ৰাষ্ট্ৰীয়

August 23, 2024 6:19 PM

এক পেড় মাকে নাম কাৰ্যসূচীৰ অধীনত নতুন দিল্লীৰ আকাশবাণীৰ চৌহদত গছপুলি ৰোপণ কাৰ্যসূচী

আকাশবাণীৰ সঞ্চালক প্রধান মৌচুমী চক্ৰৱৰ্তী আৰু অতিৰিক্ত সঞ্চালক প্ৰধান এল মধুনাগে আজি এক পেড় মাকে নাম কাৰ্যসূচীৰ অধীনত নতুন দিল্লীৰ আকাশবাণীৰ চৌহদত গছপুলি ৰোপণ কৰে। আকাশবাণীৰ আন আন বিষয়াসকলেও এই কাৰ্যসূচীৰ অধীনত প্ৰতিষ্ঠানৰ চৌহদত কেইবাটাও গছপুলি ৰোপণ কৰে। উল্লেখযোগ্য যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয...

August 23, 2024 6:15 PM

মহাৰাষ্ট্ৰত পৰহিলৈ ১১ লাখ লাখপতি বাইদেউক প্রমাণপত্ৰ বিতৰণ কৰিব প্রধানমন্ত্ৰীয়ে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে মহাৰাষ্ট্ৰৰ জলগাঁৱত ১১ লাখ লাখপতি বাইদেউক প্রমাণপত্ৰ বিতৰণ কৰিব। শ্রীমোদীয়ে লগতে বছৰি এক লাখ বা তাতকৈ অধিক ধন উপাৰ্জন কৰা লাখপতি বাইদেউসকলৰ সৈতে বাৰ্তালাপ কৰিব। অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ২,৫০০ কোটি টকাৰ সমুদায় বিনিয়োগ পুঁজি মুকলি কৰিব। ইয়াৰ দ্বাৰা ৪ লা...

August 23, 2024 6:09 PM

ৱাশ্বিংটনত প্রবাসী ভাৰতীয়ক সম্বোধন প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ হৈছে স্বাভাৱিকভাৱে মিত্ৰ ৰাষ্ট্ৰ আৰু দুয়োখন ৰাষ্ট্ৰ শক্তিশালী অংশীদাৰী হোৱাতো নিশ্চিত। আমেৰিকা ভ্ৰমণৰ প্ৰথম দিনা ৱাশ্বিংটনত প্রবাসী ভাৰতীয়সকলক সম্বোধন কৰি শ্রীসিঙে এনেদৰে কয়। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ৱাশ্বিংটন ডিচিত ভাৰতীয় সম...

August 23, 2024 7:30 PM

ভাৰত মণ্ডপমত ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ মূল অনুষ্ঠান মুকলি ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মৱে কৈছে যে ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান ইছৰৱে অকল মহাকাশ ক্ষেত্ৰতে নহয় বৰং দেশৰ আৰ্থ-সামাজিক বিকাশতো গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। নতুন দিল্লীত আজি প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ কাৰ্যসূচী মুকলি কৰি শ্ৰীমতী মুৰ্মৱে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে মহাকাশ ক্ষেত্ৰৰ...

August 23, 2024 11:45 AM

পদ্ম বঁটা ২০২৫ৰ মনোনয়ন দাখিল প্ৰক্ৰিয়া ১৫ ছেপ্তম্বৰলৈকে মুকলি

গণৰাজ্য দিৱস উপলক্ষে ঘোষণা হ'বলগীয়া পদ্ম বঁটা ২০২৫ৰ মনোনয়ন দাখিল প্ৰক্ৰিয়া ১৫ ছেপ্তম্বৰলৈকে মুকলি ৰখা হৈছে । আবেদনকাৰীসকলে ৰাষ্ট্ৰীয় বঁটা প'ৰ্টেল Awards.gov.inত গৈ মনোনয়ন দাখিল কৰিব পাৰিব। ১৯৫৪ চনৰ পৰা প্ৰতি বছৰে গণৰাজ্য দিৱসত ভিন্ন ক্ষেত্ৰত উল্লেখনীয় কামৰ বাবে প্ৰদান কৰা পদ্ম বঁটা দেশৰ সৰ্বোচ...

