আঞ্চলিক সংবাদ

July 20, 2024 6:45 PM

ভাৰত-বাংলাদেশ সীমান্ত ভ্ৰমণ কৰি কেইবাখনো চুইছ গেট পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

অসম চৰকাৰৰ জলসম্পদ আৰু তথ্য-জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি কাছাৰ জিলাৰ কাতিগড়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ভাৰত বাংলাদেশ সীমান্ত ভ্ৰমণ কৰি কেইবাখনো চুইছ গেট পৰিদৰ্শন কৰে। সমষ্টিটোত সীমান্ত পথ সংস্থাই নিৰ্মাণ কৰা ৬ খন চুইছ গেট জলসম্পদ বিভাগে ২০২২ চনৰ পৰা পৰিচালনা কৰি আহিছে। আজি মন্ত্ৰীগৰাকী...

July 20, 2024 1:07 PM

সম্পূর্ণতা অভিযানৰ অধীনত জিলা আৰু উন্নয়ন খণ্ডসমূহত মহিলা আৰু শিশুৰ স্বাস্থ্য আৰু পৰিপুষ্টিৰ দিশটো উন্নত কৰাৰ লক্ষ্য

নিটি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূর্ণতা অভিযানৰ অধীনত অসমৰ কেইবাখনো জিলাত এই কাৰ্যসূচী অব্যাহত আছে। এই অভিযানৰ অংশ হিচাপে স্বাস্থ্যখণ্ডত সজাগতা সৃষ্টিৰ বিশেষ ব্যৱস্থা কৰা হৈছে। সম্পূর্ণতা অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মহিলা আৰু শিশুৰ স্বাস্থ্য আৰু পৰিপুষ্টিৰ দিশটো উন্নত কৰাৰ বাবে ল...

July 20, 2024 1:04 PM

গোলাঘাট জিলা পশুপালন আৰু পশু চিকৎসা বিভাগৰ বিনামূলীয়া পশু টীকাকৰণ তথা চিকিৎসা প্ৰদান কাৰ্যসূচী

শেহতীয়া বানত বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা পশুপালক সকলক সকাহ প্ৰদানৰ উদ্দেশ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তত বিনামূলীয়া পশু চিকিৎসা আৰু টীকাকৰণ অভিযান অনুষ্ঠিত কৰা হৈছে। বোকাখাট সমষ্টিৰ অন্তৰ্গত ডিফলু পথাৰত কালি গোলাঘাট জিলা পশুপালন আৰু পশু চিকৎসা বিভাগে বিনামূলীয়া পশু টীকাকৰণ তথা চিকিৎসা প্ৰদান কাৰ্যসূচ...

July 20, 2024 1:02 PM

ছেপ্তেম্বৰত ৰাজ্যৰ ৫টা সমষ্টিৰ উপ নির্বাচনৰ সম্ভাৱনা

চলিত বছৰৰ ছেপ্তেম্বৰ মাহত ৰাজ্যৰ ৫টা সমষ্টিৰ উপ নির্বাচন হোৱাৰ সম্ভাৱনা আছে। কালি অনুষ্ঠিত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰি ৰাজ্যিক মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে কৈছে যে, বৰ্তমানৰ অসম বিধানসভা ২০২১ চন অৰ্থাৎ‍সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ আগেয়ে গঠিত হোৱাৰ পৰিপ্ৰেক্ষিতত পূৰ্বে বাহাল থকা বিধানসভা স...

July 20, 2024 12:26 PM

ৰাজ্যৰ শিক্ষা বিভাগৰ তিনিটা পৰ্যায়ত গুণোৎসৱ

বিগত বৰ্ষসমূহৰ দৰে চলিত শিক্ষা বৰ্ষতো তিনিটা পৰ্যায়ত গুণোৎসৱ অনুষ্ঠিত হ'ব। অহা ৬ জানুৱাৰীৰ পৰা ৰাজ্যৰ ৩৫ খন জিলাৰ মুঠ ৪৫,৬২৯ খন বিদ্যালয়ৰ ৪৩ লাখৰো অধিক ছাত্ৰ-ছাত্ৰীক সামৰি এইবাৰৰ গুণোৎসৱ অনুষ্ঠিত হ'ব। সমগ্ৰ শিক্ষা অভিযানৰ কাৰ্যালয়ত সম্পন্ন অভ্যন্তৰীণ বৈঠকৰ অন্তত শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে কালি...

