ৰাষ্ট্ৰীয়

July 20, 2024 5:30 PM

এদিনীয়া ভ্রমণসূচীৰে ৰাছীত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহ আজি বিয়লি এদিনীয়া ভ্রমণসূচীৰে ঝাৰখণ্ডৰ ৰাজধানী ৰাছীত উপস্থিত হয়। শ্ৰী শ্বাহে ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক কমিটিৰ বৈঠকত অংশগ্ৰহণ কৰিব। তেওঁ লগতে দলৰ ৰাজ্যিক স্থায়ী গোটৰ বৈঠকত উপস্থিত থাকিব আৰু বিজেপি কৰ্মীসকলৰ সৈতে মত বিনিময় কৰিব। ঝাৰখণ্ড...

July 20, 2024 12:57 PM

কেন্দ্ৰই চৰকাৰী কাৰিকৰী শিক্ষা খণ্ডৰ উন্নয়নৰ হকে কাম কৰি আছেঃ কেন্দ্রীয় মন্ত্রী অশ্বিনী বৈষ্ণৱ

কেন্দ্রীয় মন্ত্রী অশ্বিনী বৈষ্ণৱে কৈছে যে, চৰকাৰে বিভিন্ন উদ্যমৰ জৰিয়তে চৰকাৰী কাৰিকৰী শিক্ষা খণ্ডৰ উন্নয়নৰ হকে সৰ্বতো প্ৰকাৰে চেষ্টা কৰি আছে৷ তেওঁ চৰকাৰী কাৰিকৰী অভিযন্তা প্রতিষ্ঠানসমূহক নতুন অৱধাৰণাৰ সৈতে আগবাঢ়ি আহিবলৈ আৰু কেন্দ্ৰীয় চৰকাৰলৈ ততালিকে প্ৰস্তাৱ প্ৰেৰণ কৰিবলৈ আহ্বান জনাইছে যাতে চৰ...

July 20, 2024 12:50 PM

নতুন দিল্লীত কাইলৈৰ পৰা বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক অধিৱেশন

বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক অধিৱেশন নতুন দিল্লীৰ ভাৰত মণ্ডপমত কাইলৈ আৰম্ভ হব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অধিৱেশনৰ উদ্বোধন কৰিব। ৩১ জুলাইত অধিৱেশনৰ সামৰণি পৰিব। ভাৰতে প্ৰথমবাৰৰ বাবে এই অধিৱেশনৰ আয়োজন কৰিছে। অনুষ্ঠানত ইউনেস্ক'ৰ সঞ্চালক প্ৰধান মেডাম অড্রে আজৌলে আৰু ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য স...

July 20, 2024 12:35 PM

সংসদৰ বাজেট অধিবেশনৰ পূৰ্বে কাইলৈ চৰকাৰৰ সর্বদলীয় বৈঠকৰ আহ্বান

চৰকাৰে সংসদৰ বাজেট অধিবেশনৰ পূৰ্বে কাইলৈ এখন সর্বদলীয় বৈঠকৰ আহ্বান কৰিছে। বৈঠকত চৰকাৰে সংসদৰ উভয় সদনৰ কাম-কাজ সুচাৰুৰূপে আগবঢ়াই নিয়াৰ বাবে সকলো ধৰণৰ সহযোগিতা কামনা কৰিব। বাজেট অধিবেশন ২২ জুলাইৰ পৰা ১২ আগষ্টলৈ অনুষ্ঠিত হ'ব। কেন্দ্রীয় বাজেট ২৩ জুলাইত সদনত দাখিল কৰা হ'ব। এয়া হ'ব প্ৰধানমন্ত্ৰী নৰে...

July 19, 2024 8:39 PM

বাংলাদেশত বাস কৰা ভাৰতীয় নাগৰিকক উচ্চায়োগৰে সম্পৰ্কত থাকিবলৈ আহ্বান বিদেশ মন্ত্রালয়ৰ

বিদেশ মন্ত্রালয়ে বাংলাদেশত বাস কৰা ভাৰতীয় নাগৰিকসকলক ঢাকাত থকা উচ্চায়োগে জাৰি কৰা পৰামৰ্শাৱলী মানি চলিবলৈ আৰু আয়োগৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি চলিবলৈ আহ্বান জনাইছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে, চুবুৰীয়া ৰাষ্ট্ৰখনত প্ৰায় চাৰে ৮ ...

