বতৰ

July 2, 2024 10:37 AM

সম্প্ৰতি বানত ৰাজ্যৰ ১৯খন জিলাৰ ১,২৭৫ খন গাঁও জলমগ্ন

■ ৰাজ্যৰ বান পৰিস্থিতি শোচনীয় হৈ পৰিছে। প্ৰলয়ংকৰী বানত ৰাজ্যৰ ১৯খন জিলাৰ ১,২৭৫ খন গাঁও জলমগ্ন হৈছে। উজনি-নামনি অসমৰ লগতে বৰাক উপত্যকাৰ কেইবাখনো নদী বিপদসীমাৰ ওপৰেৰে বৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীৰ তথ্য অনুসৰি ৰাজ্যৰ বিভিন্ন স্থানত ব্ৰহ্মপুত্ৰৰ লগতে ইয়াৰ উপনৈসমূহৰ পানী ফেনে-ফোট...

June 30, 2024 11:37 AM

অসমত ৫খন জিলাৰ ৩৮৩ খন গাঁৱৰ ৪১ হাজাৰৰো অধিক লোক  বানৰ কবলত

ৰাজ্যৰ বান পৰিস্থিতি প্রায় সুস্থিৰ হৈছে যদিও ৫খন জিলাৰ ৩৮৩ খন গাঁৱৰ ৪১ হাজাৰৰো অধিক লোক এতিয়াও বানৰ কবলত আছে। ১২৯টা আশ্রয় শিবিৰত ১৪ হাজাৰৰো অধিক লোকে আশ্ৰয় লৈ আছে। ইয়াৰ ভিতৰত কৰিমগঞ্জ জিলাত স্থাপন কৰা সৰ্বাধিক ১০৩টা আশ্রয় শিবিৰত ১৩ হাজাৰৰো অধিক লোক আশ্ৰয় লৈ আছে। কৰিমগঞ্জৰ উপৰি কামৰূপ, ধেমাজি,...

June 17, 2024 12:43 PM

অসমত ২০ জুনলৈ বিজুলী-ঢেৰেকনীৰে প্রবল বৃষ্টিপাত হোৱাৰ আশংকা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ

গুৱাহাটী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যত প্রবল বর্ষাবতৰ আশংকা কৰি ৰেড এলার্ট জাৰি কৰিছে। বতৰ বিজ্ঞান কেন্দ্রই আজিৰে পৰা অহা ২০ জুনলৈ বিজুলী-ঢেৰেকনীৰে প্রবল বৃষ্টিপাত হোৱাৰ আগলি বতৰা দিছে। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দেওবাৰে এই সম্পর্কে বিশেষ বতৰ বুলেটিনো প্রকাশ কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকা...

June 7, 2024 6:19 PM

অহা ৪ দিনলৈ মধ্য আৰু দক্ষিণ ভাৰতকে ধৰি দেশৰ বহু ঠাইত বৰষুণ, ধুমুহা আৰু বজ্ৰপাতৰ আশংকা ভাৰতৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ

ভাৰতৰ বতৰ বিজ্ঞান বিভাগে অহা চাৰিদিনলৈ মধ্য আৰু দক্ষিণ ভাৰতকে ধৰি দেশৰ বহু ঠাইত বৰষুণ, ধুমুহা আৰু বজ্ৰপাতৰ বাবে য়েল্লো এলাৰ্ট জাৰি কৰিছে। আইএমডিয়ে কয় যে, দক্ষিণ-পশ্চিম মৌচুমী বতাহ মধ্য আৰৱ সাগৰ, কৰ্ণাটক, মহাৰাষ্ট্ৰ, তেলেংগানা, উপকূলীয় অন্ধ্র প্রদেশ আৰু বংগোপসাগৰৰ বেছিভাগ অঞ্চললৈ অগ্ৰসৰ হৈছে । আইএ...

May 19, 2024 1:01 PM

অসমৰ বিভিন্ন  অঞ্চলত অহা দুই-তিনি দিনলৈ ধুমুহা-বতাহৰ লগতে বৃষ্টিপাতৰ সম্ভাৱনা

ৰাজ্যৰ প্ৰায়বোৰ অঞ্চলতে অহা দুই-তিনি দিনলৈ বৃষ্টিপাত অব্যাহত থাকিব বুলি গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। কোনো অঞ্চলত ধুমুহা-বতাহৰ লগতে বিজুলী-ঢেৰেকণি আৰু ব্ৰজপাত হোৱাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে উত্তৰ-পূব অসম আৰু পাৰ্শ্বৱৰ্তী এলেকাৰ বায়ুমণ্ডলত ঘূৰ্ণীবতাহ ...

