ৰাষ্ট্ৰীয়

August 3, 2024 8:59 PM

আজি চতুর্দশ ভাৰতীয় অংগদান দিৱস, নতুন দিল্লীত অংগদান সজাগতা কাৰ্যসূচীৰ আয়োজন

সমগ্র দেশতে আজি চতুর্দশ ভাৰতীয় অংগদান দিৱস পালন কৰা হৈছে। এই উপলক্ষে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ অধীনৰ ৰাষ্ট্ৰীয় অংগ আৰু কলা সংৰোপণ সংস্থাই নতুন দিল্লীত অংগদান সজাগতা কাৰ্যসূচীৰ আয়োজন কৰে। অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্য মন্ত্ৰী অনুপ্রিয়া পেটেলে মস্তিষ্ক মৃত্যু ঘোষণা ...

August 3, 2024 8:58 PM

ভাৰতক বিশ্বৰ তৃতীয় সর্ববৃহৎ অৰ্থব্যৱস্থাৰ দেশৰূপে গঢ়ি তোলাত পৰ্যটন ক্ষেত্র চালিকা শক্তি হোৱাৰ সম্ভাৱনা আছেঃ গজেন্দ্ৰ সিং শেখাৱট

কেন্দ্ৰীয় পৰ্যটন আৰু সাংস্কৃতিক মন্ত্রী গজেন্দ্র সিং শেখাৱটে কৈছে যে, ভাৰতবৰ্ষক বিশ্বৰ তৃতীয় সর্ববৃহৎ অৰ্থব্যৱস্থাৰ দেশৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত পৰ্যটন ক্ষেত্র চালিকা শক্তি হোৱাৰ সম্ভাৱনা আছে। গ্ৰেটাৰ নয়দাত আজি সপ্তম আন্তঃৰাষ্ট্ৰীয় আতিথ্য প্ৰদৰ্শন উদ্বোধন কৰি দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰ...

August 3, 2024 8:55 PM

দিল্লীৰ ‘আশা কিৰণ’ আশ্ৰয় গৃহত এমাহত ১২জন লোকৰ মৃত্যুৰ বাতৰি সন্দৰ্ভত মুখ্য সচিব আৰু আৰক্ষী আয়ুক্তলৈ ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগৰ জাননী

ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগে দিল্লী চৰকাৰৰ দ্বাৰা পৰিচালিত আশা কিৰণ নামৰ আশ্ৰয় গৃহত এটা মাহৰ ভিতৰত ১২ জনকৈ লোকে প্ৰাণ হেৰুওৱা বুলি ওলোৱা বাতৰি সন্দৰ্ভত দিল্লীৰ মুখ্য সচিব আৰু আৰক্ষী আয়ুক্তলৈ জাননী জাৰি কৰিছে। সংবাদ মাধ্যমত প্রকাশিত বাতৰি সন্দৰ্ভত নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰি আয়োগে চাৰি সপ্তাহৰ...

August 3, 2024 8:53 PM

গুজৰাটৰ পৌৰসভাসমূহলৈ জৰুৰীকালীন অগ্নিনির্বাপক বাহন আৰু সঁজুলি ক্ৰয়ৰ বাবে ৬৩ কোটি টকাৰ অনুদান

গুজৰাট চৰকাৰে ৰাজ্যৰ পৌৰসভাসমূহক জৰুৰীকালীন অগ্নিনির্বাপক বাহন আৰু সজুলি ক্ৰয় কৰিবলৈ ৬৩ কোটি টকাৰ অনুদান প্ৰদান কৰিছে। ৰাজ্যত অগ্নিকাণ্ডৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ আগত জনপ্রতিনিধি আৰু স্থানীয় নেতাসকলে জনোৱা অনুৰোধৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। স্বানীর্ম জয়ন্তী মুখ্যমন্ত্ৰীৰ নগৰ...

August 3, 2024 8:50 PM

জাগীৰোডত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু টাটা ছনছৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰনৰ উপস্থিতিত ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমিপূজন

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু টাটা ছনছৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰনৰ উপস্থিতিত আজি জাগীৰোডত অসমৰ প্ৰথমটো ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমিপূজন কৰা হয়। অসমক বিশ্বৰ অৰ্ধপৰিবাহী উদ্যোগৰ মূল হোতাৰূপে প্রতিষ্ঠা কৰাত এই উদ্যোগে বিশেষ ভূমিকা ল'ব বুলি আশা কৰা হৈছে। আজি জাগীৰোডত প্ৰকল্পটোৰ ভূমিপূজন অনুষ্...

