ৰাষ্ট্ৰীয়

September 5, 2024 8:28 PM

ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ে উচ্চ সদনৰ নৱ নিৰ্বাচিত সদস্যসকলক শপত বাক্য পাঠ কৰোৱায়

ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ে আজি উচ্চ সদনৰ নৱ নিৰ্বাচিত সদস্যসকলক শপত বাক্য পাঠ কৰোৱায়। শপতগ্ৰহণ কৰা সদস্যসকলৰ ভিতৰত কেন্দ্ৰীয় মন্ত্ৰী ৰৱনীত সিং বিট্টু, বিজেপি নেতা মনন কুমাৰ মিশ্র আৰু মমতা মোহান্ত ৰাষ্ট্ৰীয় লোকমৰ্চাৰ নেতা উপেন্দ্ৰ কুশ্বাহা আৰু এন চি পি নেতা নীতিন লক্ষ্মণৰাও যাধব আছে।

September 5, 2024 8:20 PM

ভাৰত-ছিংগাপুৰৰ মাজত ৪ খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

ভাৰত আৰু ছিংগাপুৰে স্বাস্থ্য আৰু ঔষধ, শিক্ষা আৰু দক্ষতা বিকাশ, ডিজিটেল প্ৰযুক্তি আৰু ভাৰত-ছিংগাপুৰ অৰ্ধপৰিবাহী প্রণালী বিষয়ক সহযোগিতা সন্দৰ্ভত চাৰিখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। দুয়োখন দেশে লগতে উভয় দেশৰ মাজৰ সম্পৰ্কক সর্বাত্মক কৌশলগত সহযোগিতালৈ উন্নীত কৰাৰ হকে সন্মতি প্ৰকাশ কৰে। ইয়াৰ ফলত ...

September 5, 2024 6:30 PM

সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি দেশজুৰি শিক্ষক দিৱস পালন

শিক্ষাবিদ তথা প্রাক্তন ৰাষ্ট্ৰপতি ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি দেশজুৰি আজি শিক্ষক দিৱস পালন কৰা হৈছে। দেশত ১৯৬২ চনৰ ৫ ছেপ্তেম্বৰত প্ৰথম শিক্ষক দিৱস অনুষ্ঠিত হৈছিল আৰু ১৯৭২ চনৰে পৰা চৰকাৰীভাৱে এই দিৱস পালন কৰি অহা হৈছে। শিক্ষক দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ ...

September 5, 2024 6:17 PM

ভাৰত আৰু ছিংগাপুৰৰ মাজত চাৰিখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

ভাৰত আৰু ছিংগাপুৰে স্বাস্থ্য আৰু ঔষধ, শিক্ষা আৰু দক্ষতা বিকাশ, ডিজিটেল প্রযুক্তি আৰু অৰ্ধপৰিবাহীৰ অৰ্থ ব্যৱস্থাৰ সহযোগিতা সন্দৰ্ভত চাৰিখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। দুয়োখন দেশে সংহত কৌশলগত সহযোগিতাক অধিক ত্বৰান্বিত কৰাৰ হকে সন্মতি প্ৰকাশ কৰে। ইয়াৰ জৰিয়তে ভাৰতৰ এক্ট ইষ্ট নীতিয়ে গুৰুত্বপূৰ্...

September 5, 2024 6:13 PM

ভাৰতত বিগত ১০ বছৰত সৌৰ শক্তি উৎপাদনৰ পৰিমাণ ৩২ শতাংশ বৃদ্ধি

ভাৰতত বিগত ১০ বছৰত সৌৰ শক্তি উৎপাদনৰ পৰিমাণ ৩২ শতাংশ বৃদ্ধি হৈছে আৰু দেশে এই গতি আৰু সাফল্যৰে ২০৩০ চনৰ ভিতৰত ৫০০ গিগাৱাট শক্তি আহৰণ কৰিবলৈ সমৰ্থ হ'ব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত প্ৰথম আন্তঃৰাষ্ট্ৰীয় সৌৰ উৎসৱত ভিডিঅ' কনফাৰেঞ্চিং ব্যৱস্থাৰে অংশ লৈ এই...

September 5, 2024 6:05 PM

শিক্ষক দিৱস উপলক্ষে দেশৰ শিক্ষকসকললৈ প্রধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিক্ষক দিৱস উপলক্ষে দেশৰ শিক্ষকসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয় যে এই দিনটো হৈছে দেশৰ যুৱ চামক গঢ় দিয়াৰ ক্ষেত্ৰত শিক্ষকসকলৰ অৱদানক কৃতজ্ঞতা জ্ঞাপনৰ এটা উপলক্ষ্য। শ্ৰী মোদীয়ে দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্রয়াত সৰ্বেপল্লী ৰাধাকৃষ্...

September 5, 2024 6:03 PM

হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি নির্বাচন আয়োগৰ

নির্বাচন আয়োগে আজি হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰিছে। ইয়াৰ লগে লগে মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন অহা ১২ ছেপ্তেম্বৰ। ১৩ তাৰিখে মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব। ইফালে, ১৬ ছেপ্তেম্বৰৰ ভিতৰত ইচ্ছুকসকলে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব।...

September 5, 2024 6:02 PM

জম্মু আৰু কাশ্মীৰৰ বিধানসভাৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ অধিসূচনা জাৰি

জম্মু আৰু কাশ্মীৰৰ বিধানসভাৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ অধিসূচনা আজি জাৰি কৰা হৈছে। এই পৰ্যায়ৰ নিৰ্বাচনত ৪০ টা সমষ্টিত অহা ১ অক্টোবৰত ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ৰ বাবে ১২ ছেপ্তেম্বৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। ১৩ ছেপ্তেম্বৰত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব আৰু ১৭ ছেপ্তেম্বৰ হ'ব ...

September 5, 2024 12:17 PM

অহা বছৰৰ ১৪ৰ পৰা ১৭ ফেব্ৰুৱাৰীলৈ ভাৰত মণ্ডপমত গোলকীয় বস্ত্ৰ প্ৰদৰ্শনী-ভাৰত টেক্স ২০২৫

কেন্দ্ৰীয় বস্ত্রমন্ত্রী গিৰিৰাজ সিঙে কৈছে যে, ২০৩০ চনৰ ভিতৰত ভাৰতৰ বস্ত্ৰ উদ্যোগ ৩৫০ বিলিয়ন মার্কিন ডলাৰলৈ বৃদ্ধি হ'ব বুলি আশা কৰা হৈছে। কালি নতুন দিল্লীত ভাৰত টেক্স ২০২৫ৰ উন্মোচন অনুষ্ঠান সম্বোধন কৰি তেঁও কয় যে, ইয়াৰ ফলত দেশত ৩ কোটি ৫ লাখ নতুন চাকৰি সংযোজন হ'ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাৰত ব...

September 5, 2024 11:52 AM

হাৰিয়ানাৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ ৬৭ গৰাকী প্ৰাৰ্থীৰ তালিকা প্রকাশ

বিজেপিয়ে হাৰিয়ানাৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে ৬৭ গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্রকাশ কৰিছে । সেই অনুসৰি মুখ্যমন্ত্রী নায়ব সিং চেইনীয়ে লাডৱা, বিধানসভাৰ অধ্যক্ষ জ্ঞানচন্দ গুপ্তাই পঞ্চকুলা আৰু প্ৰাক্তন মন্ত্ৰী অনিল ৱিজে আম্বালা কেন্ট আসনৰ পৰা প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ব। অসীম গোয়েলে আম্বালা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।