ৰাষ্ট্ৰীয়

August 31, 2024 6:07 PM

মহিলাৰ সুৰক্ষাৰ বাবে দেশত বহুতো কঠোৰ আইন প্ৰণয়ন কৰা হৈছে, কিন্তু সম্প্ৰতি এই আইনসমূহ অধিক সক্ৰিয় কৰি তোলাৰ প্ৰয়োজনঃ প্রধানমন্ত্ৰী

♦ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, সমাজত মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধ আৰু শিশুৰ সুৰক্ষা চিন্তানীয় বিষয় হৈ পৰিছে। তেওঁ কয় যে, মহিলাৰ সুৰক্ষাৰ বাবে দেশত বহুতো কঠোৰ আইন প্ৰণয়ন কৰা হৈছে, কিন্তু সম্প্ৰতি এই আইনসমূহ অধিক সক্ৰিয় কৰি তোলাৰ প্ৰয়োজন হৈছে। শ্ৰী মোদীয়ে নাৰী নিৰ্যাতনৰ গোচৰৰ বিচাৰ প্ৰ...

August 31, 2024 5:56 PM

দিল্লীত খাদী মহোৎসৱ ২০২৪ আয়োজনৰ সন্দৰ্ভত মন্ত্ৰী জিতন ৰাম মাঝিৰ পর্যালোচনা বৈঠক

কেন্দ্ৰীয় অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ দপ্তৰৰ মন্ত্ৰী জিতন ৰাম মাঝিয়ে আজি নতুন দিল্লীত খাদী মহোৎসৱ ২০২৪ আয়োজনৰ সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত অংশ লয়। দেশত খাদী সামগ্ৰীৰ প্ৰচলনৰ বাবে চলিত বৰ্ষৰ অক্টোবৰ মাহত খাদী আৰু গ্ৰমোদ্যোগ আয়োগে এই মহোৎসৱৰ আয়োজন কৰিছে। বৈঠকত শ্রী মাঝিয়ে খাদী আৰু ...

August 31, 2024 5:42 PM

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনত চম্পাই ছোৰেনৰ সহায়ত বিজেপিয়ে দুৰ্নীতিগ্ৰস্ত হেমন্ত ছোৰেন চৰকাৰক উৎখাট কৰিবলৈ সমৰ্থ হ’ব

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দলীয় দায়িত্বত থকা বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে কৈছে যে, বিজেপিয়ে চম্পাই ছোৰেনক গুৰুত্বপূৰ্ণ দায়িত্ব অর্পণ কৰিব। ৰাঁছীত সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে, শ্ৰী ছোৰেনক দলৰ কৰ্ণধাৰ সমিতিত অন্তৰ্ভুক্ত কৰা হ'ব। চম্পাই ছোৰেনৰ সহায়ত বিজেপিয়ে ৰাজ...

August 31, 2024 5:35 PM

আপৰ নেতৃত্বাধীন দিল্লী চৰকাৰক বৰ্খাস্তৰ দাবী উত্থাপনেৰে ৰাষ্ট্ৰপতি মুৰ্মুক সাক্ষাৎ বিজেপিৰ বিধায়কৰ দলৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক বিজেপিৰ এটা বিধায়কৰ দলে সাক্ষাৎ কৰি আম আদমী পাৰ্টী নেতৃত্বাধীন দিল্লী চৰকাৰক বৰ্খাস্ত কৰাৰ বাবে দাবী উত্থাপন কৰে। দিল্লী বিধানসভাৰ বিৰোধী নেতা বিজেন্দ্ৰ গুপ্তাৰ নেতৃত্বত যোৱা দলটোৱে ৰাষ্ট্ৰপতি গৰাকীক এই সন্দৰ্ভত এখন স্মাৰকপত্ৰ প্ৰদান কৰে। অৰবিন্দ কেজৰিৱাল নেতৃত্বা...

