ৰাষ্ট্ৰীয়

August 21, 2024 2:35 PM

ইউৰোপীয় সংঘই সন্ত্ৰাসবাদৰ ফলত উদ্ভৱ হোৱা প্ৰত্যাহ্বানৰ সন্মুখীন হ’বৰ বাবে যুটীয়া আৰু আঞ্চলিক কাৰ্যব্যৱস্থাৰ প্ৰতি গুৰুত্ব আৰোপ

ইউৰোপীয় সংঘই সন্ত্ৰাসবাদৰ ফলত উদ্ভৱ হোৱা প্ৰত্যাহ্বানৰ সন্মুখীন হ'বৰ বাবে যুটীয়া আৰু আঞ্চলিক কাৰ্যব্যৱস্থাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীত আজি অনুষ্ঠিত এখন সন্মিলনত ভাৰতত থকা ইউৰোপীয় সংঘৰ দূত হার্ভে ডেলফিনে এই সন্দৰ্ভত মত প্ৰকাশ কৰে। সন্মিলনত ভাষণ দি তেওঁ কয় যে, সন্ত্ৰাসবাদী আৰু উগ্ৰপন্থ...

August 21, 2024 2:16 PM

পোলেণ্ড আৰু ইউক্রেইন ভ্ৰমণলৈ ৰাওনা প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দ্বিপাক্ষিক সম্পর্ক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে পোলেণ্ড আৰু ইউক্রেইন ভ্ৰমণলৈ ৰাওনা হৈছে। আজি সন্ধিয়া শ্রীমোদী পোলেণ্ডত উপস্থিত হ'ব। তেওঁ জামছাহেব নাৱানগৰ স্মাৰক আৰু কলহাপুৰৰ মণ্টে কেছিন যুদ্ধ স্মাৰকত মাল্যাৰ্পণ কৰিব। প্রধানমন্ত্রী মোদীয়ে কৈছে যে, পোলেণ্ড হৈছে ম...

August 21, 2024 12:31 PM

কৰ্মচাৰী ভৱিষ্য নিধি সংস্থাত যোৱা জুনত ১৯ লাখ ২৯ হাজাৰ নতুন সদস্য অন্তৰ্ভুক্ত

● কৰ্মচাৰী ভৱিষ্য নিধি সংস্থাত যোৱা জুনত ১৯ লাখ ২৯ হাজাৰ নতুন সদস্য অন্তৰ্ভুক্ত হৈছে। সেই অনুসৰি যোৱা বছৰৰ এই একেই সময়ছোৱাৰ তুলনাত সদস্যৰ সংখ্যা ৭.৮৬ শতাংশ বৃদ্ধি পাইছে। শ্ৰম আৰু নিয়োগ মন্ত্রালয়ে কৈছে যে কর্মসংস্থাপনৰ সুযোগ বৃদ্ধিকে ধৰি বিভিন্ন কাৰণত সংস্থাটোত অন্তৰ্ভুক্ত সদস্যৰ সংখ্যা বৃদ্ধি পাই...

August 21, 2024 12:20 PM

দেশৰ কেইবাটাও স্থানত অহা ২৫ তাৰিখ পর্যন্ত অ’ৰেঞ্জ এলার্ট ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

■ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দেশৰ পূব আৰু দক্ষিণ প্ৰান্তত অহা ২৫ তাৰিখ পর্যন্ত ধাৰাষাৰ বৰষুণৰ আগলি বতৰা দি অ’ৰেঞ্জ এলার্ট জাৰি কৰিছে । বতৰ বিজ্ঞান বিভাগে কৈছে যে এই সময়ছোৱাত বাংলাদেশৰ মধ্য ভাগত সৃষ্টি হোৱা নিম্নচাপৰ প্ৰভাৱত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজ...

August 21, 2024 12:04 PM

চিকিৎসা কৰ্মীসকলৰ সুৰক্ষা সুনিশ্চিতৰ বাবে উচ্চতম ন্যায়ালয়ৰ ৰাষ্ট্ৰীয় কাৰ্যবাহিনী গঠন

■ উচ্চতম ন্যায়ালয়ে চিকিৎসা কৰ্মীসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে এটা ৰাষ্ট্ৰীয় কাৰ্যবাহিনী গঠন কৰিছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ন্যায়াধীশ ডি ৱাই চন্দ্রচূড় নেতৃত্বাধীন এখন বিচাৰপীঠে কালি ক’লকাতাৰ আৰ জে কৰ হাস্পতালত এগৰাকী চিকিৎসকৰ বলাৎকাৰ আৰু হত্যাৰ গোচৰৰ শুনানি গ্রহণ কৰি কাৰ্যবাহিনীটো...

