ৰাষ্ট্ৰীয়

September 11, 2024 6:06 PM

গ্ৰেটাৰ নয়দাত প্ৰধানমন্ত্ৰীৰ ছেমিকন ইণ্ডিয়া ২০২৪ সন্মিলন মুকলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, বৰ্তমানৰ যুগটো হ'ল ছিলিকন কূটনীতিৰ যুগ আৰু ভাৰতবৰ্ষই নিজকে অর্ধপৰিবাহীৰ পাৱাৰহাউছ হিচাপে গঢ়ি তুলিবলৈ সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব। তেওঁ লগতে কয় যে, দেশত ব্যৱহৃত সংশ্লিষ্ট প্ৰতিটো সঁজুলিতে ভাৰতত নিৰ্মিত চিপ ব্যৱহাৰ কৰাটো নিশ্চিত কৰাৰ উদ্দেশ্যে চিপৰ উৎপাদন বৃ...

September 11, 2024 6:04 PM

সেউজ হাইড্ৰ’জেন সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলনত প্রধানমন্ত্ৰীৰ ভার্চুৱেলী ভাষণ প্ৰদান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, বর্তমান জলবায়ু আৰু শক্তি পৰিৱৰ্তন এটা বিশ্বব্যাপী চৰ্চিত বিষয়। তেওঁ ইয়াকো কয় যে, দি-কাৰ্বনাইজেশ্বনৰ ওপৰত সেউজ হাইড্ৰ'জেনৰ প্ৰভাৱ প্ৰসাৰিত কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় অংশীদাৰিত্ব অতি গুৰুত্বপূর্ণ সেউজ হাইড্ৰ'জেন সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ভার্চুৱেলী ভ...

September 11, 2024 5:56 PM

অহা ১৫ ছেপ্তেম্বৰত ঝাৰখণ্ডৰ জামছেদপুৰত PMAY-G 2.0 শীর্ষক আঁচনি মুকলি

কেন্দ্ৰীয় চৰকাৰে পৰৱৰ্তী ৫ বছৰৰ ভিতৰত সমগ্ৰ দেশতে অতিৰিক্ত ২ কোটি বাসগৃহ নিৰ্মাণ কৰিব পৰাকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্রামীণৰ সম্প্ৰসাৰণ ঘটোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৫ ছেপ্তেম্বৰত ঝাৰখণ্ডৰ জামছেদপুৰত PMAY-G 2.0 শীর্ষক এই আঁচনিখন আনু...

September 11, 2024 2:49 PM

বৰ্তমানৰ যুগটো হ’ল ছিলিকন কূটনীতিৰ যুগ আৰু ভাৰতবৰ্ষই নিজকে অর্ধপৰিবাহীৰ পাৱাৰহাউছ হিচাপে গঢ়ি তুলিবলৈ সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবঃ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, বৰ্তমানৰ যুগটো হ'ল ছিলিকন কূটনীতিৰ যুগ আৰু ভাৰতবৰ্ষই নিজকে অর্ধপৰিবাহীৰ পাৱাৰহাউছ হিচাপে গঢ়ি তুলিবলৈ সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব। তেওঁ লগতে কয় যে, দেশত ব্যৱহৃত সংশ্লিষ্ট প্ৰতিটো সঁজুলিতে ভাৰতত নিৰ্মিত চিপ ব্যৱহাৰ কৰাটো নিশ্চিত কৰাৰ উদ্দেশ্যে চিপৰ উৎপাদন বৃ...

September 11, 2024 2:47 PM

ৰাষ্ট্ৰপতি ভৱনত ২০২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় ফ্ল’ৰেন্স নাইটিংগেল বঁটা প্ৰদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত নিৰ্বাচিত নাৰ্ছসকলক তেওঁলোকৰ কৃতিত্বপূৰ্ণ সেৱাৰ বাবে ২০২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় ফ্ল'ৰেন্স নাইটিংগেল বঁটা প্ৰদান কৰে। উল্লেখযোগ্য যে কেন্দ্রীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ১৯৭৩ চনত এই বঁটা প্ৰৱৰ্...

