June 12, 2024 1:07 PM
গোলাঘাটত ৰূপায়ণ হৈ থকা উন্নয়নমূলক আৰু কল্যাণকামী আঁচনিৰ শেহতীয়া কাৰ্যকৰীকৰণ স্থিতি পর্যালোচনা মন্ত্ৰী অতুল বৰাৰ
কৃষি মন্ত্ৰী অতুল বৰাই কালি গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলত ৰূপায়ণ হৈ থকা চৰকাৰৰ উন্নয়নমূলক আৰু কল্যাণকামী আঁচনিৰ শেহতীয়া কাৰ্যকৰীকৰণ স্থিতি পর্যালোচনা কৰাৰ উদ্দেশ্যে অতিৰিক্ত জিলা আয়ুক্তৰ কার্যালয়ত এখন পর্যালোচনা বৈঠকৰ আয়োজন কৰে। তেওঁ বিভিন্ন বিভাগৰ সংশ্লিষ্ট বিষয়াসকলক নির্দিষ্ট সময়-সীমাৰ ভিতৰ...