ৰাষ্ট্ৰীয়

July 25, 2024 10:48 AM

ৰাজ্যসভাত ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেটৰ আলোচনাত কংগ্ৰেছ, বিজেপি, অসম গণ পৰিষদ, টি এমচিৰ সাংসদৰ অংশগ্ৰহণ

ৰাজ্যসভাতো কালি  ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেটক লৈ আলোচনা হয়। উচ্চ সদনত আলোচনা আৰম্ভ কৰি কংগ্ৰেছ সাংসদ পি চিদাম্বৰমে কর্মসংস্থাপনহীনতা আৰু মুদ্রাস্ফীতিৰ বিষয় উত্থাপন কৰে। তেওঁ লগতে অগ্নিপথ আঁচনি আৰু নীট পৰীক্ষা বাতিল কৰিবলৈ দাবী জনায়। আলোচনাত ভাগ লৈ বিজেপিৰ ড০ ৰাধন মোহন দাস আগৰৱালে প্রধানমন্ত্ৰী...

July 25, 2024 10:45 AM

লোকসভাত ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেটক লৈ আলোচনা

লোকসভাত কালি ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেটক লৈ আলোচনা হয়। আলোচনাৰ পাতনি মেলি কংগ্ৰেছৰ কুমাৰী চেলজাই কর্মসংস্থাপনহীনতাৰ বিষয় উল্লেখ কৰে। সাংসদগৰাকীয়ে কয় যে, দিনক দিনে দেশত এই সমস্যা বৃদ্ধি পাইছে। তেওঁ কেন্দ্ৰীয় চৰকাৰৰ বিভাগসমূহত খালী হৈ থকা পদসমূহ পূৰণৰ বাবে চৰকাৰে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই ব...

July 25, 2024 10:39 AM

উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহ নিষ্পত্তিৰ বাবে ২৯ জুলাইৰ পৰা ৩ আগষ্টলৈ লোক আদালত

উচ্চতম ন্যায়ালয়ে বিচাৰাধীন গোচৰসমূহ নিষ্পত্তিৰ বাবে অহা ২৯ জুলাইৰ পৰা ৩ আগষ্টলৈ লোক আদালতৰ আয়োজন কৰিছে। উচ্চতম ন্যায়ালয়ৰ প্ৰতিষ্ঠাৰ ৭৫ সংখ্যক বৰ্ষ পূৰণ হোৱা উপলক্ষে এই পদক্ষেপ লোৱা হৈছে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে নাগৰিকসকলক সৰ্বোচ্চ ন্যায়ালয়ত বিচাৰাধীন নিজৰ গোচৰসমূহ নিষ্পত্তিৰ সুবিধ...

July 25, 2024 10:34 AM

১৫ ছেপ্তেম্বৰ পৰ্যন্ত মুকলি থাকিব  পদ্ম বঁটাসমূহৰ বাবে মনোনয়ন

দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটাসমূহৰ বাবে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া চলিত বৰ্ষৰ ১৫ ছেপ্তেম্বৰ পৰ্যন্ত মুকলি থাকিব। কেন্দ্রীয় গৃহ মন্ত্ৰ্যালয়ে এই সন্দৰ্ভত প্ৰকাশ কৰা মতে পদ্ম বঁটাৰ বাবে মনোনয়ন আৰু পৰামৰ্শসমূহ ৰাষ্ট্ৰীয় পুৰস্কাৰ প'ৰ্টেলত অনলাইন ব্যৱস্থাৰ জৰিয়তে গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে...

July 24, 2024 8:02 PM

লোকসভা-ৰাজ্যসভাত ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেটক লৈ আলোচনা

লোকসভাত ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেটক লৈ আলোচনা আৰম্ভ হৈছে। আলোচনাৰ পাতনি মেলি কংগ্ৰেছৰ কুমাৰী চেলজাই কর্মসংস্থাপনহীনতাৰ বিষয় উল্লেখ কৰে। সাংসদগৰাকীয়ে কয় যে, দিনক দিনে দেশত এই সমস্যা বৃদ্ধি পাইছে। তেওঁ কেন্দ্ৰীয় চৰকাৰৰ বিভাগসমূহত খালী হৈ থকা পদসমূহ পূৰণৰ বাবে চৰকাৰে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই...

