুনিশ্চিত কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ’ সন্দৰ্ভত আলোচনা

আকাশবাণী বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ন বজাত স্বচ্ছতাই সেৱা অভিযানৰ অধীনত স্বচ্ছ ভাৰত সুনিশ্চিত কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত এক বিশেষ আলোচনা সম্প্ৰচাৰ কৰা হ'ব। এই আলোচনাত অংশগ্ৰহণ কৰিব জলশক্তি মন্ত্ৰালয়ৰ স্বচ্ছ ভাৰত অভিযানৰ সঞ্চালক তথা যুটীয়া...

September 15, 2024 7:44 PM

কোকৰাঝাৰৰ মাগুৰমাৰিত ৰাভা জনগোষ্ঠীৰ অতিথিশালা নিৰ্মাণৰ আধাৰশিলা স্থাপন

বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে আজি কোকৰাঝাৰ জিলাৰ অন্তৰ্গত মাগুৰমাৰিত ৰাভা জনগোষ্ঠীৰ এটা অতিথিশালা নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানটিত কোকৰাঝাৰৰ বিধায়ক লৰেন্স ইছলাৰীও অংশগ্ৰহণ কৰে ।

September 15, 2024 7:40 PM

জম্মু-কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহাৰ কামাখ্যা মন্দিৰ দৰ্শন

জম্মু-কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহাই আজি কামাখ্যা মন্দিৰ দৰ্শন কৰে। মন্দিৰৰ দলৈ আৰু পৰিচালনা সমিতিৰ সম্পাদকে উপৰাজ্যপালগৰাকীক গামোচা আৰু স্মাৰক চিহ্নৰে আদৰণি জনায়। শ্রীসিনহাই কামাখ্যা মন্দিৰত আধ্যাত্মিক অনুভুতি আৰু পাৰম্পৰিক ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰে।

September 15, 2024 6:53 PM

views 1

উত্তৰ-পূৰ্বাঞ্চলৰ ঠাই বিশেষে ধাৰাষাৰ বৰষুণৰ আগলি বতৰা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে আজি ধাৰাষাৰ বৰষুণ হব পাৰে বুলি আগলি বতৰা দিছে। বিভাগটোৱে কৈছে যে, পশ্চিমবংগৰ গংগা নৈৰ আশ পাশ এলেকাসমূহত সৃষ্টি হোৱা গভীৰ নিম্নচাপ ক্রমান্বয়ে পশ্চিম দিশলৈ গতি কৰাত আৰু বিয়লিৰ ভাগলৈ ইয়াৰ প্ৰাৱল্য গভীৰ হৈ থকাৰ সম্ভাৱনা আছ...

September 15, 2024 6:43 PM

পবিত্ৰ ভাদ মাহৰ শেষৰটো দেওবাৰত অসমৰ বিভিন্ন সত্ৰ আৰু ৰাজহুৱা নামঘৰত দৰ্শনাৰ্থীৰ ভীৰ

পবিত্ৰ ভাদ মাহৰ আজি শেষৰটো দেওবাৰে অসমৰ বিভিন্ন ঠাইৰ সত্ৰ আৰু ৰাজহুৱা নামঘৰসমূহত দৰ্শনাৰ্থীৰ ভীৰ পৰিলক্ষিত হয়। ভকত বৈষ্ণৱ আৰু গোপীনীসকলৰ হৰিনামৰ ধ্বনিৰে সত্ৰ-নামঘৰসমূহ মুখৰিত হৈ পৰে। মাহৰ শেষৰৰটো দেওবাৰে যোৰহাট জিলাৰ ঐতিহাসিক ঢেকিয়াখোৱা বৰনামঘৰতো লক্ষাধিক দর্শনার্থীয়ে প্ৰসংগ আৰু নামত অংশগ্ৰহণ কৰে...

September 15, 2024 6:04 PM

অসমে বহনক্ষম উন্নয়নৰ লক্ষ্য ২০৩০ত উপনীত হোৱাৰ দিশত গুৰুত্বপূৰ্ণ অগ্রগতি লাভ কৰা বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ

অসমে বহনক্ষম উন্নয়নৰ লক্ষ্য ২০৩০ত উপনীত হোৱাৰ দিশত গুৰুত্বপূৰ্ণ অগ্রগতি লাভ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। বিভিন্ন উন্নয়নমূলক আঁচনিৰ কাৰ্যকৰী ৰূপায়ণৰ জৰিয়তে অসমে দৰিদ্ৰতাৰ সৈতে মোকাবিলা কৰি এই লক্ষ্যৰ প্ৰথম স্তৰ সফলতাৰে অতিক্ৰম কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। এই স্তৰত চাহ বাগ...

September 15, 2024 5:55 PM

তৃতীয় বৰ্গৰ বাবে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তিৰ প্ৰথম দিনৰ পৰীক্ষা শান্তিপূর্ণ আৰু নিয়াৰিকৈ সম্পন্ন হোৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্তোষ প্ৰকাশ

অসম প্ৰত্যক্ষ নিযুক্তি আয়োগৰ অধীনৰ ৰাজ্যিক পৰ্যায়ৰ নিযুক্তিৰ প্ৰথম দিনৰ পৰীক্ষা শান্তিপূর্ণভাৱে আৰু নিয়াৰিকৈ সম্পন্ন হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সকলো বিষয়া-কৰ্মচাৰীৰ লগতে সংশ্লিষ্ট সকলোকে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে ৰাজ্য চৰকাৰে...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।