ৰাষ্ট্ৰীয়

July 29, 2024 8:23 PM

উড়ান আঁচনিৰ অধীনত সম্প্রতি মুঠ ৫৭৯ টা বায়ুপথেদি ১৩ টা হেলিপোর্ট আৰু দুটা ৱাটাৰ এৰোড্রোমসহ ৮৫ টা বিমান বন্দৰ কাৰ্যক্ষম হৈ আছে

উড়ান আঁচনিৰ অধীনত সম্প্রতি মুঠ ৫৭৯ টা বায়ুপথেদি ১৩ টা হেলিপোর্ট আৰু দুটা ৱাটাৰ এৰোড্রোমসহ ৮৫ টা বিমান বন্দৰ কাৰ্যক্ষম হৈ আছে। ৰাজ্যসভাত আজি অসমাৰিক বিমান পৰিবহন ৰাজ্যমন্ত্ৰী মুৰলীধৰ মোহলে লিখিতভাৱে এই বিষয়ে প্রকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশতে ২১ টা নতুন সেউজ বিমান বন্...

July 29, 2024 8:19 PM

কৰ্তৃপক্ষৰ অৱহেলাৰ ফলত দিল্লীৰ এখন কোচিং ইন্সটিটিউটৰ শিক্ষাৰ্থীৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ৰাজ্যসভাত চমু আলোচনা

ৰাজ্যসভাত আজি কৰ্তৃপক্ষৰ অৱহেলাৰ ফলত দিল্লীৰ এখন কোচিং ইন্সটিটিউটৰ শিক্ষাৰ্থীৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত চমু আলোচনা কৰা হয়। বিজেপিৰ সুধাংশু ত্রিবেদী এই আলোচনা আৰম্ভ কৰি এনে ঘটনা অপৰাধমূলক অৱহেলা হিচাপে অভিহিত কৰি বিষয়টো সন্দৰ্ভত বিশদ তদন্তৰ দাবী জনায়। তেওঁ লগতে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিবলৈ আহ্বান...

July 29, 2024 8:15 PM

প্রধানমন্ত্রী স্বনিধি আঁচনিৰ জৰিয়তে এতিয়ালৈকে ১১ হাজাৰ ৭১৩ কোটি টকাৰ ঋণ পদপথৰ ব্যৱসায়ীসকলক প্ৰদান কৰা হৈছে

প্রধানমন্ত্রী স্বনিধি আঁচনিৰ জৰিয়তে এতিয়ালৈকে ১১ হাজাৰ ৭১৩ কোটি টকাৰ ঋণ পদপথৰ ব্যৱসায়ীসকলক প্ৰদান কৰা হৈছে বুলি চৰকাৰে আজি প্ৰকাশ কৰিছে। ৰাজ্যসভাত আজি এটা প্ৰশ্নৰ লিখিত উত্তৰত গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী তোখান সাহুয়ে কয় যে, সর্বমুঠ ৮৬ লাখ ৩৮ হাজাৰ ঋণ মোকলাই দিয়া হৈছে আৰু ইয়া...

July 29, 2024 6:32 PM

উচ্চতম ন্যায়ালয়ৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আজিৰে পৰা বিশেষ লোক আদালত সপ্তাহৰ আয়োজন

উচ্চতম ন্যায়ালয়ে ইয়াৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আজিৰে পৰা বিশেষ লোক আদালত সপ্তাহৰ আয়োজন কৰিছে। আকাশবাণীৰ সৈতে হোৱা বতৰাত ন্যায়াধীশ কে ভি বিশ্বনাথনে কয় যে, উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন হৈ থকা গোচৰসমূহ মীমাংসা কৰাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেওঁ আৱেদনকাৰীসকলক লোক আদালতৰ সু...

July 29, 2024 6:27 PM

টকিঅ’ত কোৱাড বিদেশ মন্ত্ৰীসকলৰ বৈঠকত বিদেশ মন্ত্রী ড০ এছ জয়শংকৰৰ অংশগ্ৰহণ

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে আজি টকিঅ’ত কোৱাড বিদেশ মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰে। ড০ জয়শংকৰ দুদিনীয়া জাপান ভ্রমণসূচীৰে কালি টকিঅ'ত উপস্থিত হৈছেগৈ। কোৱাড বিদেশ মন্ত্ৰীসকলৰ বৈঠক অষ্ট্ৰেলিয়া, ভাৰত, জাপান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ শীৰ্ষ কূটনীতিবিদসকলক একত্ৰিত কৰাৰ এখন মঞ্চ। বৈঠকত অংশগ্ৰহণ কৰি ড০ জয...

