September 1, 2024 1:40 PM
কেন্দ্ৰীয় মন্ত্রী কিৰেণ ৰিজিজু আৰু যুটীয়া সংসদীয় কমিটিৰ অধ্যক্ষ জগদম্বিকা পালক মুছলমান সম্প্ৰদায়ৰ বিদ্যান আৰু ধর্মীয় নেতাৰ প্রতিনিধি দলৰ সাক্ষাৎ
মুছলমান সম্প্ৰদায়ৰ বিদ্যান আৰু ধর্মীয় নেতাৰ এটা প্রতিনিধি দলে কালি কেন্দ্ৰীয় মন্ত্রী কিৰেণ ৰিজিজু আৰু যুটীয়া সংসদীয় কমিটিৰ অধ্যক্ষ জগদম্বিকা পালক সাক্ষাৎ কৰে আৰু ৱাক্ফ সংশোধনী বিধেয়ক ২০২৪ ৰ অধীনৰ প্ৰস্তাৱসমূহৰ প্ৰতি সমর্থন আগবঢ়ায়। সাক্ষাৎকালত সৰ্বভাৰতীয় চুফি চজ্জাদানচিন পৰিষদৰ অধ্যক্ষ তথা আজমেৰ দৰগ...