ৰাষ্ট্ৰীয়

September 7, 2024 12:14 PM

ওড়িষাত অগ্নি-4 বেলিষ্টিক ক্ষেপনাস্ত্ৰৰ উৎক্ষেপন সফলতাৰে সম্পন্ন

ওড়িষাৰ চান্দিপুৰৰ সংহত পৰীক্ষণস্থলীৰ পৰা কালি মধ্য দূৰত্বভেদী অগ্নি-4 বেলিষ্টিক ক্ষেপনাস্ত্ৰৰ উৎক্ষেপন সফলতাৰে সম্পন্ন কৰা হয়। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে, ক্ষেপনাস্ত্রবিধ উৎক্ষেপনৰ সময়ত সঞ্চালন আৰু কাৰিকৰী দিশৰ সকলো ধৰণৰ মানৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা বুলি প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে কৈছে যে, কৌ...

September 6, 2024 8:41 PM

চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনাক লৈ পশ্চিম বংগ চৰকাৰক তীব্র সমালোচনা বিজেপিৰ

বিজেপিয়ে কলকাতাৰ এগৰাকী চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনাক লৈ পশ্চিম বংগ চৰকাৰক তীব্র সমালোচনা কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত দলৰ মুখপাত্র সম্বিত পাত্ৰাই কয় যে, ঘটনাৰ বলি হোৱা চিকিৎসকগৰাকীৰ পিতৃয়ে জিলাধিপতিয়ে ধনৰ প্ৰস্তাৱ দিয়া বুলি আৰু তেওঁ সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰা বুলি...

September 6, 2024 8:39 PM

দিল্লীত ভাৰত-মধ্য প্ৰাচ্য-ইউৰোপৰ বাণিজ্য সন্মিলন-২০২৪ মুকলি কেন্দ্ৰীয় মন্ত্রী পীয়ুষ গোৱেলৰ

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে আজি কৈছে যে, ভাৰত-মধ্য প্ৰাচ্য-ইউৰোপৰ অর্থনৈতিক ক'ৰিডৰ চমুকৈ আই এম ই চি হৈছে ভাৰতৰ সামুদ্রিক সুৰক্ষা আৰু ইউৰোপ আৰু এছিয়াৰ মাজত সামগ্ৰীৰ সৰবৰাহ খৰতকীয়া কৰাৰ বাবে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। মন্ত্ৰীগৰাকীয়ে আজি নতুন দিল্লীত ভাৰত-মধ্য প্ৰাচ্য-ইউৰোপৰ ব...

September 6, 2024 8:32 PM

দিল্লীত ৱাকফ সংশোধনী বিধেয়ক-২০২৪ বিষয়ক সংসদীয় যুটীয়া কমিটিৰ বৈঠক অনুষ্ঠিত

ৱাকফ সংশোধনী বিধেয়ক-২০২৪ বিষয়ক সংসদীয় যুটীয়া কমিটিৰ এখন বৈঠক আজি নতুন দিল্লীত অনুষ্ঠিত হয়। বৈঠকত ভাৰতীয় প্ৰত্নতত্ব জৰীপ বিভাগ, জকার্ট ফাউণ্ডেচন অৱ ইণ্ডিয়া আৰু তেলেংগানা ৱাকফ ব'ৰ্ডৰ প্ৰতিনিধিসকলে দিহা-পৰামৰ্শ আগবঢ়ায়। লোকসভাৰ সাংসদ জগদম্বিকা পালৰ অধ্যক্ষতাত গঠন কৰা কমিটিখনত নিম্ন সদনৰ ২১ গৰাক...

September 6, 2024 8:28 PM

দেশত যক্ষ্মা ৰোগৰ নতুন চমু আৰু অধিক ফলপ্ৰসূ চিকিৎসাত স্বাস্থ্য মন্ত্রালয়ৰ অনুমোদন

স্বাস্থ্য মন্ত্রালয়ে দেশত যক্ষ্মা ৰোগৰ নতুন চমু আৰু অধিক ফলপ্ৰসূ চিকিৎসাত অনুমোদন জনাইছে। মন্ত্ৰালয়ে আজি এটা বিবৃতিযোগে কৈছে যে, ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূলকৰণ কাৰ্য্যসূচীৰ অধীনত প্ৰৱৰ্তন কৰা এই চিকিৎসা অধিক ফলপ্ৰসূ আৰু ইয়াৰ বাবে কম সময়ৰ প্ৰয়োজন। এই ব্যৱস্থাই যক্ষ্মা ৰোগ নিৰ্মূলকৰণৰ ৰাষ্ট্ৰীয় ল...