July 24, 2024 8:01 PM

বিশ্বৰ দুগ্ধ উৎপাদনৰ শীর্ষ স্থানত ভাৰত

বিশ্বৰ দুগ্ধ উৎপাদনত ২৫ শতাংশ অৱদানেৰে দুগ্ধ উৎপাদনত ভাৰতে শীর্ষ স্থান লাভ কৰিছে। বিগত ৯ বছৰত দেশৰ দুগ্ধ উৎপাদনৰ বাৰ্ষিক বিকাশ দৰ প্ৰায় ৬ শতাংশ হাৰত বৃদ্ধি পাইছে। ইয়াৰ বিপৰীতে প্ৰতি বছৰে বিশ্ব দুগ্ধ উৎপাদন বৃদ্ধিৰ হাৰ হৈছে ২ দশমিক ১ শতাংশ। ৰাজ্যসভাত আজি এটা লিখিত উত্তৰত মীন, পশুপালন আৰু দুগ্ধ উৎপা...

July 24, 2024 7:58 PM

প্রাক্তন অগ্নিবীৰসকলক অন্তৰ্ভুক্তৰ বাবে সাজু বিএছএফ, চিআইএছএফ আৰু আৰপিএফকে ধৰি কেন্দ্ৰীয় সশস্ত্র বাহিনীসমূহ

সীমান্ত সুৰক্ষা বাহিনী বি এছ এফ, কেন্দ্রীয় ঔদ্যোগিক সুৰক্ষা বাহিনী, চি আই এছ এফ আৰু ৰেলৱে সুৰক্ষা বাহিনী আৰ পি এফকে ধৰি কেন্দ্ৰীয় সশস্ত্র বাহিনীসমূহ প্রাক্তন অগ্নিবীৰসকলক বাহিনীত অন্তৰ্ভুক্ত কৰাৰ বাবে সাজু হৈছে। বি এছ এফৰ সঞ্চালকপ্ৰধান নীতিন আগৰৱালে কৈছে যে প্রাক্তন অগ্নিবীৰসকলক বাহিনীটোত নিযুক্তি...

July 24, 2024 7:56 PM

কেন্দ্ৰীয় বাজেটত উত্তৰ-পূৰ্বাঞ্চলৰ ৰে’লখণ্ডৰ উন্নয়নৰ বাবে ১০ হাজাৰ ৩৭৬ কোটি টকা আবণ্টনঃ ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱ

ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৈছে যে, এইবাৰৰ বাজেটত উত্তৰ-পূৰ্বাঞ্চলৰ ৰে'লখণ্ডৰ উন্নয়নৰ বাবে ১০ হাজাৰ ৩৭৬ কোটি টকা আবণ্টন দিয়া হৈছে। আজি উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ জ্যেষ্ঠ বিষয়া আৰু সংবাদমাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত ৰে'ল মন্ত্ৰী বৈষ্ণৱে কয় যে, উত্তৰ-পূৰ্বাঞ্চলত ৭৪ হাজাৰ ৯৭২ কোটি টকা বিনিয়োগেৰে ১...

July 24, 2024 7:51 PM

দেশৰ পদ্ম বঁটাসমূহৰ বাবে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া চলিত বৰ্ষৰ ১৫ ছেপ্টেম্বৰপৰ্যন্ত মুকলি থাকিব

দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটাসমূহৰ বাবে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া চলিত বৰ্ষৰ ১৫ ছেপ্তেম্বৰ পৰ্যন্ত মুকলি থাকিব। কেন্দ্রীয় গৃহ মন্ত্ৰালয়ে এই সন্দৰ্ভত প্রকাশ কৰা মতে পদ্ম বঁটাৰ বাবে মনোনয়ন আৰু পৰামৰ্শসমূহ ৰাষ্ট্ৰীয় পুৰস্কাৰ প'ৰ্টেলত অনলাইন ব্যৱস্থাৰ জৰিয়তে গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে প...

July 24, 2024 7:03 PM

কেন্দ্ৰীয় বাজেটত একাংশ ৰাজ্যৰ ক্ষেত্ৰত বৈষম্য হোৱা বুলি উত্থাপিত অভিযোগ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ অস্বীকাৰ

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কেন্দ্ৰীয় বাজেটত একাংশ ৰাজ্যৰ ক্ষেত্ৰত বৈষম্য হোৱা বুলি উত্থাপিত অভিযোগ অস্বীকাৰ কৰিছে। ৰাজ্যসভাৰ শূন্যকালত আজি বিৰোধী দলসমূহে উত্থাপন কৰা অভিযোগৰ প্ৰত্যুত্তৰত তেওঁ ওলোটাই এই বুলি অভিযোগ কৰে যে, বিৰোধী শাসিত ৰাজ্যসমূহলৈ একোৱেই দিয়া হোৱা নাই বুলি কংগ্ৰেছ নেতৃত্বাধীন বি...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।