August 23, 2024 1:18 PM

সমগ্ৰ দেশত আজি প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন

সমগ্ৰ দেশত আজি প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে নতুন দিল্লীৰ ভাৰত মণ্ডপমত হবলগীয়া এই দিৱসৰ মূল অনুষ্ঠান মুকলি কৰে। এইবেলি এই দিৱসৰ মূল বিষয়বস্তু হৈছে Touching Lives while Touching the Moon : India's Space Saga অর্থাৎ চন্দ্ৰপৃষ্ঠৰ লগতে জীৱনকো স্পৰ্শ কৰ...

August 23, 2024 11:29 AM

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ গান্ধীনগৰ আৰু আহমেদাবাদ ভ্ৰমণ

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি গুজৰাটৰ গান্ধীনগৰ আৰু আহমেদাবাদ ভ্ৰমণ কৰিব। দিনজোৰা এই ভ্ৰমণৰ সময়ছোৱাত উপৰাষ্ট্ৰপতি গৰাকীয়ে গান্ধী নগৰৰ ৰাষ্ট্ৰীয় ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়ত শিক্ষার্থী তথা শিক্ষক-কর্মচাৰীসকলক সম্বোধন কৰিব। ইয়াৰ পাছত শ্ৰী ধনখড় গুজৰাট বিশ্ববিদ্যালয়ৰ ধৰ্ম ধৰ্ম্মা আন্তঃৰাষ্ট্ৰী...

August 23, 2024 11:26 AM

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঐতিহাসিক পোলেণ্ড ভ্রমণৰ সফল সামৰণি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পোলেণ্ডৰ প্রধানমন্ত্রী ডনাল্ড টাস্ক আৰু ৰাষ্ট্ৰপতি আন্দ্ৰেজ ডুডাৰ সৈতে হোৱা বৈঠকেৰে ঐতিহাসিক পোলেণ্ড ভ্রমণ সামৰিছে। প্রধানমন্ত্রী মোদীয়ে কয় যে, ৪৫ বছৰৰ পাছত এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে পোলেণ্ড ভ্ৰমণ কৰাৰ পৰিপ্ৰেক্ষিতত এই দিনটোৱে দুয়োখন দেশৰ সম্পৰ্কৰ ক্ষেত্ৰত বিশ...

August 23, 2024 11:23 AM

প্রধানমন্ত্ৰী মোদীৰ ইউক্রেইন ভ্রমণে দেশখনত যুদ্ধৰ অৱসান ঘটিব : ৰাষ্ট্ৰসংঘৰ সচিব প্রধান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইউক্রেইন ভ্রমণে দেশখনত যুদ্ধৰ অৱসান ঘটোৱাত অৰিহণা যোগাব বুলি ৰাষ্ট্ৰসংঘৰ সচিব প্রধানে আশা প্ৰকাশ কৰিছে। সচিব প্ৰধানগৰাকীৰ মুখপাত্র ষ্টিফান ডুজৰিকে এই কথা প্ৰকাশ কৰিছে। যুদ্ধ অব্যাহত থকাৰ মাজতে প্রধানমন্ত্ৰী মোদীৰ ইউক্রেইন ভ্রমণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ডুজৰিকে কয...

August 23, 2024 11:15 AM

দিনজোৰা ভ্ৰমণসূচীৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইউক্রেইনলৈ ৰাওনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দিনজোৰা ভ্ৰমণসূচীৰে ইউক্রেইনত উপস্থিত হ'ব। ভ্রমণকালত শ্ৰী মোদীয়ে দেশখনৰ ৰাষ্ট্ৰপতি ভ'ল'ডিমিৰ জেলনস্কীৰ সৈতে আছুতীয়া আৰু প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হ'ব। এই বৈঠকত ইউক্রেইনৰ সংঘৰ্ষৰ সমাধান সূত্ৰ উলিওৱাৰ উপায়ক লৈ আলোচনা হ'ব। সংঘৰ্ষজৰ্জৰ দেশখন ভ্ৰমণৰ পূৰ্বে প্ৰধান...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।