ৰাষ্ট্ৰীয়

August 20, 2024 5:40 PM

কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ সকলো চিকিৎসালয় আৰু প্ৰতিষ্ঠানৰ মুৰব্বীলৈ কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পত্ৰ প্ৰেৰণ

কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ে চিকিৎ‍সালয়ত সুৰক্ষা বৃদ্ধি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ সকলো চিকিৎসালয় আৰু প্ৰতিষ্ঠানৰ মুৰববীসকললৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত মন্ত্ৰালয়ে আগমন, প্রস্থান, কৰিড'ৰ আৰু স্পৰ্শকাতৰ এলেকাসহ কৌশলগত দিশৰ পৰা গুৰুত্বপূৰ্ণ স্থানসমূহত পৰ্যাপ্ত মাত্ৰাত উচ্চ ৰিজ'লিউচনৰ চি...

August 20, 2024 5:37 PM

চিকিৎসা বৃত্তিৰ সৈতে জড়িতসকলৰ সুৰক্ষা সুনিশ্চিতৰ বাবে উচ্চতম ন্যায়ালয়ৰ ৰাষ্ট্ৰীয় কাৰ্যবাহিনী গঠন

উচ্চতম ন্যায়ালয়ে চিকিৎসা বৃত্তিৰ সৈতে জড়িতসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে এটা ৰাষ্ট্ৰীয় কাৰ্যবাহিনী গঠন কৰিছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ন্যায়াধীশ ডি ৱাই চন্দ্রচূড় নেতৃত্বাধীন এখন বিচাৰপীঠে আজি কলকাতাৰ এখন চিকিৎসালয়ৰ এগৰাকী চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ শুনানি গ্রহণ কৰি কার্যবাহিনীটোক ...

August 20, 2024 12:10 PM

নতুন দিল্লীত মালয়েছিয়াৰ প্ৰধানমন্ত্রী আনোৱাৰ ইব্রাহিমৰ সৈতে বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ভাৰত ভ্ৰমণৰত মালয়েছিয়াৰ প্ৰধানমন্ত্রী আনোৱাৰ ইব্রাহিমৰ সৈতে বৈঠকত মিলিত হ'ব। বৈঠকত দুয়োগৰাকী নেতাই ভালেকেইখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে। প্রধানমন্ত্রী শ্রীমোদীয়ে অভ্যাগত প্ৰধানমন্ত্ৰীগৰাকীৰ সন্মানার্থে ভোজমেলৰ আয়োজন কৰিছে। ইয়াৰ প...

August 20, 2024 12:09 PM

আকাশবাণীৰ ২৫ আগষ্টৰ ‘মন কী বাত’ অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা প্ৰধানমন্ত্ৰীৰ দিহা-পৰামৰ্শ আহ্বান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৫ আগষ্টত আকাশবাণীৰ ‘মন কী বাত’ অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৩ সংখ্যক খণ্ড। প্রধানমন্ত্ৰীয়ে এই খণ্ডটিৰ বাবে জনসাধাৰণৰ পৰা দিহা-পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰত ফোন কৰি প্ৰধানমন্...

August 20, 2024 12:07 PM

উচ্চতম ন্যায়ালয়ত আজি পশ্চিমবংগৰ চিকিৎসকক ধৰ্ষণ-হত্যাৰ গোচৰৰ শুনানি

উচ্চতম ন্যায়ালয়ে আজি পশ্চিমবংগ চৰকাৰৰ অধীনস্থ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ চিকিৎসক এগৰাকীৰ ধৰ্ষণ আৰু হত্যা সন্দৰ্ভত এটা গোচৰৰ শুনানি গ্ৰহণ কৰিব। দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ সৈতে ন্যায়াধীশদ্বয় জে বি পার্ডিৱালা আৰু মনোজ মিশ্ৰৰে গঠিত এখন তিনিজনীয়া বিচাৰপীঠে এই শুনানি গ্...

