ৰাষ্ট্ৰীয়

July 18, 2024 5:00 PM

জম্মু-কাশ্মীৰৰ ডোডা জিলাৰ বনাঞ্চলত সন্ত্ৰাসবাদীৰ সৈতে মুখামুখি সংঘৰ্ষত ভাৰতীয় সৈন্য বাহিনীৰ দুজন জোৱান আহত

জম্মু-কাশ্মীৰত আজি পুৱা ডোডা জিলাৰ বনাঞ্চলত সন্ত্ৰাসবাদীৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত ভাৰতীয় সৈন্য বাহিনীৰ দুজন জোৱান আহত হয়। আকাশবাণী জম্মুৰ সংবাদদাতাই জনোৱা অনুসৰি কষ্টিগড় অঞ্চলৰ জদ্দন বাটা গাঁৱত এই সংঘৰ্ষ সংঘটিত হয়। অনুসন্ধান অভিযানৰ বাবে চৰকাৰী বিদ্যালয়ত স্থাপন কৰা অস্থায়ী নিৰাপত্তা শিবিৰত ...

July 18, 2024 5:00 PM

অহা ২২ জুলাইৰ পৰা সংসদৰ বাজেট অধিবেশন আৰম্ভ হ’ব

সংসদৰ বাজেট অধিবেশন অহা ২২ জুলাইত আৰম্ভ হ'ব। এই অধিবেশনৰ ১২ আগষ্টত সামৰণি পৰিব। ২৩ জুলাইত বিত্ত মন্ত্রী নির্মলা সীতাৰমনে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট সদনত দাখিল কৰিব। বিত্ত মন্ত্ৰী সীতাৰমনে লোকসভা নিৰ্বাচনৰ পূৰ্বে অন্তৱৰ্তী বাজেট উত্থাপন কৰিছিল। এইবাৰৰ বাজেটে দেশৰ দ্ৰুত উন্নয়নৰ ধাৰা অব্য...

July 18, 2024 7:04 PM

উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি ৰূপে ন্যায়াধীশ নংমেইকপম কোটিশ্বৰ সিং আৰু ন্যায়াধীশ আৰ মহাদেৱনৰ শপত গ্ৰহণ

ন্যায়াধীশ নংমেইকপম কোটিশ্বৰ সিং আৰু ন্যায়াধীশ আৰ মহাদেৱনে আজি উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি ৰূপে শপত গ্ৰহণ কৰে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে ন্যায়াধীশ দুগৰাকীক শপতগ্ৰহণ কৰোৱায়। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ন্যায়াধীশ নংমেইকপম কোটিশ্বৰ সিং জম্মু-কাশ্মীৰ আৰু লাডাখ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়...

July 18, 2024 7:14 PM

কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে বিদেশ সচিব বিক্রম মিস্ৰী ভূটানলৈ যাব

কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে বিদেশ সচিব বিক্রম মিস্ৰী ভূটানলৈ যাব বিদেশ সচিব বিক্রম মিস্ৰী কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানলৈ যাব। উল্লেখযোগ্য যে বিদেশ সচিবৰূপে কাৰ্যভাৰ গ্ৰহণৰ পাছত শ্ৰী মিজীৰ এইটোৱে প্ৰথমটো আনুষ্ঠানিক বিদেশ ভ্রমণ। ভ্রমণ কালছোৱাত বিদেশ সচিবগৰাকীয়ে ভূটানৰ ৰজাৰ উপস্থিতিত একাংশ জনতাৰ ...

July 18, 2024 4:52 PM

অ’মানৰ সমীপত তেল পৰিবাহী জাহাজ বুৰ যোৱাৰ পাছৰে পৰা সন্ধানহীন হৈ থকা ৮গৰাকী ভাৰতীয় সহ চালক দলৰ ৯গৰাকী সদস্যক জীৱন্তে উদ্ধাৰ

ভাৰতীয় নৌসেনাৰ আই এন এছ টেগ নামৰ যুদ্ধ জাহাজখনে অ'মানৰ উপকূলৰ সমীপত এখন তেল পৰিবাহী জাহাজ বুৰ যোৱাৰ পাছৰে পৰা সন্ধানহীন হৈ থকা ৮গৰাকী ভাৰতীয় সহ চালক দলৰ ৯গৰাকী সদস্যক জীৱন্তে উদ্ধাৰ কৰিছে। আন এগৰাকী সদস্যৰ দুৰ্ভাগ্যজনকভাৱে মৃত্যু ঘটিছে। বাকী ছগৰাকী সদস্যক সুকলমে উদ্ধাৰ কৰিবলৈ অ’মান সামুদ্রিক সুৰক্...

