ৰাষ্ট্ৰীয়

September 2, 2024 8:52 AM

চলিত বৰ্ষৰ আগষ্টত জি এছ টি সংগ্ৰহৰ পৰিমাণ ১০ শতাংশ বৃদ্ধিৰে ১ লাখ ৭৫ হাজাৰ কোটি টকা হৈছে

■ চলিত বৰ্ষৰ আগষ্টত সামগ্ৰী আৰু সেৱা কৰ- জি এছ টি সংগ্ৰহৰ পৰিমাণ ১০ শতাংশ বৃদ্ধিৰে ১ লাখ ৭৫ হাজাৰ কোটি টকা হৈছে ৷ যোৱাবছৰৰ এই একেই সময়ছোৱাত এই পৰিমাণ আছিল ১ লাখ ৫৯ হাজাৰ কোটি টকা ৷ কেন্দ্ৰীয় চৰকাৰে ৩০ হাজাৰ ৮৬২ কোটি টকা জি এছ টি সংগ্ৰহ কৰাৰ বিপৰীতে ৰাজ্যসমূহে সংগ্ৰহ কৰা জি এছ টিৰ পৰিমাণ হৈছে ৩৮ হা...

September 2, 2024 8:49 AM

কৌশল ভাৰত কুশল ভাৰত যোজনাৰ অধীনত গ্রাহক সেৱাৰ প্ৰতিনিধি নিযুক্তি দিয়া হ’ব বুলি প্ৰকাশিত বাতৰিটো ভুৱা

■ কৌশল ভাৰত কুশল ভাৰত যোজনাৰ অধীনত গ্রাহক সেৱাৰ প্ৰতিনিধি নিযুক্তি দিয়া হ'ব আৰু ২৮ হাজাৰকৈ টকা প্ৰদান কৰা হব বুলি এটা ভুৱা খবৰ বিয়পি পৰা পৰিলক্ষিত হৈছে৷ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে এই খবৰ মিছা বুলি প্ৰকাশ কৰিছে৷ নিযুক্তিৰ পূৰ্বে এহেজাৰ ৩৫০ টকা পঞ্জীয়ন মাচুল দিব লাগিব বুলি কৰা দাবীক মন্ত্ৰালয়ে...

September 2, 2024 8:47 AM

জ্যেষ্ঠ সাংবাদিক তথা লেখক উমেশ উপাধ্যায়ৰ বিয়োগত প্ৰধানমন্ত্ৰী মোদীৰ শোক প্রকাশ

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জ্যেষ্ঠ সাংবাদিক তথা লেখক উমেশ উপাধ্যায়ৰ বিয়োগত শোক প্রকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয় যে জ্যেষ্ঠ সাংবাদিকগৰাকীৰ মৃত্যু সংবাদ জগতৰ বাবে অপূৰণীয় ক্ষতি। প্রয়াত উমেশ উপাধ্যায়ৰ পৰিয়ালবৰ্গলৈ প্রধানমন্ত্ৰীগৰাকীয়ে সমবেদনা জ্ঞাপন কৰে। দক্ষিণ দিল...

September 1, 2024 8:38 PM

গুজৰাটত বৰষুণ আৰু বানপানীয়ে কৰা ক্ষতি মূল্যায়ণৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ আই এম চি টি গঠন

কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে গুজৰাটত বৰষুণ আৰু বানপানীয়ে কৰা ক্ষতি মূল্যায়ণ কৰাৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰতিষ্ঠানৰ কাৰ্যবাহী সঞ্চালকৰ নেতৃত্বত এটা আন্তঃমন্ত্ৰী পৰ্যায়ৰ কেন্দ্ৰীয় গোট— আই এম চি টি গঠন কৰিছে। গোটটোৱে শীঘ্ৰে ৰাজ্যখনৰ বান প্রভাবিত অঞ্চলসমূহ পৰিদৰ্শন কৰিব। উল্লেখযোগ্য যে...

September 1, 2024 8:30 PM

কলকাতাত মহিলা চিকিৎসকৰ সৈতে সংঘটিত ঘটনাক উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ গৰিহণা

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কলকাতাত এগৰাকী মহিলা চিকিৎসকৰ সৈতে হোৱা ঘটনাক গৰিহণা দিছে। উপৰাষ্ট্ৰপতিগৰাকীয়ে এনে ধৰণৰ অপৰাধমূলক ঘটনাৰ সৈতে জড়িত দোষীক শাস্তি দিয়াৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়। উত্তৰা খণ্ডৰ ঋষিকেশত আজি সৰ্বভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানৰ শিক্ষাৰ্থী তথা কৰ্মচাৰীসকলক সম্বো...