July 20, 2024 12:21 PM

ৰাজ্যৰ কেইবাটাও অঞ্চলত জাপানীজ এনচেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ

ৰাজ্যৰ বিভিন্ন অঞ্চলত বান পৰিস্থিতি স্বাভাৱিক হৈছে যদিও এতিয়াও ১৩ খন জিলাৰ ৫৭২ খন গাঁৱৰ বিস্তীর্ণ অঞ্চল বানত বুৰ গৈ আছে। ৰাজ্যৰ ২ লাখৰো অধিক লোক এতিয়াও বানৰ কবলত আছে। একেদৰে ৫৬টা আশ্রয় শিবিৰত ১০ সহস্রাধিক বানপীড়িতই আশ্ৰয় লৈ আছে। ইপিনে বানৰ পাছতে ৰাজ্যৰ কেইবাটাও অঞ্চলত জাপানীজ এনচেফেলাইটিছ ৰোগৰ ...

July 20, 2024 12:08 PM

অমৃত বৃক্ষ আন্দোলন টু পইণ্ট জিৰো এপ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ মুকলি

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি আনুষ্ঠানিকভাৱে অমৃত বৃক্ষ আন্দোলন টু পইণ্ট জিৰো এপ মুকলি কৰে। উল্লেখযোগ্য যে, অমৃত বৃক্ষ আন্দোলনৰ প্ৰথম সংস্কৰণৰ সফলতাৰ পাছত অহা ১ আগষ্টৰ পৰা ১০ আগষ্টলৈ অমৃত বৃক্ষ টু পইণ্ট জিৰোৰ জৰিয়তে সমগ্ৰ ৰাজ্যতে ৩ কোটি গছপুলি ৰোপণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । এই পদক্ষেপ...

July 19, 2024 8:20 PM

২২ আগষ্টৰ পৰা অসম বিধানসভাৰ শৰৎকালীন অধিবেশন

অসম বিধানসভাৰ শৰৎকালীন অধিবেশন অহা ২২ আগষ্টৰ পৰা অনুষ্ঠিত হ'ব। ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই কালি এখন অধিসূচনাযোগে শৰৎকালীন অধিবেশন ২২ আগষ্টৰ পৰা হ'ব বুলি প্ৰকাশ কৰে। সেইদিনা পুৱা চাৰে ৯ বজাৰ পৰা অধিবেশনৰ কাম-কাজ আৰম্ভ হ'ব।

July 19, 2024 8:17 PM

চেপ্তেম্বৰ মাহত ৰাজ্যৰ ৫ টা সমষ্টিৰ উপ নির্বাচন হোৱাৰ সম্ভাৱনা আছে : অনুৰাগ গোৱেল

চলিত বছৰৰ চেপ্তেম্বৰ মাহত ৰাজ্যৰ ৫ টা সমষ্টিৰ উপ নির্বাচন হোৱাৰ সম্ভাৱনা আছে। আজি এখন সংবাদমেলত এই কথা প্ৰকাশ কৰি ৰাজ্যিক মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে বৰ্তমানৰ অসম বিধানসভা ২০০১ চন অর্থাৎ‍ সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ আগেয়ে গঠিত হোৱাৰ পৰিপ্ৰেক্ষিতত পূৰ্বে বাহাল থকা বিধানসভা সমষ্টিসমূহতে উপ নি...

July 19, 2024 11:54 AM

উত্তৰ প্ৰদেশ ৰে’ল দুৰ্ঘটনাত অসমৰ কোনো লোক হতাহত হোৱা নাইঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

উত্তৰ প্ৰদেশত দুৰ্ঘটনাগ্ৰস্ত ডিব্ৰুগড় অভিমুখী ৰে'লত অসমৰ কোনো লোক হতাহত হোৱা নাই বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমত প্রকাশ কৰিছে। সমগ্ৰ পৰিস্থিতিৰ ওপৰত ৰাজ্য চৰকাৰে চোকা নজৰ ৰাখিছে আৰু অসমৰ যাত্ৰীসকলক সহায় কৰাৰ কাৰণে সাজু হৈ আছে। আনহাতে, উত্তৰ-পূব সীমান্ত ৰে'লৱে আবদ্ধ যাত্ৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।