আঞ্চলিক সংবাদ

June 3, 2024 11:56 AM

অসমৰ কামৰূপ জিলাত আই আই এম স্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন

অসমৰ কামৰূপ জিলাৰ মৰাভিঠাত ইণ্ডিয়ান ইনষ্টিটিউট অব মেনেজমেণ্ট অর্থাৎ আই আই এম স্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰে অনুমোদন দিছে। ৰাজ্য চৰকাৰৰ অনুৰোধ মৰ্মে কেন্দ্ৰীয় চৰকাৰে গুৱাহাটীৰ সমীপত এই প্ৰতিষ্ঠানটো স্থাপনৰ বাবে অনুমোদন জনাইছে। ইয়াৰ ফলত অসম, উত্তৰ-পূব ভাৰতৰ শৈক্ষিক ক্ষেত্ৰত অনন্য কেন্দ্ৰ হিচাপে পৰি...

June 3, 2024 11:48 AM

অসমত ভোটগণনা শেষ নোহোৱা পৰ্যন্ত সুৰা নিষিদ্ধ ঘোষণা

লোকসভা নিৰ্বাচনৰ কাইলৈ হ'বলগীয়া ভোটগণনাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়াই সেই দিনটোত ভোটগণনা শেষ নোহোৱা পৰ্যন্ত সুৰা নিষিদ্ধ ঘোষণা কৰিছে। সেই সময়ছোৱাত সকলো ধৰণৰ নিচাযুক্ত দ্ৰব্যৰ সেৱন, বিক্ৰী, মজুতকৰণ আদি ক্ষেত্ৰত ভাৰতীয় দণ্ডবিধিৰ ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰা হৈছে। সকলো শুল...

June 3, 2024 11:26 AM

আকাশবাণীৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান প্লাবিক স্পীকত আজি গ্ৰীষ্ম প্রবাহৰ সময়ত নিৰাপদে থকা সন্দৰ্ভত আলোচনা

আকাশবাণীৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান প্লাবিক স্পীকত আজি নিশা চাৰে ৯ বজাত গ্ৰীষ্ম প্রবাহৰ সময়ত নিৰাপদে থকাৰ সন্দৰ্ভত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সদস্য ড° কৃষ্ণ এছ বৎস আৰু এইমছৰ মেডিচিন বিভাগৰ চিকিৎসক ড° পীয়ুষ ৰঞ্জনে অংশগ্রহণ কৰিব। আলোচনাটি চলি থকাৰ সম...

June 3, 2024 11:22 AM

বিজেপিক পুনৰ শাসনভাৰৰ দায়িত্ব দিয়াৰ বাবে অৰুণাচল প্ৰদেশৰ জনসাধাৰণলৈ প্ৰধানমন্ত্ৰীৰ কৃতজ্ঞতা

অৰুণাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৬০টা সমষ্টিৰ ৪৬টাতে বিজয়ী হৈ একক সংখ্যাগৰিষ্ঠতা লাভ কৰি পুনৰ এবাৰ শাসনভাৰ গ্ৰহণৰ বাবে সাজু হৈছে। ইফালে, NPEP ৫খন, NCP ৩খন, PPAয়ে ২খন, কংগ্ৰেছে এখন আৰু নিৰ্দলীয়ই তিনিখন আসন লাভ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৰুণাচল প্ৰদেশৰ জনসাধাৰণক বিজেপিৰ প্ৰতি ...

June 3, 2024 11:08 AM

নেৰানেপেৰা বৰষুণৰ ফলত অসমৰ ১৩ খন জিলাৰ ৫ লাখৰো অধিক লোক বানৰ কবলত

ৰীমালৰ প্ৰভাৱত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত অসমৰ ১৩ খন জিলাৰ ৫ লাখৰো অধিক লোক বানৰ কবলত পৰিছে। বিগত ২৪ ঘণ্টাত বানত ৩ জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াকে লৈ এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ১৪ লৈ বৃদ্ধি হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি ৰাজ্যখনৰ ১৩ খন জিলাৰ ৫৬৪ খন গাঁও প্লাৱ...