May 13, 2024 6:04 PM

উত্তৰ-পশ্চিম আৰু মধ্য ভাৰতত উষ্ণতা বৃদ্ধিৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতৰ বতৰ বিজ্ঞান বিভাগে অহা চাৰি-পাঁচ দিনত উত্তৰ-পশ্চিম আৰু মধ্য ভাৰতত উষ্ণতা বৃদ্ধিৰ আগলি বতৰা দিছে। ৰাজস্থানকে ধৰি এই অঞ্চলসমূহত অহা ১৬ মে’ৰ পৰা গ্ৰীষ্ম প্রবাহ হোৱাৰ সম্ভাৱনা আছে বুলি বিভাগটোৱে প্রকাশ কৰিছে। আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত বতৰ বিজ্ঞান বিভাগৰ বিজ্ঞানী আৰ কে জেনামানিয়ে কৈছে যে, আজি ভ...

May 6, 2024 1:32 PM

উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে কাইলৈ পর্যন্ত বিজুলী ঢেৰেকনিৰে ধুমুহা, বৰষুণ হোৱাৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে কাইলৈ পর্যন্ত বিজুলী ঢেৰেকনিৰে ধুমুহা, বৰষুণ হ'ব বুলি আগলি বতৰা দিছে। বিভাগটোৱে অসম আৰু মেঘালয়ত আজি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনাৰ লগতে অৰুণাচল প্ৰদেশ, ছিকিম, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে অহা ৭ দিনলৈ পাতলীয়াৰ পৰা মজ...

May 3, 2024 11:38 AM

ডিমা হাচাও জিলা প্রশাসনৰ প্রতিকুল বতৰৰ বাবে সতর্কতামূলক নির্দেশনা

◊গুৱাহাটী বতৰ বিজ্ঞান কেন্দ্ৰৰ নিৰ্দেশনা মৰ্মে ডিমা হাচাও জিলা প্রশাসনে প্রতিকুল বতৰৰ প্ৰতি লক্ষ্য ৰাখি সতর্কতামূলক নির্দেশনা জাৰি কৰিছে। নিৰ্দেশনা অনুসৰি জিলাখনৰ সকলো শিক্ষানুষ্ঠান কাইলৈ পৰ্যন্ত বন্ধ থাকিব। আনহাতে প্ৰশাসনে জিলাখনৰ লোকসকলক পৰাপক্ষত ঘৰৰ পৰা বাহিৰলৈ নাযাবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য ...

May 1, 2024 1:02 PM

গ্রীষ্ম প্ৰৱাহৰ কবলত সমগ্ৰ দেশ

সমগ্র দেশ গ্রীষ্ম প্ৰৱাহত দহিছে বুলি এটা বিবৃতিৰ জৰিয়তে দেশৰ বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। গ্রীষ্ম প্ৰৱাহ চলি থকাৰ সময়তে অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, আৰু ত্ৰিপুৰাত পৰৱৰ্তী ৪ দিনত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ আৰু তুষাৰপাত হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে আগল...

April 28, 2024 8:04 PM

অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত বুধবাৰৰ পৰা প্ৰৱল বৰষুণৰ সম্ভাৱনা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অনাগত ৪ টা দিনত পশ্চিমবংগ, ওড়িশা, বিহাৰ আৰু ঝাৰখণ্ডৰ বিভিন্ন অঞ্চলত গ্রীষ্ম প্রবাহ অব্যাহত থাকিব বুলি আগলি বতৰা দিছে। ইয়াৰ উপৰি কৰ্ণাটকৰ মধ্যভাগ, তামিলনাড়ু, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, কেৰালা আৰু উত্তৰ প্ৰদেশৰ পূব প্ৰান্তত গ্রীষ্ম প্রবাহ অব্যাহত থাকিব বুলি অৱগত কৰিছে। বতৰ ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।