September 1, 2024 8:27 PM

অমিমাংসীত গোচৰৰ সংখ্যা হ্ৰাস কৰাটো ন্যায় ব্যৱস্থাৰ বাবে এটা বৃহৎ প্রত্যাহ্বানঃ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি কয় যে, অমিমাংসীত গোচৰৰ সংখ্যা হ্ৰাস কৰাটো ন্যায় ব্যৱস্থাৰ বাবে এটা বৃহৎ প্রত্যাহ্বান। নতুন দিল্লীৰ ভাৰত মণ্ডপমত দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত জিলা ন্যায়পালিকাৰ ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ প্ৰসংগত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, অমিমাংসীত গোচৰৰ সমস্যা সমাধান কৰিবলৈ ...

September 1, 2024 8:23 PM

অমিমাংসীত গোচৰৰ সংখ্যা হ্ৰাস কৰাটো ন্যায় ব্যৱস্থাৰ বাবে এটা বৃহৎ প্রত্যাহ্বানঃ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি কয় যে, অমিমাংসীত গোচৰৰ সংখ্যা হ্ৰাস কৰাটো ন্যায় ব্যৱস্থাৰ বাবে এটা বৃহৎ প্রত্যাহ্বান। নতুন দিল্লীৰ ভাৰত মণ্ডপমত দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত জিলা ন্যায়পালিকাৰ ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ প্ৰসংগত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, অমিমাংসীত গোচৰৰ সমস্যা সমাধান কৰিবলৈ ...

September 1, 2024 8:19 PM

ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকৰ সপ্তম প্রতিষ্ঠা দিৱস পালন

ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকৰ আজি সপ্তম প্রতিষ্ঠা দিৱস উপলক্ষে যোগাযোগ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই সৰল আৰু সুলভ সেৱাৰ জৰিয়তে বিত্তিয় অন্তৰ্ভুক্তিৰ লক্ষ্যত উপনীত হোৱাত বেংকটোৰ ভূমিকা সন্দৰ্ভত আলোকপাত কৰে । সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কয় যে এই পদক্ষেপ মুকলি কৰাৰে প...

September 1, 2024 7:03 PM

ভাৰতীয় বায়ুসেনাৰ উপ মুৰববী হিচাপে এয়াৰ মাৰ্ছেল তেজিন্দৰ সিঙৰ কাৰ্যভাৰ গ্ৰহণ

এয়াৰ মাৰ্ছেল তেজিন্দৰ সিঙে আজি নতুন দিল্লীত ভাৰতীয় বায়ুসেনাৰ উপ মুৰববী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত এয়াৰ মাৰ্ছেল সিঙে ৰাষ্ট্ৰীয় যুদ্ধস্মাৰকলৈ গৈ দেশৰ হ'কে প্ৰাণ আহুতি দিয়া বীৰ সৈনিকসকললৈ শ্ৰদ্ধাৰ্ঘ নিবেদন কৰে। এয়াৰ মাৰ্ছেল তেজিন্দৰ সিং ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ প্ৰ...

September 1, 2024 1:43 PM

সৈনিক বিদ্যালয়ত ছোৱালীৰ নামভৰ্তিৰ সিদ্ধান্তক যুগান্তকাৰী বুলি  উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ অভিহিত

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে সৈনিক বিদ্যালয়ত ছোৱালীৰ নামভৰ্তিৰ সিদ্ধান্তক যুগান্তকাৰী বুলি অভিহিত কৰিছে। তেওঁ কয় যে এই পদক্ষেপে লিংগ সমতা আৰু লিংগ ন্যায়ৰ ক্ষেত্ৰত হোৱা অভূতপূৰ্ব প্ৰগতিৰ কথাকে প্রতিফলিত কৰে। উত্তৰাখণ্ডৰ দেৰাডুনৰ ৰাষ্ট্ৰীয় ভাৰতীয় সৈনিক মহাবিদ্যালয়, আৰ আই এম চি ৰ কেডেটসকলক সম্বোধন কৰি উপৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।