আঞ্চলিক সংবাদ

June 10, 2024 11:53 AM

আকাশবাণীৰ ‘পাব্লিক স্পীক’ত আজি নিশা ৯.৩০ বজাত ‘বহনক্ষম ভৱিষ্যতৰ বাবে আৱর্জনা ব্যৱস্থাপনা’ সন্দৰ্ভত আলোচনা

আকাশবাণীৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ৯ বজাত আৱর্জনা ব্যৱস্থাপনা বিশেষজ্ঞ স্বাতি সিং চাম্ব্যাল আৰু চাৰকুলাৰ অৰ্থনৈতিক বিশেষজ্ঞ ড° সুনীল পাণ্ডেৰ সৈতে বহনক্ষম ভৱিষ্যতৰ বাবে আৱর্জনা ব্যৱস্থাপনা সন্দৰ্ভত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাটি চলি থকাৰ সময়ত আগ্রহী শ্রোতাই ০১১-২৩৪...

June 10, 2024 11:45 AM

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্ত্রীসভাত ডিব্ৰুগড়ৰ সাংসদ সৰ্বানন্দ সোণোৱাল, ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাৰ শপতগ্ৰহণ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্ত্রীসভাত কালি তৃতীয়বাৰৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। আনহাতে ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সচিব পৱিত্ৰ মাৰ্ঘেৰিটাই কালি প্ৰথমবাৰৰ বাবে কেন্দ্...

June 10, 2024 11:41 AM

মধ্য অসমত দুগ্ধ বিপ্লৱৰ সূচনা কৰা সীতাজখলাৰ কাইলৈ ৬৭সংখ্যক প্রতিষ্ঠা দিৱস

মধ্য অসমত দুগ্ধ বিপ্লৱৰ সূচনা কৰা সীতাজখলাৰ কাইলৈ ৬৭সংখ্যক প্রতিষ্ঠা দিৱস পালন কৰা হ'ব। এই উপলক্ষে দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ২০২৩ আৰু ২৪ বৰ্ষৰ সীতাজখলাৰ নন্দলাল উপাধ্যায় ৰাজ্যিক কৃষক বঁটা প্ৰদান কৰিব। উল্লেখযোগ্য যে ২০২৩ বৰ্ষৰ বাবে নন্দলাল উপাধ্যায...

June 10, 2024 11:38 AM

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ আজি নিশা ৭.৪৫ বজাত ‘চলন্তিকা’ত অধিবক্তা মাখন ফুকনৰ সৈতে কথোপকথন

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা ৭ বাজি ৪৫ মিনিটত চলন্তিকাত নতুন ফৌজদাৰী আইন সন্দৰ্ভত মুখ্যমন্ত্ৰী তদাৰকী গোটৰ বিশেষ চৰকাৰী অধিবক্তা মাখন ফুকনৰ সৈতে হোৱা এটি কথোপকথন প্ৰচাৰ কৰিব। অনুষ্ঠানটোৰ আঁত ধৰিব হেমন্ত বৰাই।

June 9, 2024 8:39 PM

ৰাজ্যজুৰি বীৰ পুৰুষ বীৰচা মুণ্ডাৰ সোঁৱৰণত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পালন

আদিবাসীসকলৰ বীৰ পুৰুষ বীৰচা মুণ্ডাৰ আজি মৃত্যু তিথি। প্রবাদপ্রতীম জনজাতীয় নেতাজনৰ প্ৰতি শ্রদ্ধাঞ্জলি জনাই মুখ্যমন্ত্রী ডº হিমন্ত বিশ্ব শৰ্মাই আজি বীৰচা মুণ্ডাৰ মাতৃভূমিৰ হৈ ব্ৰিটিচ অপশাসনৰ বিৰোধী স্থিতিক স্মৰণ কৰে। দেশৰ অন্যান্য ঠাইৰ লগতে ৰাজ্যজুৰি বীৰ পুৰুষজনৰ সোঁৱৰণত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পালন কৰ...

