আঞ্চলিক সংবাদ

June 20, 2024 12:12 PM

বিশ্ববিদ্যালয় অনুদান আয়োগৰ জুনৰ সৰ্বভাৰতীয় যোগ্যতা নিৰূপণ পৰীক্ষা UGC NET বাতিল

চৰকাৰে জুনত অনুষ্ঠিত বিশ্ববিদ্যালয় অনুদান আয়োগৰ সৰ্বভাৰতীয় যোগ্যতা নিৰূপণ পৰীক্ষা UGC NET বাতিল কৰিছে। পৰীক্ষাৰ নতুন সূচী আৰু তথ্য পুনৰ প্ৰকাশ কৰা হ'ব বুলি জানিবলৈ দিয়া হৈছে। ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰই দাখিল কৰা কিছু তথ্যৰ পাছতে পৰীক্ষা বাতিলৰ সিদ্ধান্ত লোৱা হয়। বিষয়টোৰ তদন্তৰ ভাৰ ক...

June 20, 2024 12:08 PM

আকাশবাণীৰ ৩০ জুনৰ ‘মন কী বাত’ৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনসাধাৰণৰ পৰা দিহা-পৰামৰ্শ আহ্বান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৩০ জুনত আকাশবাণীযোগে প্ৰচাৰ হ’বলগীয়া মন কী বাত অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা-পৰামৰ্শ বিচাৰিছে। প্ৰধানমন্ত্রীয়ে সামাজিক মাধ্যমযোগে নৰেন্দ্ৰ মোদী এপ, মাই গভ মুকলি মঞ্চৰ জৰিয়তে অথবা ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰত ফোন কৰি পৰামৰ্শ আগবঢ়াবলৈ সকলোৰে প্ৰতি আহ্বান...

June 20, 2024 12:00 PM

ৰাজ্যত নৱেম্বৰৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন; ৩০ আগষ্টৰ পূর্বে পঞ্চায়তসমূহৰ আৰু ১৫ ছেপ্টেম্বৰৰ পূৰ্বে ব্লকসমূহৰ পুনৰ নিৰ্ধাৰণ

ৰাজ্যত অহা নৱেম্বৰৰ মাহৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। ৰাজ্যখনত ইতিমধ্যে বিধানসভা আৰু লোকসভা সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পৰিপ্ৰেক্ষিতত পঞ্চায়ত আৰু উন্নয়ন খণ্ডসমূহৰো পুনৰ গঠন কৰি পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰিব। মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি জনতা ভৱনৰ লোকসেৱা ভৱনত অনুষ্ঠ...

June 20, 2024 11:57 AM

ৰাজ্যত ১৯খন জিলাৰ ৯৭৯খন গাঁৱৰ প্ৰায় ৩ লাখ লোক বানৰ কবলত, ২৬জন লোকৰ মৃত্যু

ৰাজ্যখনত শেহতীয়াকৈ ১৯খন জিলা বানৰ কবলত পৰিছে। অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে কালি প্ৰকাশ কৰা তথ্য অনুসৰি ৪৮টা ৰাজহ চক্ৰৰ ৯৭৯খন গাঁৱৰ প্ৰায় ৩ লাখ লোক বানৰ কবলত পৰিছে। প্রশাসনে স্থাপন কৰা ১০৫টা আশ্রয় শিবিৰত ১২ হাজাৰৰো অধিক লোকে আশ্রয় গ্রহণ কৰি আছে। এই বানত ২৬জন লোকৰ মৃত্যু হোৱাৰ লগতে ক...

June 20, 2024 11:55 AM

‘নিজৰ লগতে সমাজৰ বাবে যোগ’ বিষয়বস্তুৰে ৰাজ্যজুৰি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালনৰ ব্যাপক প্রস্তুতি

নিজৰ লগতে সমাজৰ বাবে যোগ- এই বিষয় বস্তুৰে এইবাৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰিবলৈ লোৱা হৈছে। যোগ দিৱস উদযাপনৰ বাবে ৰাজ্যজুৰি ব্যাপক প্রস্তুতি অব্যাহত চলোৱা হৈছে। ব্যক্তিৰ, শাৰীৰিক, মানসিক সুস্থতা আৰু আধ্যাত্মিক বিকাশৰ লক্ষ্যৰে উদযাপন কৰা যোগ দিৱসৰ সৈতে সংগতি ৰাখি যোগ অনুশীলনৰ শিবিৰ মুকলি কৰাৰ লগ...