August 20, 2024 8:04 PM

প্রাক্তন প্রধানমন্ত্ৰী প্ৰয়াত ৰাজীৱ গান্ধীৰ জয়ন্তী উপলক্ষে আজি দেশজুৰি শ্রদ্ধা নিবেদন

প্রাক্তন প্রধানমন্ত্ৰী প্ৰয়াত ৰাজীৱ গান্ধীৰ জয়ন্তী উপলক্ষে আজি দেশজুৰি শ্রদ্ধা নিবেদন কৰা হৈছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্রাক্তন প্রধানমন্ত্ৰীগৰাকীৰ জয়ন্তীত শ্রদ্ধা জ্ঞাপন কৰে। প্ৰাক্তন প্রধানমন্ত্ৰীগৰাকীৰ ৮০ সংখ্যক জয়ন্তী উপলক্ষে আজি কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাগেই ত...

August 20, 2024 6:52 PM

২০২৩-২৪ বিত্তীয় বৰ্ষত ৭ কোটি ৩০ লাখ ইণ্টাৰনেট গ্রাহক আৰু ৭ কোটি ৭০ লাখ ব্ৰ’ডবেণ্ড সেৱাৰ গ্ৰাহক সংযুক্ত

কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা অনুসৰি ২০২৩-২৪ বিত্তীয় বৰ্ষত ৭ কোটি ৩০ লাখ ইণ্টাৰনেট গ্রাহক আৰু ৭ কোটি ৭০ লাখ ব্ৰ'ডবেণ্ড   সেৱাৰ গ্ৰাহক সংযুক্ত হৈছে। যোগাযোগ মন্ত্ৰালয়ৰ মতে এই সময়ছোৱাত ৮৮ কোটিৰ পৰা ৯৫ কোটিৰো অধিক গ্ৰাহকে ইণ্টাৰনেটৰ সেৱা লাভ কৰিছে। এই বিত্তীয় বৰ্ষত ভাৰতীয় টেলিকম খণ্ডতো উল্লেখযোগ্য ...

August 20, 2024 8:09 PM

ভাৰত আৰু মালয়েছিয়াৰ মাজত ৰাজহুৱা প্রশাসন, শাসন ব্যৱস্থাৰ সংস্কাৰ আৰু পাৰস্পৰিক সহযোগিতাৰ চুক্তি স্বাক্ষৰ

ভাৰত আৰু মালয়েছিয়াই শ্ৰম আৰু কৰ্মসংস্থাপন, আয়ুৰ্বেদ আৰু পৰম্পৰাগত ঔষধ, ডিজিটেল প্রযুক্তি, সংস্কৃতি, পৰ্যটন আৰু যুৱ তথা ক্ৰীড়া ক্ষেত্ৰৰ সহযোগিতাৰ কেইবাখনো চুক্তিত স্বাক্ষৰ কৰিছে। দুয়োখন দেশে লগতে ৰাজহুৱা প্ৰশাসন, শাসন ব্যৱস্থাৰ সংস্কাৰ আৰু পাৰস্পৰিক সহযোগিতাৰ ক্ষেত্ৰতো চুক্তি সম্পাদন কৰিছে। প্রধ...

August 20, 2024 5:52 PM

জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ অধিসূচনা জাৰি

নির্বাচন আয়োগে জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে অধিসূচনা জাৰি কৰিছে। এই পৰ্যায়ত প্রথম পৰ্যায়ত অনন্তনাগ, শ্ব'পিয়ান, কুলগাম, ৰামবান্দ, কিস্তৱাৰ আৰু দ'দা জিলাৰ ২৪টা সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ২৭ আগষ্ট ধাৰ্য কৰা হৈছে। ২৮ আগষ্টত মনোনয়ন পত...

August 20, 2024 8:08 PM

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যৰ বাবে অ’ৰেঞ্জ এলাৰ্ট জাৰি ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

যোৱা নিশাৰে পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ ভালেমান অঞ্চল বানত বুৰ গৈছে। গুৱাহাটী মহানগৰীৰ হাতীগাঁও, ৰুক্মিনীগাঁও, পাঞ্জাবাৰী, নবীন নগৰ, অনিল নগৰ, চানমাৰি আদি অঞ্চল কৃত্রিম বানৰ কবলত পৰিছে৷ একেদৰে যোৰাবাটত হোৱা কৃত্রিম বানৰ ফলত যাতায়াতৰ ক্ষেত্ৰত জনসাধাৰণৰ ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।