আঞ্চলিক সংবাদ

July 13, 2024 7:44 PM

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ঠিকাভিত্তিক সম্পাদনা সহায়ক আৰু বাতৰি পৰিৱেশক তথা অনুবাদকৰ নিযুক্তিৰ বাবে কাইলৈ লিখিত পৰীক্ষা

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ঠিকাভিত্তিক সম্পাদনা সহায়ক আৰু বাতৰি পৰিৱেশক তথা অনুবাদক পদত নিযুক্তিৰ বাবে কাইলৈ কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। মুঠ ১০০ নম্বৰৰ এই পৰীক্ষা দিনৰ ১১ বজাৰ পৰা ১ বজালৈকে অনুষ্ঠিত হ'ব। পৰীক্ষাৰ্থীসকলক দিনৰ ১০ বজাত যাৱতীয় তথ্য-...

July 13, 2024 1:33 PM

গুৱাহাটীত আজিৰেপৰা অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতাৰ কোৱালিফায়িং ৰাউণ্ডৰ খেল

● অসম টেনিছ সন্থাৰ উদ্যোগত আজিৰে পৰা গুৱাহাটীত অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতাৰ কোৱালিফায়িং ৰাউণ্ডৰ খেল আৰম্ভ হ'ব। গুৱাহাটীৰ চচল টেনিছ প্রকল্পত অনুষ্ঠিত হ'বলগীয়া প্রতিযোগিতাখনত আয়োজক অসমসহ ভাৰতৰ ১৩ খন ৰাজ্যৰ খেলুৱৈব নাম পঞ্জীয়ন কৰা হৈছে। উল্লেখযোগ্য যে প্রতিযোগিতাখনত ১২ আৰু ১৪ ...

July 13, 2024 1:22 PM

অসমতো অব্যাহত সম্পূর্ণতা অভিযানৰ কাৰ্যসূচী

■ নিটি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূর্ণতা অভিযান অসমতো অব্যাহত আছে। এই অভিযানৰ অংশ হিচাপে জিলাই জিলাই বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সম্পূর্ণতা অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মূলতঃ প্রথম ৩ মাহতে পঞ্জীয়নভুক্ত প্রসূতিৰ সংখ্যা, সংহত শিশু বিকাশ সেৱাব অধীনত প্রসূতিৰ পৰিপূৰক খাদ্য য...

July 13, 2024 1:18 PM

শিমলুতোলাত নাও দূৰ্ঘটনাত নিখোজ হৈ থকা দুজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

● গোৱালপাৰা জিলাৰ শিমলুতোলাত নাও দূৰ্ঘটনাত নিখোজ হৈ থকা বাকী দুজন ব্যক্তিৰ মৃতদেহ কালি উদ্ধাৰ কৰা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি নাও দুর্ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে পানীত ডুবি নিহত হোৱাসকলৰ পৰিয়ালৰ কাষত উপস্থিত হৈ সমবেদনা জনায়। নিহতসকলৰ পৰিয়াললৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ৪ লাখ টকাৰ এককালী...

July 13, 2024 1:15 PM

চিমেন নৈত পিছলি পৰি ছাত্ৰ সন্ধানহীন

● ডিব্ৰুগড় জিলাৰ জ্ঞান-বিজ্ঞান একাডেমীৰ বাণিজ্য শাখাৰ প্ৰথম বৰ্ষৰ ছাত্ৰ অজিতেজ হাজৰিকা নামৰ ছাত্ৰজন কালি চিমেন নৈত পিছলি পৰি সন্ধানহীন হয়। বন্ধুৰ সৈতে ফুৰিবলৈ অহা ছাত্ৰগৰাকীয়ে চিমেন নৈত ফটো তুলিবলৈ যাওতেই দূৰ্ঘটনাটো সংঘটিত হয়। সন্ধানহীন হৈ থকা ছাত্ৰজনক বিচাৰি এছ ডি আৰ এফৰ দলে চিমেন নদীত উদ্ধাৰ অ...

