আঞ্চলিক সংবাদ

July 9, 2024 12:03 PM

গুবাহাটীত কাইলৈ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মহাবিদ্যালয়, বিশ্ববিদ্যালয়লৈ বিনামূলীয়া নামভৰ্তিৰ ধন বিতৰণৰ প্ৰথম পৰ্যায়ৰ অনুষ্ঠান

ৰাজ্য চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মহাবিদ্যালয়, বিশ্ববিদ্যালয়লৈ বিনামূলীয়া নামভৰ্তিৰ ধন বিতৰণৰ প্ৰথম পৰ্যায়ৰ অনুষ্ঠান কাইলৈ অনুষ্ঠিত হ'ব। এই উপলক্ষে দিছপুৰৰ লোকসেৱা ভৱনত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই কার্যসূচীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে শিক...

July 9, 2024 12:01 PM

ৰাজ্যত ‘সম্পূর্ণতা অভিযান’ৰ অংশ হিচাপে জিলাই জিলাই বিভিন্ন কাৰ্যসূচীৰ আয়োজন

নিটি আয়োগৰ বিশেষ কাৰ্যসূচী ‘সম্পূর্ণতা অভিযান’ অসমতো অব্যাহত আছে। এই অভিযানৰ অংশ হিচাপে জিলাই জিলাই বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সম্পূর্ণতা অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মূলতঃ প্রথম তিনি মাহতে পঞ্জীয়নভুক্ত প্রসূতিৰ সংখ্যা, সংহত শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতিৰ পৰিপূৰক খাদ্...

July 8, 2024 8:39 PM

৩০ টা প্ৰস্তাৱিত বন এলেকাক সংৰক্ষিত বনাঞ্চল হিচাপে নিৰ্ধাৰণ কৰাৰ পৰিকল্পনা ৰাজ্য চৰকাৰৰ

অসম চৰকাৰে ৰাজ্যখনত সেউজ আৱৰণ বৃদ্ধি আৰু অধিক সংৰক্ষিত বনাঞ্চল এলেকা নিৰ্ধাৰণ কৰাৰ লক্ষ্যৰে ব্যাপক পৰিকল্পনা লৈ কাম-কাজ অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই আজি এই বিষয়ে প্রকাশ কৰি কয় যে ৰাজ্য চৰকাৰে ৩০ টা প্ৰস্তাৱিত বন এলেকাক সংৰক্ষিত বনাঞ্চল হিচাপে নিৰ্ধাৰণ কৰাৰ পৰিকল্পনা লৈছে। ইয...

July 8, 2024 8:37 PM

অবিনাশ সৰকাৰৰ শ্যামনগৰৰ বাসগৃহত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা উপস্থিত

গুৱাহাটী মহানগৰীৰ পশ্চিম জ্যোতিনগৰৰ কালী মন্দিৰৰ সমীপত বৃহস্পতিবাৰে নলাত পৰি প্ৰাণ হেৰুওৱা অবিনাশ সৰকাৰ নামৰ শিশুটিৰ নুনমাটিৰ শ্যামনগৰৰ বাসগৃহত আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা উপস্থিত হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে শিশুটিৰ পিতৃ-মাতৃৰ সৈতে মত বিনিময় কৰাৰ লগতে সমবেদনা জ্ঞাপন কৰে। উল্লেখযোগ্য যে বৃহ...

July 8, 2024 8:31 PM

চলিত বৰ্ষত তৃতীয়-চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তিৰ সকলো আনুষ্ঠানিকতা চূড়ান্ত কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ বৈঠক

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই তৃতীয়-চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তি, ৰাজ্যিক আৰক্ষীৰ উপ-পৰিদৰ্শক, কনিষ্ঠবল নিযুক্তিৰ বাবে প্ৰয়োজনীয় সকলো আনুষ্ঠানিকতা আলোচনা চূড়ান্ত কৰাৰ বাবে সংশ্লিষ্ট বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত পৰীক্ষা প্ৰক্ৰিয়া স্বচ্ছতা বজাই ৰখাকে ধৰি নিযুক্তি সন্দৰ্ভত বিস্ত...

