ৰাষ্ট্ৰীয়

July 31, 2024 8:01 PM

ছিকিমৰ অষ্টাদশ ৰাজ্যপাল হিচাপে ওম প্রকাশ মাথুৰৰ শপত গ্ৰহণ

ওম প্রকাশ মাথুৰে আজি ছিকিমৰ অষ্টাদশ ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰে। চিকিম উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিশ্বনাথ চৌমদ্দৰে তেওঁক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায় . অনুষ্ঠানত মুখ্যমন্ত্ৰী প্রেম সিং টামাং, কেইবাগৰাকীও কেবিনেট মন্ত্রী, বিধায়ক আৰু জ্যেষ্ঠ বিষয়া উপস্থিত থাকে। এই উপলক্ষে ৰাজ্যপ...

July 31, 2024 7:58 PM

বিগত ৫ বছৰত সীমান্ত সুৰক্ষা বাহিনীত ৫৪,৭৬০ জোৱান নিযুক্তি : নিত্যানন্দ ৰায়

বিগত ৫ বছৰত সীমান্ত সুৰক্ষা বাহিনীৰ মুঠ ৫৪ হাজাৰ ৭৬০ জন জোৱান নিযুক্তি দিয়া হৈছে। আজি ৰাজ্যসভাত এক লিখিত উত্তৰত এই বিষয়ে অৱগত কৰি গৃহ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে কয় যে, বিগত ৫ বছৰত এই বিভাগত মুঠ ৩৭২ টা নতুন পদ সৃষ্টি কৰা হৈছে আৰু ১০ হাজাৰৰো অধিক পদ খালী হৈ আছে। শ্ৰীৰায়ে কয় যে, এই বিভাগত কন...

July 31, 2024 7:53 PM

ৱায়নাডৰ বিনাশ সম্পৰ্কীয় মনোযোগ আকর্ষণ প্রস্তাৱত হস্তক্ষেপ গৃহমন্ত্রী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কৈছে যে, কেৰালা চৰকাৰক ৱায়নাডত ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলন হ'ব পাৰে বুলি প্ৰথমে ২৩ জুলাইত আৰু পাছত ২৪ আৰু ২৫ জুলাইত পুনৰাই আগলি বতৰা দিয়া হৈছিল। ৰাজ্যসভাত আজি ৱায়নাডৰ বিনাশ সম্পৰ্কীয় মনোযোগ আকর্ষণ প্রস্তাৱত হস্তক্ষেপ কৰি শ্ৰীশ্বাহে কয় যে, ২৬ জুলাইত অঞ্চলটোত ২০ ছ...

July 31, 2024 7:38 PM

কেৰালাৰ ৱায়নাডত ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা ১৬৫ লৈ বৃদ্ধি

কেৰালাৰ ৱায়নাডত ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা ১৬৫ লৈ বৃদ্ধি পাইছে। এই দুৰ্ঘটনাত আঘাতপ্রাপ্ত ১৮৬ জন লোকক বিভিন্ন হাস্পতালত চিকিৎসা প্ৰদান কৰি থকা হৈছে। বোকাত পোত খাই থকা মৃতদেহ উদ্ধাৰ বাবে আৰক্ষীৰ স্নিফাৰ ড°গ নিয়োগ কৰা হৈছে। অঞ্চলটোত কেইবাটাও উদ্ধাৰকাৰী দল আৰু আঞ্চলিক সেনা বেটেলিয়ন নিয়োগ কৰা...

July 31, 2024 6:14 PM

এম বি বি এছ, বি ডি এছ পাঠ্যক্ৰমত নামভৰ্তিৰ কাউঞ্চেলিঙৰ বাবে পঞ্জীয়ন প্রক্রিয়া আগষ্টত আৰম্ভ

দেশৰ চিকিৎ‍সা মহাবিদ্যালয়সমূহত চলিত বৰ্ষৰ এম বি বি এছ, বি ডি এছ আদি পাঠ্যক্ৰমত নামভৰ্তিৰ কাউঞ্চেলিঙৰ বাবে পঞ্জীয়ন প্রক্রিয়া আগষ্ট মাহৰ প্ৰথম সপ্তাহত আৰম্ভ হ'ব। মেডিকেল কাউঞ্চেলিং কমিটীয়ে এই কথা প্ৰকাশ কৰি লগতে কয় যে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে কাউঞ্চেলিং পৰ্ব অহা ১৪ আগষ্টত...