August 3, 2024 8:47 PM

দেশৰ জনসাধাৰণক নিজৰ বাসগৃহত ৯ৰ পৰা ১৫ আগষ্টলৈ ত্ৰিৰংগ পতাকা উত্তোলন কৰিবলৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ আহ্বান

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে অহা ৯ আগষ্টৰ পৰা ১৫ আগষ্টলৈ হৰ ঘৰ তিৰংগা অভিযানৰ অংশ হিচাপে দেশৰ জনসাধাৰণক নিজৰ বাসগৃহত ত্ৰিৰংগ পতাকা উত্তোলন কৰিবলৈ আহ্বান জনাইছে। প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে গৰ্ব আৰু স্বাভিমানৰ প্ৰতীক ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি একোখন ছেল্ফি হৰ ঘৰ তিৰংগা ৱেবছাইটত আপলোড কৰিবলৈও মন্ত...

August 3, 2024 8:46 PM

বিশ্বৰ ভিতৰতে খাদ্য-সামগ্ৰী ৰাহি হোৱা দেশ হিচাপে পৰিগণিত ভাৰতঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ভাৰত বিশ্বৰ ভিতৰতে খাদ্য-সামগ্ৰী ৰাহি হোৱা দেশ হিচাপে পৰিগণিত হোৱাৰ লগতে দেশখনৰ শক্তিশালী কৃষি খণ্ডৰ সহায়ত বিশ্বব্যাপি দেখা দিয়া ক্ষুধা আৰু পুষ্টিহীনতাৰ সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত সহায় আগবঢ়াবলৈ সমৰ্থ হৈছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় কৃষি বিজ্ঞান কেন্দ্ৰৰ চৌহদত ৩২ সং...

August 3, 2024 6:49 PM

ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে ৫ৰ পৰা ১০ আগষ্টলৈ ফিজি, নিউজিলেণ্ড আৰু টিম’ৰলেষ্ট ভ্ৰমণ কৰিব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ৫ আগষ্টৰ পৰা ১০ আগষ্টলৈ ফিজি, নিউজিলেণ্ড আৰু টিম’ৰলেষ্ট ভ্ৰমণ কৰিব। এয়া হ'ব ভাৰতৰ ৰাষ্ট্ৰপতিৰ প্ৰথম ফিজি তথা টিম’ৰলেষ্ট ভ্ৰমণ। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক্ট ইষ্ট নীতি ঘোষণা কৰাৰ পাছৰে পৰা ভাৰতে দক্ষিণ-পূব এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলত বিশেষ গুৰুত্ব ...

August 3, 2024 6:48 PM

বাংলাদেশত সংৰক্ষণবিৰোধী আন্দোলনকাৰীসকলৰ কাইলৈৰ পৰা অসহযোগ আন্দোলন

বাংলাদেশত সংৰক্ষণবিৰোধী আন্দোলনকাৰীসকলে শেহতীয়াকৈ হোৱা হত্যাৰ বিৰোধ প্ৰদৰ্শন আৰু তেওঁলোকৰ ৯ দফীয়া দাবী সন্দৰ্ভত হেচা প্ৰয়োগৰ উদ্দেশ্যে কাইলৈৰে পৰা দেশজুৰি অসহযোগ আন্দোলন ঘোষণা কৰিছে। তেওঁলোকে আজি সমগ্ৰ দেশতে ধৰ্ণা প্ৰদৰ্শন কৰিছে। ভেদভাব প্ৰতিৰোধী ছাত্র আন্দোলনৰ দুগৰাকী সমন্বয়কে বিভিন্ন সামাজিক ম...

August 3, 2024 2:26 PM

বাংলাদেশত সংৰক্ষণ বিৰোধী আন্দোলনকাৰীসকলৰ কাইলৈৰ পৰা দেশজুৰি অসহযোগ আন্দোলনৰ ঘোষণা

বাংলাদেশত সংৰক্ষণ বিৰোধী আন্দোলনকাৰীসকলে শেহতীয়াকৈ হোৱা হত্যাৰ বিৰোধ প্ৰদৰ্শন আৰু তেওঁলোকৰ ৯ দফীয়া দাবী সন্দৰ্ভত হেঁচা প্ৰয়োগৰ উদ্দেশ্যে কাইলৈৰে পৰা দেশজুৰি অসহযোগ আন্দোলনৰ ঘোষণা কৰিছে। তেওঁলোকে আজি সমগ্ৰ দেশতে ধৰ্ণা প্ৰদৰ্শন কৰিছে। ভেদভাব প্ৰতিৰোধী ছাত্র আন্দোলনৰ দুগৰাকী সমন্বয়কে বিভিন্ন সামাজি...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।