August 31, 2024 5:23 PM

আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ উত্তৰাখণ্ড ভ্ৰমণ

উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে উত্তৰাখণ্ড ভ্ৰমণ কৰিব। ভ্রমণকালত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ডেৰাডুনৰ ভাৰতীয় পেট্রোলিয়াম প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰী, বিজ্ঞানী আৰু ফেকাল্টিসকলৰ সৈতে মত-বিনিময় কৰিব। তেওঁ ডেৰাডুনৰ ৰাষ্ট্ৰীয় ভাৰতীয় সামৰিক মহাবিদ্যালয়ৰ লগতে এইমছ হৃষিকেশো ভ্ৰমণ কৰিব...

August 31, 2024 5:19 PM

ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে ৩ খন বন্দে ভাৰত ৰে’লৰ যাত্ৰাৰ শুভাৰম্ভ প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে ৩ খন বন্দে ভাৰত ৰে’লগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। মেক ইন ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ভাৰতৰ পৰিকল্পনাক বাস্তবায়িত কৰাৰ অংশ স্বৰূপে এই অত্যাধুনিক বন্দে ভাৰত এক্সপ্ৰেছ ৰে'লগাড়ী কেইখন মিৰাট-লক্ষ্ণৌ, মাডুৰাই-বেংগালুৰু আৰু চেন্নাই-নাগেৰক'ইল পথে...

August 31, 2024 5:13 PM

সমাজত মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধ আৰু শিশুৰ সুৰক্ষা চিন্তানীয় বিষয় হৈ পৰিছেঃ প্রধানমন্ত্ৰী

◊ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, সমাজত মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধ আৰু শিশুৰ সুৰক্ষা চিন্তানীয় বিষয় হৈ পৰিছে। তেওঁ কয় যে, মহিলাৰ সুৰক্ষাৰ বাবে দেশত বহুতো কঠোৰ আইন প্ৰণয়ন কৰা হৈছে, কিন্তু সম্প্রতি এই আইনসমূহ অধিক সক্ৰিয় কৰি তোলাৰ প্ৰয়োজন হৈছে। শ্ৰী মোদীয়ে নাৰী নিৰ্যাতনৰ গোচৰৰ বিচাৰ প্ৰ...

August 31, 2024 12:46 PM

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি ৩খন বন্দে ভাৰত ৰে’লগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ৩খন বন্দে ভাৰত ৰে'লগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। মেক ইন ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ভাৰতৰ পৰিকল্পনা বাস্তবায়িত কৰা এই অত্যাধুনিক বন্দে ভাৰত এক্সপ্ৰেছ ৰে'লগাড়ী কেইখন মিৰাট-লক্ষ্ণৌ, মডুৰাই-বেংগালুৰু আৰু চেন্নাই-নাগৰক'ইল সংযোগী পথেৰে...

August 31, 2024 12:45 PM

তিনিদিনীয়া ভ্রমণসূচীৰে মঙলবাৰে ব্রুনেই আৰু ছিংগাপুৰলৈ যাব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মঙলবাৰে তিনিদিনীয়া ভ্রমণসূচীৰে ব্রুনেই আৰু ছিংগাপুৰলৈ ৰাওনা হ'ব। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰত্নধীৰ জয়ছোৱালে কয় যে, প্রধানমন্ত্রী মোদী ব্রুনেই ছুলতান হাজী হছনল বোলকিয়াৰ আমন্ত্ৰম মৰ্মে ৩ ছেপ্তেম্বৰত ব্রুনেৰ ডাৰুচ্ছালামত...

August 31, 2024 12:43 PM

ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্রী চম্পাই ছোৰেনৰ বিজেপিত যোগদান

ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্রী চম্পাই ছোৰেনে কালি ৰাঁচীত অনুষ্ঠিত এটা অনুষ্ঠানত বিজেপিত যোগদান কৰে। ঝাৰখণ্ড মুক্তি মৰ্চাৰ প্ৰাক্তন নেতাৰ পুত্ৰ বাবুলাল ছোৰেনে বিজেপিত যোগদান কৰে। অনুষ্ঠানত বাবুলাল মাৰাণ্ডী, শিৱৰাজ সিং চৌহান আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপিৰ বহুকেইগৰাকী জ্যেষ্ঠ নে...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।