July 8, 2024 8:25 PM

নিটি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূর্ণতা অভিযান অব্যাহত

নিটি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূর্ণতা অভিযান অসমতো অব্যাহত আছে। এই অভিযানৰ অংশ হিচাপে যোৱা পহিলা জুলাইৰ পৰা বাক্সা জিলাতো বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। কালি সন্ধিয়া প্ৰচাৰিত আকাশবাণী গুৱাহাটীৰ চলন্তিকা অনুষ্ঠানত আয়ুক্ত কৃষ্ণা বৰুৱাই জিলাখনত ৰূপায়ণ হৈ থকা সম্পূর্ণতা অভিযানৰ খতিয়ান দাঙি ধৰে।...

July 8, 2024 8:21 PM

ৰাজ্যৰ বান পৰিস্থিতি মোকাবিলা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক সম্ভৱপৰ সকলো ধৰণৰ সাহায্য প্ৰদান কৰিবলৈ আহ্বান ৰাহুল গান্ধীৰ

ৰাজ্যৰ বান পৰিস্থিতি মোকাবিলা কৰিবলৈ কংগ্ৰেছ সাংসদ তথা বিৰোধীৰ দলপতি ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় চৰকাৰক সম্ভৱপৰ সকলো ধৰণৰ সাহায্য প্ৰদান কৰিবলৈ আহ্বান জনাইছে। সাংসদগৰাকীয়ে আজি কাছাৰ জিলাৰ ফুলেৰতলৰ বান শিবিৰ পৰ্যৱেক্ষণ কৰি বন্যাৰ্তসকলৰ সৈতে মত বিনিময় কৰে। ইয়াৰ পূৰ্বে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপত...

July 8, 2024 8:18 PM

ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত

বতৰ ফৰকাল হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও ২৮ খন জিলাৰ প্ৰায় ২২ লাখ লোক এতিয়াও বানৰ কবলত আছে। বানত বিগত ২৪ ঘণ্টাত ৮ জন লোকে প্ৰাণ হেৰুওৱাৰ ফলত ৰাজ্যখনত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৬৬ লৈ বৃদ্ধি পাইছে। ৰাজ্যখনৰ ৯৭টা ৰাজহ চক্ৰৰ ৩ হাজাৰ ৪০০ খনৰো অধিক গাঁও বানত ...

July 8, 2024 6:45 PM

আকাশবাণীৰ পাৱলিক স্পীকত আজি ৰাষ্ট্ৰীয় ডায়েৰীয়া প্ৰতিৰোধী অভিযান ২০২৪ সন্দৰ্ভত আলোচনা

আকাশবাণী বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাৱলিক স্পীকত আজি নিশা চাৰে ন বজাত ৰাষ্ট্ৰীয় ডায়েৰীয়া প্ৰতিৰোধী অভিযান ২০২৪ সন্দৰ্ভত নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানৰ Gastroenterology বিভাগৰ অধ্যাপক ডাঃ গোৱিন্দ কে মাখাৰিয়া আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ শিশু...

July 8, 2024 6:41 PM

ৰাজ্যত এতিয়ালৈকে বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৬৬ জনলৈ বৃদ্ধি

অসমৰ সাম্প্ৰতিক বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও ২৮ খন জিলাৰ প্ৰায় ২২ লাখ লোক এতিয়াও বানৰ কবলত আছে। বানত বিগত ২৪ ঘণ্টাত ৮ জন লোকে প্ৰাণ হেৰুওৱাৰ ফলত ৰাজ্যখনত এতিয়ালৈকে বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৬৬ লৈ বৃদ্ধি পাইছে। ৰাজ্যখনৰ ৯৭টা ৰাজহ চক্ৰৰ ৩ হাজাৰ ৪০০ খনৰো অধিক গাঁও বানত প্লাৱিত হৈছে আৰু ৬...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।