July 19, 2024 8:35 PM

নতুন দিল্লীত পৰিয়াল পৰিকল্পনা সন্দৰ্ভত বৈঠক

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্রী অনুপ্রিয়া পেটেলে কৈছে যে, চৰকাৰে দেশত প্ৰসৱকালীন মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ হকে কাম কৰি আছে। দেশত সুস্থিৰ জনসংখ্যা সুনিশ্চিত কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহ ফলপ্ৰসূ হৈছে বুলিও শ্রীপেটেলে লগতে কয়। ইয়াৰ ফলস্বৰূপে ২০৩০ চনৰ পূৰ্বে দেশত প্ৰস...

July 19, 2024 8:30 PM

চৰকাৰে মাইক্ৰ’চট চফ্‌ফ্টৱেৰত হোৱা খেলিমেলি সন্দৰ্ভত যোগাযোগ ৰক্ষা কৰি আছে : অশ্বিনী বৈষ্ণৱ

চৰকাৰে মাইক্ৰ'চট চফ্‌ফ্টৱেৰত হোৱা খেলিমেলি সন্দৰ্ভত মাইক্ৰ'চফ্‌ট আৰু ইয়াৰ সহযোগী কোম্পানীসমূহৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে। কেন্দ্রীয় তথ্য-প্রযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱে সামাজিক মাধ্যমযোগে কৈছে যে, এই খেলিমেলিৰ কাৰণ চিনাক্ত কৰা হৈছে আৰু সমস্যা সমাধানৰ বাবে আপডেট জাৰি কৰা হৈছে। ৰাষ্ট্ৰীয় তথ্য বি...

July 19, 2024 8:25 PM

মাকুম পৌৰ সভাৰ পদেন সদস্য হিচাপে দায়িত্ব গ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

কেন্দ্রীয় মন্ত্রী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে আজি তিনিচুকীয়া জিলাৰ মাকুম পৌৰ সভাৰ পদেন সদস্য হিচাপে দায়িত্ব গ্ৰহণ কৰে। দায়িত্ব গ্ৰহণৰ পূৰ্বে পৌৰসভাখনৰ কাৰ্যবাহী বিষয়া ৰক্তিম গগৈয়ে শ্ৰীসোণোৱালক শপত বাক্য পাঠ কৰোৱায়। অনুষ্ঠানত সভানেত্রী বিপাশা বৰা, প্রাক্তন কেন্দ্ৰীয় ...

July 19, 2024 7:54 PM

আমেৰিকাত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ডনাল্ড ট্রাম্পৰ আনুষ্ঠানিকভাৱে মনোনয়ন গ্ৰহণ

ডনাল্ড ট্রাম্পে আমেৰিকা যুক্তাষ্ট্ৰৰ মীলৱাউকিত অনুষ্ঠিত ৰিপাব্লিকান ৰাষ্ট্ৰীয় সন্মিলনত দিয়া ৰাজহুৱা ভাষণত আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে মনোনয়ন গ্ৰহণ কৰে। যোৱা সপ্তাহত ট্রাম্পক এজন বন্দুকধাৰী আততায়ীয়ে হত্যাৰ চেষ্টা কৰা পাছত ট্রাম্পৰ এইটো প্ৰথম ৰাজহুৱা ভাষণ। চাৰিদিনীয়া সন্মিলনখনত ৰিপা...

July 19, 2024 7:51 PM

ইউৰোপীয় আয়োগৰ অধ্যক্ষ হিচাপে পুনৰ নিৰ্বাচিত হোৱাউচুলা-বন ডেৰ লেএনক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউৰোপীয় আয়োগৰ অধ্যক্ষ হিচাপে পুনৰ নিৰ্বাচিত হোৱা বাবে উচুলা-বন ডেৰ লেএনক অভিনন্দন জনাইছে। শ্রীমোদীয়ে সামাজিক মাধ্যমযোগে কৈছে যে তেওঁ বিশ্বৰ ভালৰ বাবে কৌশলগত সহযোগিতা সুদৃঢ় কৰা উদ্দেশে একেলগে কাম কৰিবলৈ আগ্ৰহেৰে বাট চাই আছে। ইউৰোপীয় আয়োগৰ অধ্যক্ষ হিচাপে এয়া ৱ'ন ড...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।