July 18, 2024 1:36 PM

ন্যায়াধীশ নংমেইকাপাম কোটিশ্বৰ সিং আৰু আৰ মহাদেৱনৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপতগ্ৰহণ

ন্যায়াধীশ নংমেইকাপাম কোটিশ্বৰ সিং আৰু আৰ মহাদেৱনে আজি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপতগ্ৰহণ কৰে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচুড়ে ন্যায়াধীশ দুগৰাকীক শপতগ্ৰহণ কৰোৱায়। ইয়াৰ পূৰ্বে ন্যায়াধীশ নংমেইকাপাম কোটিশ্বৰ সিং জম্মু-কাশ্মীৰ আৰু লাডাখ তথা শ্রীমহাদেৱন মাদ্রাজ উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্...

July 18, 2024 1:27 PM

ওমানৰ উপকূলৰ সমীপত তেল পৰিবাহী জাহাজ বুৰ গৈ সন্ধানহীন হোৱা ৮গৰাকী ভাৰতীয়সহ ৯গৰাকীক উদ্ধাৰ

ভাৰতীয় নৌসেনাৰ আই এন এছ টেগ নামৰ যুদ্ধ জাহাজখনে ওমানৰ উপকূলৰ সমীপত এখন তেল পৰিবাহী জাহাজ বুৰ যোৱাৰ পাছৰে পৰা সন্ধানহীন হৈ থকা ৮গৰাকী ভাৰতীয়সহ চালক দলৰ ৯গৰাকী সদস্যক উদ্ধাৰ কৰিছে। কমৰোজৰ পতাকা বিশিষ্ট এম ভি প্রেষ্টিচ ফেলকন নামৰ তেল পৰিবাহী টেংকাৰখনৰ চালক দলত ১৩গৰাকী ভাৰতীয় আৰু তিনিগৰাকী শ্ৰীলংকাৰ ...

July 18, 2024 1:25 PM

মৰিছাছত ভাৰতৰ জন ঔষধি কেন্দ্ৰ মুকলি বিদেশ মন্ত্রী ড০ এছ জয়শংকৰৰ

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে কালি মৰিছাছত বিদেশত ভাৰতৰ প্ৰথমটো জন ঔষধি কেন্দ্ৰ মুকলি কৰে। জন ঔষধি মুকলি কেন্দ্ৰ অনুষ্ঠানত বিদেশ মন্ত্ৰীগৰাকীৰ সৈতে মৰিছাছৰ প্ৰধানমন্ত্ৰী প্ৰবীন্দ কুমাৰ য'গনাথে অংশগ্রহণ কৰে ৷ সামাজিক মাধ্যমত লিখা এটা পোষ্টত ড০ জয়শংকৰে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত বৰ্ষৰ ...

July 18, 2024 1:03 PM

ৰাষ্ট্ৰপতি মুৰ্মুৰ ৭৫টা গুৰুত্বপূৰ্ণ ভাষণৰ সংকলিত ৰূপৰ গ্ৰন্থ আজি উন্মোচন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ প্ৰথম বছৰৰ কাৰ্যকালৰ ৭৫টা গুৰুত্বপূৰ্ণ ভাষণৰ সংকলিত ৰূপ WINGS TO OUR HOPES-VOLUME-1 গ্ৰন্থৰ প্ৰথম খণ্ড আজি নতুন দিল্লীত উন্মোচন কৰা হ'ব। কেন্দ্ৰীয় কৃষি মন্ত্রী শিৱৰাজ সিং চৌহানে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ উপস্থিতিত ই-বুকখন উন্মোচন কৰিব। কেন্দ্ৰীয় ...

July 18, 2024 1:01 PM

সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে ২১ জুলাইত সর্বদলীয় বৈঠক

চৰকাৰে সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে দেওবাৰে এখন সর্বদলীয় বৈঠকৰ আহ্বান কৰিছে। বৈঠকত চৰকাৰে সংসদৰ উভয় সদনৰ কাম-কাজ সুচাৰুৰূপে আগবঢ়াই নিয়াৰ বাবে সকলো পক্ষৰ পৰা সহযোগিতা কামনা কৰিব। বাজেট অধিৱেশন ২২ জুলাইৰ পৰা ১২ আগষ্টলৈ অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় বাজেট ২৩ জুলাইত সদনত দাখিল কৰা হ'ব। এয়া হ'ব প্ৰধানমন্ত্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।