September 11, 2024 2:14 PM

কালি ছিংগাপুৰৰ কৰ্মচাৰী ব্যৱস্থাপনা আৰু ৰাজহুৱা প্ৰশাসনৰ যুটীয়া কাৰ্যকৰী গোটৰ বৈঠক অনুষ্ঠিত হয়

ছিংগাপুৰৰ কৰ্মচাৰী ব্যৱস্থাপনা আৰু ৰাজহুৱা প্ৰশাসনৰ যুটীয়া কাৰ্যকৰী গোটৰ বৈঠক কালি অনুষ্ঠিত হয়। প্রশাসনিক সংস্কাৰ আৰু ৰাজহুৱা অভিযোগ বিভাগৰ সচিব ভি শ্রীনিবাস আৰু ছিংগাপুৰৰ লোকসেৱা বিভাগৰ স্থায়ী সচিব টান গী কেওৱে দেশ দুখনৰ প্রশাসনিক সংস্কাৰ আৰু প্ৰযুক্তিবিদ্যা প্ৰৱৰ্তনৰ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা...

September 11, 2024 1:19 PM

বিজেপিৰ ৰাষ্ট্ৰজোৰা সদস্যভর্তি অভিযানৰ অধীনত মাত্র ৮ দিনৰ ভিতৰত ২ কোটিৰো অধিক নতুন সদস্য অন্তৰ্ভুক্ত

ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰজোৰা সদস্যভর্তি অভিযানৰ অধীনত মাত্র ৮ দিনৰ ভিতৰতে ২ কোটিৰো অধিক নতুন সদস্য দলত অন্তৰ্ভুক্ত হৈছে। প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ২ ছেপ্তেম্বৰত সদস্য-পদ গ্রহণ কৰি এই অভিযানৰ আৰম্ভ কৰিছিল। বিজেপিৰ সাধাৰণ সম্পাদক বিনোদ টাওড়েই এটা বিবৃতিযোগে কৈছে যে দলৰ ৰাষ্ট্রীয় সভাপতি জে প...

September 11, 2024 1:14 PM

চাইবাৰ সুৰক্ষা অবিহনে দেশৰ বিকাশ এই মুহূৰ্তত সম্ভৱ নহয়ঃ গৃহমন্ত্রী

চাইবাৰ সুৰক্ষা অবিহনে দেশৰ বিকাশ এই মুহূৰ্তত সম্ভৱ নহয় বুলি গৃহমন্ত্রী অমিত শ্বাহে মত প্রকাশ কৰিছে। নতুন দিল্লীত কানি চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰ আই ফ'ৰ চিৰ প্ৰথম প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে প্রযুক্তি মানৱ জীৱনৰ বাবে আশীর্বাদ হিচাপে বিবেচিত...

September 11, 2024 10:14 AM

প্রধানমন্ত্রী মোদীয়ে গ্রেটাৰ নয়দাত ছেমিকন ইণ্ডিয়া-২০২৪ সন্মিলন মুকলি কৰিব

■ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আজি গ্রেটাৰ নয়দাত ছেমিকন ইণ্ডিয়া ২০২৪ সন্মিলন মুকলি কৰিব। এই তিনিদিনীয়া সন্মিলনৰ মূল বিষয়বস্তু হৈছে অর্ধপৰিবাহীৰ ভৱিষ্যৎ গঢ় দিয়া। সন্মিলনত ভাৰতক অর্ধপৰিবাহীব গোলকীয় কেন্দ্র ৰূপে গঢ় দিয়াব উদ্দেশ্যে দেশে গ্রহণ কৰা অৰ্ধপৰিবাহী ৰণকৌশল আৰু নীতিৰ বিষয়ে আলোকপাত কৰ...

September 10, 2024 8:57 PM

গোলকীয় সমস্যাৰ স্থানীয় সমাধান উলিওৱাত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুৰুত্ব আৰোপ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গোলকীয় সমস্যাৰ স্থানীয় সমাধান উলিওৱাত গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীত আজি অনুষ্ঠিত নৱগঠিত অনুসন্ধান ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেচনৰ পৰিচালনা পৰিষদৰ প্ৰথমলানি বৈঠকত অধ্যক্ষতা কৰি প্ৰধানমন্ত্ৰীয়ে আজি এইদৰে প্ৰকাশ কৰে। বৈঠকত প্রধানমন্ত্ৰীয়ে গৱেষণা অনুকুল ব্যৱস্থাৰ ক্ষেত...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।