ৰাষ্ট্ৰীয়

September 3, 2024 7:22 PM

অনগ্ৰসৰ শ্ৰমিকসকলৰ সুবিধাৰ্থে প্রধানমন্ত্রী আবাস যোজনাৰ সময়সীমা বৃদ্ধি কৰাৰ ব্যৱস্থা শ্ৰম আৰু নিয়োগ মন্ত্ৰ্যালয়ৰ

শ্ৰম আৰু নিয়োগ মন্ত্ৰ্যালয়ে অনগ্ৰসৰ শ্ৰমিকসকলৰ সুবিধা হোৱাকৈ প্রধানমন্ত্রী আবাস যোজনাৰ সময়সীমা বৃদ্ধি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। শ্রম মন্ত্ৰালয়ে সকলো ৰাজ্য চৰকাৰলৈ এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰি নিৰ্মাণ খণ্ডৰ শ্ৰমিকৰ লগতে চুক্তিবদ্ধ শ্রমিক তথা অন্যান্য অ-সংগঠিত খণ্ডৰ শ্ৰমিকক ইয়াত অন্তৰ্ভুক্ত কৰিবল...

September 3, 2024 6:18 PM

ভাৰত আৰু চীনৰ পৰ্যটক বজাৰখনত গুৰুত্ব আৰোপ কৰি দক্ষিণ আফ্ৰিকাৰ নতুন ভ্রমণ আঁচনি টি টি ও এছ ঘোষণা

দক্ষিণ আফ্ৰিকাই ভাৰত আৰু চীনৰ পৰ্যটক বজাৰখনত গুৰুত্ব আৰোপ কৰি নতুন ভ্রমণ আঁচনি টি টি ও এছ ঘোষণা কৰিছে ৷ দেশখনৰ গৃহ পৰিক্ৰমা বিভাগে কৈছে যে, এই আঁচনিখন অহা বছৰৰ জানুৱাৰী মাহৰ পৰা কাৰ্যকৰী কৰা হ'ব। ভিছা ব্যৱস্থাৰ সংশোধন আৰু পৰ্যটন খণ্ডত কৰ্মসংস্থান বৃদ্ধি কৰাই হৈছে এই আঁচনিখনৰ মূল লক্ষ্য। টি টি এছ এ দ...

September 3, 2024 6:04 PM

ভাৰত আৰু ছিংগাপুৰৰ দ্বিপাক্ষিক সম্পর্ক পৰৱৰ্তী পৰ্যায়লৈ লৈ যোৱাৰ সময় আহি পৰিছেঃ ড০ এছ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কৈছে যে, ভাৰত আৰু ছিংগাপুৰৰ দ্বিপাক্ষিক সম্পর্ক পৰৱৰ্তী পৰ্যায়লৈ লৈ যোৱাৰ সময় আহি পৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছিংগাপুৰ ভ্ৰমণৰ পূৰ্বে এখন দৈনিক ইংৰাজী কাকতত দিয়া এটা সাক্ষাৎকাৰত শ্ৰী জয়শংকৰে যোৱা দুটা দশকত দুয়োখন দেশৰ সম্পৰ্ক যথেষ্ট সুদৃঢ় হৈ আহিছে...

September 3, 2024 5:53 PM

শৈক্ষিক প্রতিষ্ঠানসমূহে ছাত্ৰীসকলৰ বাবে এটা নিৰাপদ পৰিৱেশ সৃষ্টি কৰা উচিতঃ ৰাষ্ট্ৰপতি মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কৈছে যে শৈক্ষিক প্রতিষ্ঠানসমূহে ছাত্ৰীসকলৰ বাবে এটা নিৰাপদ পৰিৱেশ সৃষ্টি কৰা উচিত, কিয়নো দেশৰ বিকাশৰ ক্ষেত্ৰত তেওঁলোকো গুৰুত্বপূৰ্ণ অংশ। আজি পুনেত ছিম্বায় 'ছিছ বিশ্ববিদ্যালয়ৰ ২১ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত ভাগ লৈ শ্ৰীমতী মুৰ্মুৱে এইদৰে কয়। তেওঁ লিংগ ক্ষমতাৰ ওপৰত...