July 31, 2024 6:08 PM

২০২৪-২৫ বৰ্ষৰ সাধাৰণ বাজেট সন্দৰ্ভত ৰাজ্যসভাত বিত্তমন্ত্ৰী সীতাৰমনে মন্তব্য

২০২৪-২৫ বৰ্ষৰ সাধাৰণ বাজেট দেশৰ অগ্ৰাধিকাৰৰ বিষয়সমূহ যেনে - উন্নয়ন, কর্ম সংস্থাপন সৃষ্টি, কল্যাণ, মূলধনী ব্যয় আৰু বিত্তীয় একত্ৰীকৰণৰ মাজত ভাৰসাম্য ৰক্ষা কৰি যুগুত কৰা হৈছে বুলি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে আজি ৰাজ্যসভাত প্ৰকাশ কৰে। ৰাজ্যসভাত আজি বাজেট সম্পৰ্কীয় আলোচনাৰ উত্তৰত তেওঁ এই কথা উল্লে...

July 31, 2024 5:58 PM

কেন্দ্রীয় লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে ভাৰতীয় প্ৰশাসনিক বিষয়া প্রীতি ছুডানক নিযুক্তি

কেন্দ্রীয় লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে প্রাক্তন কেন্দ্রীয় স্বাস্থ্য সচিব তথা ১৯৮৩ বেটছৰ ভাৰতীয় প্ৰশাসনিক বিষয়া প্রীতি ছুডানক নিযুক্তি দিয়া হৈছে। ১ আগষ্টৰ পৰা দায়িত্ব গ্ৰহণ কৰিবলগীয়া শ্ৰী ছুডানৰ নিযুক্তিত ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে অনুমোদন জনাইছে। উল্লেখযোগ্য যে চলিত মাহৰ আৰম্ভণিতে ক...

July 31, 2024 5:54 PM

দেশৰ বিভিন্ন ৰাজ্যত আজি নতুন ৰাজ্যপালৰ শপত গ্ৰহণ

লক্ষ্মণ প্রসাদ আচার্যই আজি মণিপুৰৰ ৰাজ্যপাল হিচাপে শপতগ্ৰহণ কৰে। ইম্ফলৰ ৰাজভৱনত আজি পুৱা শপতগ্রহণ কাৰ্যসূচী অনুষ্ঠিত হয়। মণিপুৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সিদ্ধার্থ মৃদুলে তেওঁক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়। অনুষ্ঠানত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেন সিঙকে ধৰি কেবিনেট মন্ত্রী, বিধায়ক...

July 31, 2024 5:47 PM

দেশৰ সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণত চৰকাৰে প্ৰচেষ্টা চলাই আছে : গজেন্দ্র সিং শ্বেখাৱটে

কেন্দ্ৰীয় পৰ্যটন আৰু সংস্কৃতি মন্ত্রী গজেন্দ্র সিং শ্বেখাৱটে দক্ষতা নির্মাণ আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ জৰিয়তে দেশৰ সংস্কৃতি আৰু ঐতিহ্যক সংৰক্ষণৰ বাবে চৰকাৰে কৰা প্ৰচেষ্টাৰ শলাগ লয়। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰী শ্বেখাৱটে কয় যে, ভাৰতত বিশ্ব ঐতিহ্য সমিতিৰ বৈঠক অনুষ্ঠিত কৰা...

July 31, 2024 10:34 AM

কেৰালাৰ ৱায়ানাডত ভূমিস্খলনত নিহতৰ সংখ্যা ১২০ জনলৈ বৃদ্ধি

কেৰালাৰ ৱায়ানাডত ভূমিস্খলনত নিহতৰ সংখ্যা ১২০ জনলৈ বৃদ্ধি পাইছে। সেনা, বায়ুসেনা আৰু নৌসেনাৰ সমন্বিত প্ৰচেষ্টাত চাৰি শতাধিক লোকক ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ কৰা হৈছে। আৱদ্ধ লোকসকলক উদ্ধাৰ কৰি বায়ুসেনাই বিশেষ বিমানৰ জৰিয়তে চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰে। সেনাই জনোৱা মতে, মুণ্ডাক্কাই গাঁৱৰ পৰা প্ৰায় ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।