September 6, 2024 8:05 PM

মাতৃভাষাত শিক্ষা গ্ৰহণৰ গুৰুত্বত প্রধানমন্ত্ৰী মোদীৰ আলোকপাত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাতৃভাষাত শিক্ষা গ্ৰহণৰ গুৰুত্বত আলোকপাত কৰিছে। নতুন দিল্লীৰ বাসগৃহত আজি বিয়লি ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটা প্ৰাপক শিক্ষক-শিক্ষয়িত্রীসকলৰ সৈতে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰি শ্ৰীমোদীয়ে এই কথা সদৰী কৰে। তেওঁ শিক্ষকসকলে বিভিন্ন ভাষাত শিক্ষার্থীসকলক স...

September 6, 2024 7:21 PM

ভাৰত-জাপান ডিজিটেল সম্পর্ক অধিক শক্তিশালী সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্রী অশ্বিনী বৈষ্ণৱ আৰু জাপানৰ ডিজিটেল পৰিৱৰ্তন মন্ত্ৰী তাৰ’ কোনোৰ আলোচনা

তথ্য আৰু সম্প্ৰচাৰ তথা ইলেক্ট্ৰ’নিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱে কালি টকিঅ’ত জাপানৰ ডিজিটেল পৰিৱৰ্তন মন্ত্ৰী তাৰ’ কোনোৰ সৈতে বৈঠকত মিলিত হৈ ভাৰত-জাপান ডিজিটেল সম্পর্ক অধিক শক্তিশালী কৰা সন্দৰ্ভত আলোচনা কৰে। দুয়োগৰাকী নেতাই ডিজিটেল পটভূমিৰ লগতে প্ৰযুক্তিগত উন্নয়ন খণ্ডত উদ্ভাৱন আৰু সহ...

September 6, 2024 7:13 PM

কংগ্ৰেছৰ অন্যান্য তাৰকা প্ৰচাৰকৰ জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান

কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গে, দলৰ প্ৰাক্তন মুৰব্বী ছোনীয়া গান্ধী আৰু ৰাহুল গান্ধী আৰু এ আই চি চিৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভদ্ৰাৰ লগতে কংগ্ৰেছৰ অন্যান্য তাৰকা প্ৰচাৰকসকলে জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ বাবে দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযানত নামি পৰিছে। আমাৰ সংবাদদাতাই জনোৱা মতে জয়...

September 6, 2024 7:09 PM

জম্মু কাশ্মীৰৰ আসন্ন বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৩১০ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন

জম্মু কাশ্মীৰৰ আসন্ন বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে দাখিল কৰা মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হৈছে। এই পৰ্যায়ৰ বাবে ৩১০ গৰাকী প্ৰাৰ্থীয়ে তেওঁলোকৰ মনোনয়নপত্র দাখিল কৰিছে। কালি মনোনয়নপত্র দাখিল প্ৰক্ৰিয়াৰ সামৰণি পৰে। দ্বিতীয় পৰ্যায়ত অহা ২৫ ছেপ্তেম্বৰত জম্মু-কাশ্মীৰৰ ছখন জি...

September 6, 2024 7:01 PM

অন্ধ্ৰপ্ৰদেশৰ বান ক্ষতিগ্ৰস্ত অঞ্চলৰ পৰা এন ডি আৰ এফৰ ৩৫০ জনক উদ্ধাৰৰ লগতে প্ৰায় ১৫ হাজাৰ লোকক স্থানান্তৰ

অন্ধ্ৰপ্ৰদেশৰ বান ক্ষতিগ্ৰস্ত বিভিন্ন অঞ্চলৰ পৰা এন ডি আৰ এফৰ দলে ৩৫০ জন লোকক উদ্ধাৰ কৰাৰ লগতে প্ৰায় ১৫ হাজাৰ লোকক স্থানান্তৰ কৰিছে। তেলেংগানাত ৬৮ জন লোকক উদ্ধাৰ কৰাৰ লগতে প্রায় তিনি হাজাৰ ২০০ জন লোকক আন ঠাইলৈ লৈ যোৱা হৈছে। অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাৰ শেহতীয়া বান পৰিস্থিতি আৰু উদ্ধাৰ অভিযানৰ পৰ্য...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।