June 9, 2024 12:50 PM

আকাশবাণী দিল্লীত আজি সন্ধিয়া ৬.৪৫ বজাৰ পৰা প্ৰধানমন্ত্ৰী তথা নতুন চৰকাৰৰ শপতগ্রহণ অনুষ্ঠানৰ চলন্ত বিৱৰণী পোনপটীয়াকৈ প্ৰচাৰ

আকাশবাণী দিল্লীয়ে আজি সন্ধিয়া ৬ বাজি ৪৫ মিনিটৰ পৰা ৰাষ্ট্ৰপতি ভৱনত প্রধানমন্ত্রী তথা নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠানৰ চলন্ত বিৱৰণী পোনপটীয়াকৈ প্ৰচাৰ কৰিব। এই কাৰ্যসূচী আকাশবাণীৰ এফ এম গ’ল্ড, ইন্দ্ৰপ্ৰস্থ আৰু আকাশবাণী লাইভ নিউজ চেনেলত শুনিবলৈ পোৱা যাব। আকাশবাণীৰ ইউ টিউব চেনেল, আকাশবাণী এ আই আৰৰ যোগে...

June 9, 2024 12:31 PM

ৰাজ্যৰ শিক্ষক-কৰ্মচাৰীৰ বিদ্যালয়ত প্ৰৱেশ আৰু প্ৰস্থানৰ সময় শিক্ষাসেতু এপত চিহ্নিত কৰাটো বাধ্যতামূলক

ৰাজ্যৰ শিক্ষা বিভাগে শিক্ষক-কর্মচাৰীৰ উপস্থিতি আৰু নিৰ্ধাৰিত সময়ত কৰ্তব্য সম্পাদন কৰাটো নিশ্চিত কৰিবলৈ নতুন নির্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা অনুযায়ী শিক্ষক-কর্মচাৰীসকলে বিদ্যালয়ত প্ৰৱেশ আৰু প্ৰস্থানৰ সময় শিক্ষাসেতু এপত বাধ্যতামূলকভাৱে চিহ্নিত কৰিব লাগিব। বিদ্যালয় শিক্ষা বিভাগৰ সচিব নাৰায়ণ কো...

June 9, 2024 12:29 PM

অসমৰ ৪খন জিলাৰ বাহিৰে আন জিলাসমূহত ‘আফস্পা’ বাতিল কৰা বুলি বিজেপিৰ ৰাজ্যিক মুখ্য মুখপাত্র মনোজ বৰুৱাৰ প্ৰকাশ

উত্তৰ-পূৰ্বাঞ্চলক দেশৰ মূলসুঁতিৰ সৈতে একাত্ম কৰি তোলাৰ বাবে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে ২০১৪ চনৰ পৰা বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে আৰু নতুন চৰকাৰখনেও এই প্ৰচেষ্টা অব্যাহত ৰাখিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত মোদীৰ তৃতীয় কাৰ্যকাল বিষয়ক আলোচনাত অংশগ্ৰহণ কৰ...

June 9, 2024 12:25 PM

উত্তৰ-পূৰ্বাঞ্চলকে ধৰি পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড, ওড়িশা, মধ্যপ্ৰদেশ আৰু ছত্তিশগড়ত অহা ৫ দিনলৈ বতৰ ডাৱৰীয়া হোৱাৰ সম্ভাৱনা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ-পূৰ্বাঞ্চলকে ধৰি পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড, ওড়িশা, মধ্যপ্ৰদেশ আৰু ছত্তিশগড়ত অহা ৫ দিনলৈ বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী-ঢেৰেকণিৰে সৈতে পাতলীয়াৰ পৰা মজলীয়া ধৰণৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। গোৱা, মহাৰাষ্ট্ৰ, কৰ্ণাটক, কেৰালা আৰু লাক্ষাদ্বীপতো ...

June 8, 2024 9:20 PM

নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এনডিএ চৰকাৰৰ শপতগ্রহণ কাৰ্যসূচী কাইলৈ সন্ধিয়া ৬.৪৫ বজাৰ মিনিটৰ পৰা আকাশবাণীত পোনপটীয়াকৈ প্ৰচাৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কাইলৈ এন ডি এ চৰকাৰৰ শপতগ্রহণ কাৰ্যসূচী সন্ধিয়া ৬ বাজি ৪৫ মিনিটৰ পৰা আকাশবাণীয়ে পোনপটীয়াকৈ প্ৰচাৰ কৰিব। এই কাৰ্যসূচী আকাশবাণীৰ এফ এম গ’ল্ড, ইন্দ্ৰপ্ৰস্থ আৰু অন্য সকলো চেনেলৰ লগতে ইউটিউব চেনেল আকাশবাণী এ আই আৰৰ জৰিয়তে পোনপটীয়াকৈ প্ৰচাৰ কৰা হ’ব। এই অনুষ্ঠানৰ ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।