August 20, 2024 12:06 PM

কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ চিকিৎসালয়ত সুৰক্ষাকৰ্মীৰ নিয়োগ ২৫ শতাংশ বৃদ্ধিত অনুমোদন

চৰকাৰে দেশৰ সকলো কেন্দ্ৰীয় চৰকাৰী চিকিৎসালয়ত সুৰক্ষাকৰ্মীৰ নিয়োগ ২৫ শতাংশ বৃদ্ধি কৰাৰ বাবে অনুমোদন প্ৰদান কৰিছে। চৰকাৰী সূত্ৰসমূহে প্ৰকাশ কৰা মতে মানসম্পন্ন সুৰক্ষা নীতি-নিয়মসমূহৰ উপৰি চৰকাৰী চিকিৎসালয়সমূহৰ পৰা লাভ কৰা ব্যক্তিগত চাহিদাৰ ওপৰত ভিত্তি কৰি মাৰ্শ্বাল নিয়োগ কৰাৰ বাবেও অনুমতি প্ৰদান ...

August 20, 2024 12:04 PM

দেশৰ ভিন্ন প্ৰান্তৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ৰাখী বন্ধন উদযাপন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কালি ৰাষ্ট্ৰপতি ভৱনত দেশৰ বিভিন্ন প্ৰান্তৰ ভালেকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে ৰাখী বন্ধন উদযাপন কৰে। শিক্ষা মন্ত্ৰ্যালয়ে এটা বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰা অনুসৰি দেশৰ ১৬ খন ৰাজ্যৰ চৰকাৰী খণ্ডৰ বিভিন্ন বিদ্যালয়ৰ ১৮০ গৰাকীতকৈও অধিক শিক্ষার্থীয়ে ৰাষ্ট্ৰপতিগৰাকীক...

August 20, 2024 12:03 PM

জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ আজি প্ৰথম পৰ্যায়ৰ অধিসূচনা জাৰি

জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ অধিসূচনা আজি জাৰি কৰা হ'ব। এই পর্যায়ত অনন্তনাগ, শ্ব'পিয়ান, কুলগাম, ৰামবান্দ, কিস্তৱাৰ আৰু দ'দা জিলাৰ ২৪টা সমষ্টিত নির্বাচন অনুষ্ঠিত হ'ব। এই পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ ২৭ আগষ্ট ধাৰ্য কৰা হৈছে। ২৮ আগষ্টত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব...

August 20, 2024 12:02 PM

দেশৰ উত্তৰ পশ্চিম, পশ্চিম, পূব আৰু মধ্য অংশত পৰৱৰ্তী চাৰিদিনত ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী চাৰিটা দিনত দেশৰ উত্তৰ পশ্চিম, পশ্চিম, পূব আৰু মধ্য অংশত ধাৰাষাৰ বৰষুণ হোৱাৰ আগলি বতৰা দিছে। দক্ষিণ ভাৰততো কাইলৈপৰ্যন্ত ধাৰাষাৰ বৰষুণ হ'ব বুলি অনুমান কৰা হৈছে। বিভাগে ২৩ আগষ্টপর্যন্ত জম্মু, হিমাচল প্রদেশ, উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশতো মুষলধাৰ বৰষুণ হোৱাৰ আগজাননী দি...

August 20, 2024 12:12 PM

পেৰিছ পেৰালিম্পিকত অংশগ্রহণ কৰিবলগীয়া ভাৰতীয় খেলুৱৈসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ মতবিনিময়

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৮ আগষ্টৰ পৰা পেৰিছত হ'বলগীয়া পেৰালিম্পিকত অংশগ্রহণ কৰিবলগীয়া ভাৰতীয় দলৰ সদস্যসকলৰ সৈতে কালি মত বিনিময় কৰে। ভিডিঅ' কনফাৰেন্সিক ব্যৱস্থাৰে আয়োজিত এই বার্তালাপত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এই খেলুৱৈসকলে দেশলৈ গৌৰৱ কঢ়িৱাই আনিব বুলি আশা প্রকাশ কৰে। তেওঁ কয...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।