June 2, 2024 8:19 PM

গোলাঘাট জিলাৰ কাজিৰঙাত ছোৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱৰ প্ৰতি বিশেষ সতৰ্কতা

মৰিয়নীৰ নাগিনীজানত আফ্রিকান ছোৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱৰ পাছত গোলাঘাট জিলাৰ কাজিৰঙাতো পশু চিকিৎসক আৰু কৰ্মচাৰীসকল এই বিষয়ত সতৰ্ক হৈ পৰিছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ বনৰীয়া গাহৰিয়ে সঘন বিচৰণ কৰা অঞ্চলসমূহত কাষৰীয়া গাঁওসমূহত পালন কৰা ঘৰচীয়া গাহৰি সততে প্রবেশ কৰাৰ পৰিপ্ৰেক্ষিতত বন কৰ্মচাৰী আৰু পশু চিকিৎস...

June 2, 2024 8:16 PM

বাক্সা জিলাৰ শিমলাগুৰিত আৰক্ষীৰ মাদক দ্রব্য বিৰোধী অভিযান, এজন গ্ৰেপ্তাৰ

বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত শিমলাগুৰিত আজি আৰক্ষীয়ে মাদক দ্রব্য বিৰোধী অভিযান চলাই গাঞ্জাসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। বিশেষ সূত্ৰৰ পম খেদি শিমলাগুৰি অঞ্চলত চলোৱা অভিযানত আৰক্ষীয়ে গোবিন্দপুৰৰ নিবাসী সৰবৰাহকাৰীজনক এখন পান দোকানৰ পৰা আটক কৰে। অঞ্চলটোত গাঞ্জা তথা অন্যান্য মাদক দ্রব্য সৰ...

June 2, 2024 8:13 PM

বীৰুবালা ৰাভাৰ মৃত্যু দিন ১৩ মে’ক ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিৰোধী দিৱস হিচাপে ঘোষণা

কুসংস্কাৰ আৰু অন্ধবিশ্বাস বিৰোধী পদক্ষেপেৰে ৰাষ্ট্ৰজুৰি পৰিচিতি গঢ়ি তোলা বীৰুবালা ৰাভাৰ স্মৃতিত আজি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদ, নিখিল ৰাভা ছাত্ৰ সন্থা ইত্যাদিৰ উদ্যোগত গোৱালপাৰা জিলাৰ ঠাকুৰভিলা ৰাজহুৱা খেলপথাৰত আয়োজিত বিস্তৃত কাৰ্যসূচীত পৰম্পৰাগত...

June 2, 2024 7:59 PM

৭ জুনৰ ভিতৰত শিক্ষা সেঁতু এপত ছাত্ৰ-ছাত্ৰীৰ পঞ্জীয়ন আৰু এ আই নামভৰ্তি সম্পূৰ্ণ কৰিবলৈ বিদ্যালয় শিক্ষা বিভাগৰ নিৰ্দেশনা জাৰি

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে অহা ৭ জুনৰ ভিতৰত শিক্ষা সেঁতু এপত ছাত্ৰ-ছাত্ৰীৰ পঞ্জীয়ন আৰু এ আই নামভৰ্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ সকলো জিলালৈ নিৰ্দেশনা জাৰি কৰিছে। বিদ্যালয় শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰে শেহতীয়াভাৱে জাৰি কৰা এই নিৰ্দেশনাত নিৰ্ধাৰিত সময়ৰ পাছত নতুন ছাত্ৰ-ছাত্ৰীৰ পঞ্জীয়ন ...

June 2, 2024 7:54 PM

লোকসভা নিৰ্বাচনৰ ভোট গণনাৰ বাবে ৰাজ্যৰ জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি সম্পূৰ্ণ

ভোট গণনাৰ বাবে ৰাজ্যৰ জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। ফলাফল ঘোষণাৰ দিনটোত আইন-শৃংখলা নিয়ন্ত্ৰণৰ বাবে তিনিচুকীয়া জিলা প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰিছে। জিলাখনৰ তিনিচুকীয়া, ডুমডুমা, ডিগবৈ আৰু মাকুম বিধানসভা সমষ্টিৰ ভোটগণনা সর্বানন্দ সিংহ ষ্টেডিয়ামত স্থাপন কৰা ষ্ট্ৰং ৰূমত অনুষ্ঠিত...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।