July 29, 2024 7:55 PM

লোকসভাত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট সন্দৰ্ভত আলোচনা

লোকসভাত আজিও ২০২৪-২৫ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। আলোচনাত অংশ লৈ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে জাতি পিয়ল অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰাৰ লগতে কৃষকক উৎপাদিত সামগ্ৰীৰ ন্যূনতম সমৰ্থন মূল্য দিয়াৰ আইনী নিশ্চয়তা প্ৰদান কৰাৰ দাবী জনায়। তেওঁ কয় যে, এই সমর্থন মূল্যৰ ক্ষেত্...

July 29, 2024 6:07 PM

দেশত স্বীকৃতি প্রাপ্ত ষ্টার্টআপ উদ্যমসমূহে এই পর্যন্ত ১৫ লাখ ৫০ হাজাৰৰো অধিক কর্মসংস্থাপনৰ সৃষ্টি কৰিছে

দেশত স্বীকৃতি প্রাপ্ত ষ্টার্টআপ উদ্যমসমূহে এই পর্যন্ত ১৫ লাখ ৫০ হাজাৰৰো অধিক কর্মসংস্থাপনৰ সৃষ্টি কৰিছে বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। বিভিন্ন মন্ত্ৰ্যালয় আৰু বিভাগসমূহৰ অধীনত গ্ৰহণ কৰা পদক্ষেপৰ সহায়ত ষ্টার্টআপসমূহে অনাগত সময়ত অধিক কর্মসংস্থাপনৰ সৃষ্টি কৰাৰ লগতে যুৱ উদ্যমীসকলক আগবঢ়াই আনিব ...

July 29, 2024 1:22 PM

কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহ জনসাধাৰণৰ অধিক ওচৰ চপাৰ বাবে ব্যৱস্থা গ্ৰহণৰ বিষয়ে মুখ্যমন্ত্ৰী পৰিষদৰ সন্মিলনত আলোচনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীসকলৰ সৈতে হোৱা বৈঠকত কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহ জনসাধাৰণৰ অধিক ওচৰ চপাৰ বাবে ব্যৱস্থা গ্ৰহণৰ বিষয়ে আলোচনা কৰে৷ শ্রীমোদীয়ে কল্যাণকামী আঁচনিসমূহ সঠিকভাৱে ৰূপায়ণত গুৰুত্ব আৰোপ কৰি প্ৰশাসন ব্যৱস্থাক আৰু অধিক উন্নত...

July 29, 2024 1:20 PM

আজিৰে পৰা উচ্চতম ন্যায়ালয়ৰ বিশেষ লোক আদালত সপ্তাহ

উচ্চতম ন্যায়ালয়ে ইয়াৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আজিৰে পৰা বিশেষ লোক আদালত সপ্তাহৰ আয়োজন কৰিছে। আকাশবাণীৰ সৈতে হোৱা কথা-বতৰাত ন্যায়াধীশ কে ভি বিশ্বনাথনে কয় যে, উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন হৈ থকা গোচৰসমূহ মীমাংসা কৰাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেওঁ আৱেদনকাৰীসকলক লোক আদালত...

July 29, 2024 1:19 PM

নতুন দিল্লীৰ মানেকশ্ব’ কেন্দ্ৰ প্ৰেক্ষাগৃহত ৰাষ্ট্ৰীয় শিক্ষনীতি ২০২০ৰ ৰূপায়ণৰ চতুৰ্থ বার্ষিকী উপলক্ষে অখিল ভাৰতীয় শিক্ষা সমাগম-২০২৪ৰ আয়োজন

শিক্ষা মন্ত্ৰ্যালয়ে আজি নতুন দিল্লীৰ মানেকশ্ব’ কেন্দ্ৰ প্ৰেক্ষাগৃহত ৰাষ্ট্ৰীয় শিক্ষনীতি ২০২০ৰ ৰূপায়ণৰ চতুৰ্থ বার্ষিকী উপলক্ষে অখিল ভাৰতীয় শিক্ষা সমাগম ২০২৪ৰ আয়োজন কৰিছে। অখিল ভাৰতীয় শিক্ষা সমাগম হৈছে ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে বিভিন্ন অংশীদাৰসকলৰ প্ৰতিশ্ৰুতিবদ্ধতাক সজীৱ ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।