August 18, 2024 11:21 AM
তৃতীয় ভইচ অব্ গ্লোবেল চাউথ শীৰ্ষ সন্মিলনত খাদ্য, স্বাস্থ্য আৰু শক্তি সুৰক্ষাকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনা হয়ঃ বিদেশমন্ত্ৰী জয়শংকৰ
বিদেশমন্ত্ৰী ড০ এছ জয়শংকৰে কৈছে যে, ভাৰতে ভার্চুৱেল ব্যৱস্থাৰে আয়োজন কৰা তৃতীয় ভইচ অব্ গ্লোবেল চাউথ শীৰ্ষ সন্মিলনত খাদ্য, স্বাস্থ্য আৰু শক্তি সুৰক্ষাকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়লৈ আলোচনা হয়। সন্মিলনৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত ড০ জয়শংকৰে ৰাষ্ট্ৰসংঘৰ সংস্কাৰৰ আৱশ্যকতাৰ কথা দোহাৰ...