July 13, 2024 1:06 PM

views 1

আজিৰে পৰা উত্তৰ-পূৰ্বাঞ্চলত ধাৰাষাৰ বৰষুণৰ আগজাননী বতৰ বিজ্ঞান বিভাগৰ

● কেন্দ্রীয় বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয়, ছিকিম আৰু অৰুণাচল প্ৰদেশত আজিৰে পৰা ধাৰাষাৰ বৰষুণৰ আগজাননী দিছে। উত্তৰ-পূবৰ উপৰিও ওড়িশা, পশ্চিমবংগ, বিহাৰ, পূব-পশ্চিম উত্তৰ প্ৰদেশ, ৰাজস্থান, ঝাৰখণ্ড আদিতো অহা দুদিনলৈ ধাৰাষাৰ বৰষুণ হোৱাৰ আগলি বতৰা দিছে। উল্লেখযোগ্য যে বিগত প্রায় এমাহধৰি অৰুণাচল প্রদেশ...

July 13, 2024 1:01 PM

মাজুলীত বানৰ পাছত হ’ব পৰা সম্ভাৱ্য ৰোগৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ সতর্কতা অৱলম্বন প্ৰশাসনৰ

● মাজুলী জিলা প্রশাসনে জিলাখনত বানৰ পাছত হ'ব পৰা সম্ভাৱ্য ৰোগৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ সতর্কতা অৱলম্বন কৰিছে। ইয়াৰ অংশ হিচাপে জিলাখনৰ বিভিন্ন ঠাইত জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য শিবিৰৰ আয়োজন কৰিছে। আমাৰ সংবাদদাতাই জানিবলৈ দিয়া অনুসৰি জিলা স্বাস্থ্য বিভাগে প্রতিদিনে বিভিন্ন ঠাইত আয...

July 13, 2024 12:47 PM

অসম আৰক্ষীৰ নিযুক্তি প্রক্রিয়া ৩ অক্টোবৰৰ পৰা আৰম্ভ হ’বঃ মুখ্যমন্ত্ৰী

● মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই অসম আৰক্ষীৰ নিযুক্তি প্রক্রিয়া ৩ অক্টোবৰৰ পৰা আৰম্ভ হ'ব বুলি ঘোষণা কৰিছে। সামাজিক মাধ্যমযোগে দিয়া বাৰ্তাত তেওঁ কয় যে, আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াক লৈ দীৰ্ঘদিনৰ পৰা যুৱক- যুৱতীসকলৰ মাজত উৎকণ্ঠাই বিৰাজ কৰি আছিল। সেয়ে অসম আৰক্ষীয়ে এই নিযুক্তি প্রক্রিয়া ৩ অক্টোবৰ...

July 13, 2024 12:43 PM

ব্ৰহ্মপুত্ৰ, বৰাককে ধৰি প্রধান প্রধান নদীসমূহ এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ আছে

■ ৰাজ্যৰ বান পৰিস্থিতি ক্ৰমাৎ উন্নত হৈছে যদিও ব্ৰহ্মপুত্ৰ, বৰাককে ধৰি প্রধান প্রধান নদীসমূহ এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ আছে। নিমাতীঘাট, তেজপুৰ আৰু ধুবুৰীত ব্ৰহ্মপুত্ৰ বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ বিপৰীত খোৱাঙত বুঢ়িদিহিং নৈ বিপদসীমাৰ ওপৰে বৈ আছে। ৰাজ্যৰ ২৪ খন জিলাৰ প্ৰায় ১৪ লাখ লোক এতিয়াও বানৰ কবলত আছ...

July 12, 2024 8:10 PM

কোকৰাঝাৰত ৩০ জুলাইৰ পৰা ১৩৩ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতা

কোকৰাঝাৰৰ ভাৰতীয় ক্রীড়া প্ৰাধিকৰণৰ ষ্টেডিয়ামত অহা ৩০ জুলাইৰ পৰা ২৫ আগষ্টলৈ ১৩৩ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতা অনুষ্ঠিত হ'ব। এই উপলক্ষে বিটিচিৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে বিটিআৰৰ ৫খন জিলাত আজিৰে পৰা ১৫ জুলাইলৈ ট্ৰফী ভ্ৰমণ আৰু প্ৰদৰ্শনৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এই অভিযানৰ অংশ হিচাপে আজি তামুল...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।