June 20, 2024 11:53 AM

আজি বিষ্ণু ৰাভা দিৱস; ৰাজ্য চৰকাৰৰ লগতে বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানৰ দিনজোৰা কাৰ্যসূচীৰ আয়োজন

আজি বিষ্ণু ৰাভা দিৱস। এই উপলক্ষে ৰাজ্য চৰকাৰৰ লগতে বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানে দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱলৈ গভীৰ শ্রদ্ধা নিবেদন কৰিছে। মুখ্যমন্ত্রী ড০ শর্মাই আজি ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত...

June 20, 2024 11:51 AM

২২ জুনৰ পুৱা ৮ বাজি ৪৩ মিনিট ৩৯ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি; কামাখ্যাত অম্বুবাচী মেলাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ

শক্তিপীঠ কামাখ্যা ধামত পৰহিৰে পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। এই মেলা নিয়াৰিকৈ পৰিচালনা কৰাৰ বাবে অসম চৰকাৰ, কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু অম্বুবাচী মহাযোগ পৰিচালনা সমিতিয়ে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। পৰিচালনা সমিতিয়ে প্ৰকাশ কৰা মতে পৰহি পুৱা ৮ বাজি ৪৩ মিনিট ৩৯ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি হ...

June 19, 2024 9:26 PM

অসমত শেহতীয়া বানৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ২৬ লৈ বৃদ্ধি

ৰাজ্যৰ প্ৰায় আটাইকেইখন জিলাতে কিছুদিন ধৰি একেৰাহে হৈ থকা বৰষুণৰ ফলত বান পৰিস্থিতিয়ে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে। ৰাজ্যখনৰ ১৫ খন জিলাৰ কমেও ৪৭০ খন গাওঁ বানৰ কবলত পৰিছে। এই বানত ১ লাখ ৬০ হাজাৰতকৈও অধিক লোক ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ১৫ খন জিলাত স্থাপন কৰা ৪৩ টা আশ্রয় শিবিৰত ৫ হাজাৰৰো অধিক লোকে আশ্ৰয় লৈ...

June 19, 2024 8:45 PM

দিল্লীত জলসংকটৰ পৰিপ্ৰেক্ষিতত পানী বিতৰণ কেন্দ্ৰত জনসাধাৰণৰ ভিৰ

দিল্লীত জলসংকট অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত মহানগৰখনৰ জনসাধাৰণে পানী বিতৰণ কেন্দ্ৰসমূহত গোট খাইছে। ৰাজধানী নগৰখনৰ বাসিন্দাসকলে পানী বিতৰণ কেন্দ্ৰসমূহৰ পৰা প্লাষ্টিকৰ যতন আৰু বাল্টিৰে পানী সংগ্ৰহৰ বাবে গোট খোৱা দেখা গৈছে। দিল্লী মহানগৰৰ বিভিন্ন এলেকা যেনে - সংগম বিহাৰ, মেহৰুলি, বসন্ত বিহাৰ, ওখলা, বসন্ত...

June 19, 2024 8:41 PM

অৰুণাচল প্ৰদেশত নেৰানেপেৰাকৈ প্ৰৱল বৰষুণ অব্যাহত

বিগত কেইবাদিনো ধৰি অৰুণাচল প্ৰদেশত নেৰানেপেৰাকৈ প্ৰৱল বৰষুণ অব্যাহত আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ৰাজ্যখনৰ পূব কামেং, পাপুমপাৰে আৰু ল'ৱাৰ দিবাং ভেলী জিলাত ৰেড এলার্ট জাৰি কৰিছে। একেদৰে ৯ খন জিলাত অৰেঞ্জ এলাৰ্ট আৰু বাকী জিলা কেইখনত য়েল্ল' এলাৰ্ট জাৰি কৰা হৈছে। কাৰছিংছা এলেকাত হঠাৎ অহা বানে ৪১৫ নম্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।