September 3, 2024 5:34 PM

ব্রুনেইৰ ৰাজধানী বন্দৰ ছেৰী বিগৱানত উপস্থিত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ব্রুনেই আৰু ছিংগাপুৰ ভ্ৰমণৰ প্ৰথম পৰ্যায়ত আজি দুপৰীয়া ব্রুনেইৰ ৰাজধানী বন্দৰ ছেৰী বিগৱানত উপস্থিত হৈছেগৈ। ব্ৰুনেই বিমান বন্দৰত প্ৰধানমন্ত্ৰীক যুৱৰাজ হাজি অল মুহতাদী বিল্লাহে আনুষ্ঠানিকভাৱে অভ্যর্থনা জনায়। প্রথম দ্বিপাক্ষিক ভ্ৰমণসূচীৰে তেওঁ ব্রুনেইলৈ গৈছে। ভাৰত আৰু ব্রু...

September 3, 2024 12:31 PM

সুমিত আন্তিলক ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ অভিনন্দন জ্ঞাপন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত পেৰিছ পেৰালিম্পিকছৰ পুৰুষৰ জেভলিন থ্ৰ'ত সোণৰ পদক অৰ্জন কৰা সুমিত আন্তিলক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা পষ্টত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, পেৰালিম্পিকছত একেৰাহে অৰ্জন কৰা দুটা সোণৰ পদক আৰু অভিলেখ সৃষ্টিকাৰী প্ৰদৰ্শনেৰে খেল...

September 3, 2024 12:05 PM

ভাৰতীয় বায়ুসেনা বাহিনীৰ MIG 29 শ্রেণীৰ এখন যুদ্ধ বিমান বাৰমাৰৰ ওচৰত ভূপতিত

ভাৰতীয় বায়ুসেনা বাহিনীৰ MIG 29 শ্রেণীৰ এখন যুদ্ধ বিমান যোৱা নিশা ৰাজস্থানৰ বাৰমাৰৰ ওচৰত ভূপতিত হয়। বায়ুসেনা বাহিনীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি নিশাৰ প্ৰশিক্ষণৰ সময়ত বিমানখন এটা জটিল প্রযুক্তিগত সমস্যাৰ সন্মুখীন হয় আৰু ইয়াৰ ফলত বিমানখনৰ চালকে বিমানখনৰ পৰা ওলাই আহিবলৈ বাধ্য হয়। সূত্ৰটোৱে কৈছে যে...

September 3, 2024 12:02 PM

আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ ডাº সন্দীপ ঘোষক গ্ৰেপ্তাৰ

কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই পশ্চিমবংগৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ ডাº সন্দীপ ঘোষক চিকিৎসালয়খনত হোৱা অৰ্থনৈতিক অনিয়মৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে। সংস্থাটোৱে তেওঁক চিকিৎসালয়খনত সংঘটিত এগৰাকী যুৱ মহিলা চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ সম্পর্কতো সোধা-পোছা অব্যাহত ৰাখিছে।

September 2, 2024 8:22 PM

জম্মু-কাশ্মীৰত বৈষ্ণোদেৱী মন্দিৰলৈ যোৱা পথৰ ভূমিস্খলন তীর্থযাত্রী নিহত

জম্মু-কাশ্মীৰত পাঞ্চি হেলিপেডৰ সমীপত মাতা বৈষ্ণোদেৱী মন্দিৰলৈ যোৱা পথৰ ভূমিস্খলন হোৱাৰ ফলত দুগৰাকী মহিলা তীর্থযাত্রী নিহত হোৱাৰ লগতে এটি কন্যা শিশু গুৰুতৰভাৱে আহত হয়। ভূমিস্খলনৰ ফলত পথছোৱাত এটা বৃহৎ শিল বাগৰি পৰাৰ ফলত এগৰাকী তীর্থযাত্রী ঘটনাস্থলীতে নিহত হয়। আনহাতে, চিকিৎসালয়ে লৈ যোৱা অৱস্থাতে আনগ...

September 2, 2024 8:19 PM

কৃষকসকলৰ বাবে ১৩,৯৬৬ কোটি টকাৰ ৭ খন আঁচনিত কেন্দ্রীয় কেবিনেটৰ অনুমোদন

কেন্দ্রীয় কেবিনেটে কৃষকসকলৰ জীৱন উন্নত কৰা তথা তেওঁলোকৰ আয় বৃদ্ধি কৰাৰ বাবে ১৩ হাজাৰ ৯৬৬ কোটি টকাৰ ৭ খন আঁচনিত অনুমোদন জনাইছে। কেবিনেটে আজি ২ হেজাৰ ৮১৭ কোটি টকা ব্যয় সাপেক্ষ ডিজিটেল কৃষি অভিযানত অনুমোদন জনায়। নতুন দিল্লীত বিয়লি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।